সমললৈ যাওক

এন চন্দ্ৰবাবু নাইডু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এন চন্দ্ৰবাবু নাইডু
N. Chandrababu Naidu

২০২৪ চনত নাইডু
ত্ৰয়োদশ অন্ধ্ৰপ্ৰদেশৰ মুখ্য মন্ত্ৰী
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১২ জুন ২০২৪
ৰাজ্যপাল চৈয়দ আব্দুল নাজীৰ
সহকাৰী পৱন কল্যান
পূৰ্বসূৰী য়াই. এছ. জগন মোহন ৰেড্ডী
Additional ministries[1]
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১২ জুন ২০২৪
৪ৰ্থ নাইডু চৰকাৰ * সাধাৰণ প্ৰশাসন
  • আইন-কানুন
  • ৰাজহুৱা প্ৰতিষ্ঠান
  • অইন কোনো মন্ত্ৰীক আবণ্টন নিদিয়া বিভাগ
পূৰ্বসূৰী য়াই. এছ. জগন মোহন ৰেড্ডী
কাৰ্যকাল
৮ জুন ২০১৪  ২৯ মে ২০১৯
ৰাজ্যপাল ই এছ এল নৰসিংহ
সহকাৰী * নিম্মাকায়াল চিনাৰাজাপ্পা
  • কে. ই. কৃষ্ণমূৰ্তি
উত্তৰসূৰী য়াই. এছ. জগন মোহন ৰেড্ডী
Additional ministries
কাৰ্যকাল
৮ জুন ২০১৪  ২৯ মে' ২০১৯
তৃতীয় নাইডু চৰকাৰৰ বিভাগসমূহ * বিনিয়োগ
  • আন্ত:গাঁথনি
  • সুখ সূচকাংক
  • সাধাৰণ প্ৰশাসন
  • অইন কোনো মন্ত্ৰীক আবণ্টন নিদিয়া বিভাগ
উত্তৰসূৰী য়াই এছ জগন মোহন ৰেড্ডী
কাৰ্যকাল
১ ছেপ্টেম্বৰ ১৯৯৫  ১৩ মে ২০০৪
ৰাজ্যপাল * কৃষণ কান্ত
  • গোপাল ৰামানুজন
  • চি ৰংগৰাজন
  • সুৰজিৎ সিং বৰ্ণলা
পূৰ্বসূৰী এন টি ৰামা ৰাও
উত্তৰসূৰী য়াই এছ ৰাজশেখৰ ৰেড্ডী
Additional ministries
কাৰ্যকাল
১ ছেপ্তেম্বৰ ১৯৯৫  ১৩ মে ২০০৪
প্ৰথম নাইডু চৰকাৰৰ মন্ত্ৰালয় আৰু বিভাগসমূহ * বিনিয়োগ
  • আন্ত:গাঁথনি
  • সাধাৰণ প্ৰশাসন
  • অইন কোনো মন্ত্ৰীক আবণ্টন নিদিয়া বিভাগ
উত্তৰসূৰী য়াই এছ ৰাজশেখৰ ৰেড্ডী
অন্ধ্ৰ প্ৰদেশ বিৰোধী দলৰ ত্ৰয়োদশ নেতা
কাৰ্যকাল
১৩ জুন ২০১৯[2]  ৫ জুন ২০২৪[3]
ৰাজ্যপাল * ই এছ এল নৰসিংহ
  • বিশ্বভূষণ হৰিচন্দ্ৰন
  • এছ আব্দুল নাজীৰ
মুখ্য মন্ত্ৰী য়াই এছ জগন মোহন ৰেড্ডী
পূৰ্বসূৰী য়াই এছ জগন মোহন ৰেড্ডী
উত্তৰসূৰী খালী
কাৰ্যকাল
২ জুন ২০০৪  ২৮ ফেব্ৰুৱাৰী ২০১৪
ৰাজ্যপাল * সুশীলকুমাৰ সিন্দে
  • ৰামেশ্বৰ ঠাকুৰ
  • এন ডি তিৱাৰী
  • ই এছ এল নৰসিহং
মুখ্য মন্ত্ৰী * য়াই এছ ৰাজশেখৰ ৰেড্ডী
  • কনিজেট্টি ৰোজায়াহ
  • এন কিৰণ কুমাৰ ৰেড্ডী
পূৰ্বসূৰী য়াই এছ জগন মোহন ৰেড্ডী
উত্তৰসূৰী য়াই এছ জগন মোহন ৰেড্ডী
তেলেগু দশম পাৰ্টি প্ৰথম ৰাষ্ট্ৰীয় সভাপতি
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২৯ মে' ২০১৫
ৰাষ্ট্ৰীয় সাধাৰণ সচিব * কিঞ্জাৰাপু ৰাম মোহন নাইডু
  • নৰ লোকেশ
পূৰ্বসূৰী পদ স্থাপিত
তেলেগু দেশম পাৰ্টিৰ ২য় সভাপতি
কাৰ্যকাল
১ ছেপ্টেম্বৰ ১৯৯৫  ২৯ মে ২০১৫
সাধাৰণ সচিব * আলিমিনেটি মাধৱ ৰেড্ডী
(১৯৯৫-২০০০)
  • তুল্লা দেৱেন্দৰ গৌড়
    (২০০০-২০০৮)
  • কড়িয়াম শ্ৰীহৰি
    (২০০৮-২০১৩)
  • ৰৱুলা চন্দ্ৰ শেখৰ ৰেড্ডী
    (২০১৩-২০১৫)
পূৰ্বসূৰী এন টি ৰামা ৰাও
উত্তৰসূৰী পদ বিলোপন
ৰাজহ, সাহায্য, পুনৰ্বাসন, বিত্ত, পৰিকল্পনা, ক্ষুদ্ৰ সঞ্চয় আৰু লটাৰী মন্ত্ৰী
কাৰ্যকাল
১২ ডিচেম্বৰ ১৯৯৪  ১ ছেপ্তেম্বৰ ১৯৯৫
ৰাজ্যপাল কৃষণ কান্ত
মুখ্য মন্ত্ৰী এন টি ৰামা ৰাও
উত্তৰসূৰী অশোক গজপতি ৰাজু
চিনেমাট’গ্ৰাফী, কাৰিকৰী শিক্ষা, ক্ষুদ্ৰ জলসিঞ্চন, দুগ্ধ আৰু পশুপালন মন্ত্ৰী
কাৰ্যকাল
১৯৮০  ১৯৮২
ৰাজ্যপাল K. C. Abraham
Chief Minister * T. Anjaiah
অন্ধ্ৰপ্ৰদেশ
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
১৯৮৯
পূৰ্বসূৰী এন ৰংগস্বামী নাইডু
সমষ্টি কুপ্পম সমষ্টি
কাৰ্যকাল
১৯৭৮  ১৯৮৩
পূৰ্বসূৰী সমষ্ঠি গঠিত
উত্তৰসূৰী মেদাচানী ভেংকটৰামা নাইডু
সমষ্টি চন্দ্ৰগিৰী সমষ্টি
ব্যক্তিগত তথ্য
জন্ম
নৰ চন্দ্ৰ বাবু নাইডু

২০ এপ্ৰিল, ১৯৫০ (৭৬ বছৰ)
নৰৱাৰিপাল্লে, মাদ্ৰাছ, ভাৰত
(বৰ্তমানৰ অন্ধ্ৰপ্ৰদেশ)
ৰাজনৈতিক দল তেলেগু দেশম পাৰ্টি (১৯৮৩–বৰ্তমানলৈকে)
দাম্পত্যসঙ্গী নৰ ভুৱনেশ্বৰী (বি. ১৯৮১)
সন্তান নৰ লোকেশ (পুত্ৰ)
শিক্ষানুষ্ঠান শ্ৰী ভেংকটাশ্বেৰা বিশ্ববিদ্যালয়, তিৰুপতি (কলা শাখাৰ স্নাতকোত্তৰ)[4]
স্বাক্ষৰ
ৱেবছাইট https://ncbn.info/
Positions Held
  • 1975–1977: Local Youth President, INC
  • 1978–83: Member of Andhra Pradesh Legislative Assembly, Chandragiri constituency
  • 1980–83: Cabinet Minister of Andhra Pradesh
  • 1985–94: General Secretary of Telugu Desam Party
  • since 1989: Member of Andhra Pradesh Legislative Assembly, Kuppam constituency
  • 1994–95: Finance and Revenue Minister of Andhra Pradesh
  • 1999–2004: Convener of National Democratic Alliance
  • 1995–2004: 13th Chief Minister of Andhra Pradesh
  • 1995–2014: 2nd President of the Telugu Desam Party
  • 2004–2014: 8th Leader of Opposition of the Andhra Pradesh Legislative Assembly
  • 2014–present: 1st National President of the Telugu Desam Party
  • 2014–19: 13th Chief Minister of Andhra Pradesh
  • 2014–18: Convener Of National Democratic Alliance
  • 2019–24: 8th Leader of Opposition of the Andhra Pradesh Andhra Pradesh Assembly
  • 2024–tba: Convener of National Democratic Alliance
  • 2024–present: 13th Chief Minister of Andhra Pradesh

নৰ চন্দ্ৰবাবু নাইডু (ইংৰাজী: Nara Chandrababu Naidu; জন্ম: ২০ এপ্ৰিল ১৯৫০) সাধাৰণতে চিবিএন নামেৰে জনাজাত এজন ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ ২০২৪ চনৰ পৰা অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ তেলেগুভাষী ৰাজ্যসমূহৰ ৰাজনৈতিক ইতিহাসত সৰ্বাধিক দিনৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ অভিলেখ তেওঁৰ দখলত আছে। তেওঁ তেলেগু দেশম পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি।

১৯৭৮ চনত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা অন্ধ্ৰ প্ৰদেশ বিধানসভালৈ তেওঁ নিৰ্বাচিত হয় আৰু ১৯৮০ চনৰ পৰা ১৯৮২ চনলৈ ৰাজ্যিক মন্ত্ৰীসভাত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ পিছত তেওঁ দলৰ আনুগত্য সলনি কৰি শহুৰেক এন টি ৰামা ৰাৱে প্ৰতিষ্ঠা কৰা টিডিপিত যোগদান কৰে।[5] নাইডুৱে ১৯৮৯ চনৰ পৰা ১৯৯৫ চনলৈকে বিধানসভাৰ টিডিপি সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[6] ১৯৯৫ চনত তেওঁ অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হয়।

ৰাষ্ট্ৰীয় ৰাজনীতিতো তেওঁৰ ভূমিকা আছিল৷ তেওঁ প্ৰথমে ১৯৯৬ চনত ইউনাইটেড ফ্ৰণ্টৰ আহ্বায়ক হিচাপে দায়িত্ব পালন কৰে। ১৯৯৯ চনৰ লোকসভা নিৰ্বাচনৰ পিছত ভাৰতীয় জনতা পাৰ্টি (বিজেপি) নেতৃত্বাধীন নেচনেল ডেম’ক্ৰেটিক এলায়েন্সক সমৰ্থন কৰিছিল, য’ত টিডিপিয়ে ২৯খন আসন লাভ কৰিছিল, যাৰ ফলত নাইডুৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট ৰাজনীতিবিদ হিচাপে সুনাম বৃদ্ধি পাইছিল। ২০১৪ চনত নাইডুৱে মুখ্যমন্ত্ৰী হিচাপে উভতি আহি এতিয়া অৱশিষ্ট (দ্বিবিভাজনৰ বাবে) অন্ধ্ৰপ্ৰদেশত জয়লাভ কৰে।

২০১৯ চনৰ অন্ধ্ৰ প্ৰদেশ বিধানসভাৰ নিৰ্বাচনত নাইডুৰ দলটোৱে নিৰ্বাচনী বিপৰ্যয়ৰ সন্মুখীন হয়৷ টিডিপিয়ে ১৭৫খন আসনৰ ভিতৰত মাত্ৰ ২৩খন আসনহে লাভ কৰে।[7]২০২৩ চনৰ ছেপ্টেম্বৰ মাহত নাইডুক দক্ষতা বিকাশৰ গোচৰত জড়িত থকাৰ অভিযোগত অন্ধ্ৰ প্ৰদেশৰ অপৰাধ তদন্ত বিভাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু ২০২৩ চনৰ নৱেম্বৰ মাহত অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰে।[8] ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত বলবৎকাৰী সঞ্চালকালয়ে (ইডি) নাইডুক দক্ষতা বিকাশৰ গোচৰৰ সকলো অভিযোগৰ পৰা মুক্ত কৰে।[9]২০২৪ চনৰ অন্ধ্ৰপ্ৰদেশ বিধানসভাৰ নিৰ্বাচনত বৰ্তমানৰ ৱাই এছ আৰ চি পি চৰকাৰক উফৰাই টি ডি পি পুনৰ ক্ষমতালৈ ঘূৰি আহিল আৰু নাইডু চতুৰ্থবাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৫০ চনৰ ২০ এপ্ৰিলত[10] এটা তেলেগু হিন্দু কৃষক পৰিয়ালত চন্দ্ৰবাবু নাইডুৰ জন্ম হৈছিল৷ তেওঁৰ পিতৃ নৰ খৰজুৰা নাইডু আৰু মাতৃ আমানাম্মা৷ তেওঁলোকৰ ঘৰ বৰ্তমানৰ অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি জিলাৰ নৰৱাৰিপল্লত আছিল৷[11][12]তেওঁৰ এজন কনিষ্ঠ ভ্ৰাতৃ আছে; নাম - নৰ ৰামমূৰ্তি নাইডু৷ তেওঁৰ দুগৰাকী কনিষ্ঠা ভগ্নীও আছে৷[13] নাইডুৰ ভিটিলিগো নামৰ স্ব-প্ৰতিৰোধী ৰোগ আছে যি ছালত বগা দাগ সৃষ্টি কৰে।[14]

যিহেতু তেওঁৰ গাঁৱত স্কুল নাছিল, সেয়েহে নাইডুৱে শেশাপুৰমৰ প্ৰাথমিক বিদ্যালয়ত পঞ্চম শ্ৰেণীলৈকে আৰু চন্দ্ৰগিৰি চৰকাৰী হাইস্কুলত দশম শ্ৰেণীলৈকে পঢ়িছিল।তেওঁ ১৯৭২ চনত তিৰুপতিৰ শ্ৰী ভেংকটেশ্বৰ কলা মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।[12][15]পিছলৈ তেওঁ শ্ৰী ভেংকটেশ্বৰ বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[16] ১৯৭৪ চনত অধ্যাপক ড° ডি এল নাৰায়ণৰ নিৰ্দেশনাত তেওঁ পি এইচ ডিৰ কাম আৰম্ভ কৰে। তেওঁ Economic ideas of Professor N. G. Ranga বিষয়ত লিখিছিল যদিও পি এইচ ডি সম্পূৰ্ণ কৰা নাছিল।[12]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Andhra Pradesh Council of Ministers: Full list". The Hindu. 14 June 2024. https://www.thehindu.com/elections/andhra-pradesh-assembly/andhra-pradesh-council-of-ministers-full-list/article68288989.ece আহৰণ কৰা হৈছে: 15 June 2024.
  2. "FIFTEENTH ANDHRA PRADESH LEGISLATIVE ASSEMBLY - RECOGNITION AS LEADER OF OPPOSITION IN THE ASSEMBLY.". 13 June 2019. https://apegazette.cgg.gov.in/uploadGazette_view?filePath=eyJhbGciOiJIUzI1NiJ9.eyJpc3MiOiJodHRwczovL2FwZWdhemV0dGUuY2dnLmdvdi5pbi9zZWFyY2hBbGxHYXpldHRlcyIsImlhdCI6MTcyNTAzMDgxMSwic3ViIjoiL1VwbG9hZHMvQVBHQVpFVFRFL2dhemV0dGVzLzE1NjEwMjk5NDcxNjQucGRmIn0.FCGCEOsWpxwR_36vuzJ6nV7k7a05tkgIaDn3Ws-Bf1g.[সংযোগবিহীন উৎস]
  3. "Andhra Pradesh Governor Dissolves 15th State Legislative Assembly". 5 June 2024. https://www.newsonair.gov.in/andhra-pradesh-governor-dissolves-15th-state-legislative-assembly/.
  4. "N Chandrababu Naidu Time Line". NCBN.in. https://ncbn.in/timeline আহৰণ কৰা হৈছে: 30 August 2024.
  5. "N Chandrababu Naidu". The Times of India. 12 January 2023. ISSN 0971-8257. https://timesofindia.indiatimes.com/politics/n-chandrababu-naidu/articleshow/8283419.cms.
  6. "Meet Nara Bhuvaneswari, wife of Chandrababu Naidu – Here's how her net worth increased by Rs 579 crore in 5 days; Know about TDP leader, his love story, and more". Financial Express. 8 June 2024. https://www.financialexpress.com/life/lifestyle-meet-nara-bhuvaneshwari-wife-of-chandrababu-naidu-heres-how-her-net-worth-increased-by-rs-579-crore-in-5-days-know-about-tdp-leader-his-love-story-and-more-3518241/7.
  7. "AP Election Results: YSR Congress storms to power in Andhra with landslide win". The Economic Times. 23 May 2019. ISSN 0013-0389. https://economictimes.indiatimes.com/news/elections/assembly-elections/andhra-pradesh-assembly-election-result-live/articleshow/69453786.cms.
  8. Janyala, Sreenivas (20 November 2023). "Chandrababu Naidu granted regular bail by Andhra Pradesh High Court in skill development case". The Indian Express. https://indianexpress.com/article/india/chandrababu-naidu-regular-bail-andhra-pradesh-high-court-skill-development-case-9034641/.
  9. Jayachandran, Apoorva (2026-02-02). "ED gives clean chit to Chandrababu Naidu in skill development case" (en ভাষাত). India Today. https://www.indiatoday.in/india/law-news/story/ed-gives-clean-chit-to-chandrababu-naidu-in-skill-development-case-2861874-2026-02-02 আহৰণ কৰা হৈছে: 2026-02-03.
  10. "Naidu's birthday celebrated" (en-IN ভাষাত). The Hindu. 20 April 2021. ISSN 0971-751X. https://www.thehindu.com/news/national/andhra-pradesh/naidus-birthday-celebrated/article34370641.ece.
  11. "Chipurupalli Polytechnic named after CM's father". The New Indian Express. 2 June 2018. https://www.newindianexpress.com/cities/vijayawada/2018/jun/02/chipurupalli-polytechnic-named-after-cms-father-1822726.html.
  12. 1 2 3 J. S., Sai (23 September 1999). "No CM has worked as hard as Naidu". Rediff. https://www.rediff.com/election/1999/sep/23naidu.htm আহৰণ কৰা হৈছে: 8 July 2021.
  13. Pagadala 2018, পৃষ্ঠা. 4.
  14. "Shining in Political Arena - 7 Famous Politicians with Vitiligo". Unite For Vitiligo. 24 November 2018. https://uniteforvitiligo.com/community/shining-in-political-arena-famous-politicians-with-vitiligo/ আহৰণ কৰা হৈছে: 25 July 2022.
  15. Pagadala 2018, পৃষ্ঠা. 7.
  16. "Chandrababu Naidu" (en ভাষাত). Hindustan Times. 2 August 2004. https://www.hindustantimes.com/india/chandrababu-naidu/story-DOseYNxkGWACJNxnUh0beI.html আহৰণ কৰা হৈছে: 8 July 2021.