এন. টি. আৰ. ৰাষ্ট্ৰীয় বঁটা
অৱয়ব
| এন. টি. আৰ. ৰাষ্ট্ৰীয় বঁটা | |
|---|---|
| প্ৰদান কৰা হয় | জীৱনজোৰা কৃতিত্ব আৰু ভাৰতীয় চলচ্চিত্ৰলৈ অৱদান |
| দেশ | ভাৰত |
| প্ৰদান কৰোঁতা | অন্ধ্ৰ প্ৰদেশ চৰকাৰ |
| পুৰস্কাৰ | ₹৫০০,০০০/- |
| প্ৰথমবাৰলৈ প্ৰদান কৰা হৈছিল | ১৯৯৬ |
| ৱেবচাইট | apsftvtdc |
এন. টি. আৰ. ৰাষ্ট্ৰীয় বঁটা হৈছে অন্ধ্ৰ প্ৰদেশ চৰকাৰে ভাৰতীয় চলচ্চিত্ৰলৈ জীৱনজোৰা কৃতিত্ব আৰু অৱদানক স্বীকৃতি দিবলৈ প্ৰদান কৰা এক বাৰ্ষিক বঁটা।[1] অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা অভিনেতা তথা প্ৰাক্তন ৰাজনীতিবিদ এন. টি. ৰামা ৰাও নামেৰে এই বঁটাৰ নামকৰণ কৰা হৈছে। এই বঁটাটোত নগদ ৫০০,০০০ টকাৰ পুৰস্কাৰ আৰু এটা স্মাৰক আছে।[2][3]
বঁটা প্ৰাপক
[সম্পাদনা কৰক]বঁটা প্ৰাপকসকল তলত উল্লেখ কৰা হ'লঃ [1]



- ১৯৯৬: আক্কিনেনি নাগেশ্বৰ ৰাও
- ১৯৯৭: দিলীপ কুমাৰ
- ১৯৯৮: শিৱাজী গণেশন
- ১৯৯৯: লতা মংগেশকাৰ
- ২০০০: ভানুমতী ৰামকৃষ্ণ
- ২০০১: হৃষিকেশ মুখাৰ্জী
- ২০০২: ড0 ৰাজকুমাৰ
- ২০০৩: ঘট্টমানেনী কৃষ্ণ [4]
- ২০০৪: ইলায়াৰাজা [4]
- ২০০৫: অম্বৰীশ [4]
- ২০০৬: ৱাহিদা ৰহমান
- ২০০৭: দাসাৰী নাৰায়ণ ৰাওদাসৰী নাৰায়ণ ৰাও
- ২০০৮: যমুনা
- ২০০৯: বি. সৰোজা দেৱী
- ২০১০: শৰদা
- ২০১১: অমিতাভ বচ্চন
- ২০১২: এছ. পি. বালাসুব্ৰমনিয়াম
- ২০১৩: হেমা মালিনী ভি. ৰবিন্দ্ৰন [5]
- ২০১৪: কমাল হাছানকমল হাছান
- ২০১৫: কে. ৰাঘবেন্দ্ৰ ৰাও
- ২০১৬: ৰজনীকান্ত
- ২০২৪: নন্দমুৰি বালা কৃষ্ণনন্দমুৰি বাল কৃষ্ণ
- ২০২৫: চিৰঞ্জীৱী
তথ্যসূত্ৰসমূহ
[সম্পাদনা কৰক]- 1 2 "N.T.R. NATIONAL FILM AWARDEES". APSFTVTDC. Archived from the original on 24 January 2021. https://web.archive.org/web/20210124031804/http://apsftvtdc.in/ntr-national-film-award.html। আহৰণ কৰা হৈছে: 3 January 2021.
- ↑ "Governor gives away NTR awards". The Hindu. 2010-02-11. Archived from the original on 2010-02-16. https://web.archive.org/web/20100216203407/http://www.hindu.com/2010/02/11/stories/2010021156150400.htm.
- ↑ . 15 January 2017. http://timesofindia.indiatimes.com/entertainment/telugu/movies/news/Amitabh-Bachchan-receives-NTR-National-film-award/articleshow/19506663.cms.
- 1 2 3 "Ilayaraja, Ambarish, Krishna get NTR award". The Hindu, Business Line. প্ৰকাশক Hyderabad. 30 Aug 2007. http://www.thehindubusinessline.com/todays-paper/tp-others/tp-variety/article1667959.ece?ref=archive। আহৰণ কৰা হৈছে: 4 Jan 2012.
- ↑ "S.P. Balasubrahmanyam, Hema Malini bag NTR awards". The Hindu. 5 April 2017. http://www.thehindu.com/news/national/andhra-pradesh/spb-hema-malini-bag-ntr-awards/article17821614.ece.