সমললৈ যাওক

এণ্ডুৰী পিঠা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এণ্ডুৰী পিঠা

প্ৰথমাষ্টমীৰ বাবে প্ৰস্তুত কৰা এণ্ডুৰী পিঠা
প্ৰকাৰ ডেজাৰ্ট
উৎপত্তিৰ স্থান ভাৰত
অঞ্চল ওড়িশা
মুখ্য উপাদান চাউলৰ গুৰি, হালধিৰ পাত, ক'লা জিৰা, নাৰিকল, গুড়, মাটিমাহৰ দালি

এণ্ডুৰী পিঠা হৈছে ভাৰতৰ প্ৰধানকৈ ওড়িশা অঞ্চলত তৈয়াৰ কৰা এক প্ৰকাৰৰ পিঠা, অৱশ্যে ই উত্তৰ আৰু মধ্য অঞ্চলতো ই জনপ্ৰিয়।[1] এই পিঠাৰ উপাদান হ'ল হালধিৰ পাত, ক'লা জিৰা, চাউলৰ গুড়ি, নাৰিকল, ঘিঁউ, আৰু মাটিমাহৰ দালি।[2] এণ্ডুৰী মূলতঃ প্ৰথমাষ্টমীৰ সময়ত তৈয়াৰ কৰা হয়।[3] [4] ইয়াৰ উপৰিও এই পিঠা মানৱসা গুৰুবাৰৰ সময়তো তৈয়াৰ কৰা হয়।[5] ই হালধীয়া পাতত মেৰিয়াই ল’লে ৰেচক প্ৰভাৱ পৰে। এণ্ডুৰী সাধাৰণতে ডাঙৰ ডাঙৰ মাটিৰ পাত্ৰত ভাপত দিয়া হয়।[6] বাংলাদেশত বনোৱা ভাপত দিয়া পিঠাৰ লগত এই খাদ্যৰ ৰান্ধনীশালৰ সাদৃশ্য আছে। পুৰিৰ জগন্নাথ মন্দিৰত ভগৱান জগন্নাথৰ প্ৰতি উৎসৰ্গিত "শক্ল ধোপা" খাদ্যৰ ভিতৰত এণ্ডুৰী অন্যতম।[7][8][9]

"প্ৰথমা অষ্টমী"ৰ সময়ত নিৰ্মিত এণ্ডুৰী

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Gopinath Mohanty; Jeeban Kumar Patnaik. Cultural Heritage of [ Orissa] : Dhenkanal. State Level Vyasakabi Fakir Mohan Smruti Samsad. https://books.google.com/books?id=cENQAQAAIAAJ. 
  2. Classic Cooking of Orissa. Allied Publishers. 2010. পৃষ্ঠা. 65–. ISBN 978-81-8424-584-4. https://books.google.com/books?id=Jj_qBSIfgdIC&pg=PA65. 
  3. "The Hindu: Odias prefer ‘Enduri Pitha' on ‘Prathamashtami'". thehindu.com. http://www.thehindu.com/todays-paper/tp-national/tp-otherstates/oriyas-prefer-enduri-pitha-on-prathamashtami/article923205.ece। আহৰণ কৰা হৈছে: 3 December 2012. "‘Enduri Pitha' a traditional delicacy of Odisha to showcase the medicinal properties of turmeric plant was prepared in most Odia households on Monday to mark the celebration of ‘Prathamashtami'" 
  4. Lakshmi Narayan Raut (1988). Socio-economic life in medieval Orissa, 1568-1751. Punthi Pustak. ISBN 978-81-85094-18-2. https://books.google.com/books?id=dStuAAAAMAAJ. 
  5. Raicharan Das; Dhirendranath Patnaik (1982). Festivals of Orissa. Orissa Sahitya Akademi. https://books.google.com/books?id=a9PQAAAAMAAJ. 
  6. Anthropological Survey of India (1960). Bulletin. https://books.google.com/books?id=ps8qAAAAMAAJ. 
  7. Orissa Review. Home Department, Government of Orissa. 1987. https://books.google.com/books?id=MwlDAAAAYAAJ. 
  8. Orissa reference: glimpses of Orissa. TechnoCAD Systems. 2001. https://books.google.com/books?id=1RBuAAAAMAAJ. 
  9. Orissa (India). Orissa District Gazetteers: Puri. Superintendent, Orissa Government Press. https://books.google.com/books?id=9ScLAQAAIAAJ.