এবেল বঁটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
এবেল বঁটা
Abel Prisen.svg
বঁটাৰ তথ্য
শ্ৰেণী গণিত
বৰ্ণনা গণিত জগতলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে এই বঁটা প্ৰদান কৰা হয়
প্ৰতিষ্ঠা ২০০২
প্ৰথমবাৰ প্ৰদান ২০০৩
অন্তিমবাৰ প্ৰদান ২০১২
প্ৰদানকৰ্তা নৰৱেজিয়ান অকাদেমি আৱ ছায়েঞ্চ এণ্ড লেটাছ

গণিতজ্ঞ নীলছ্ হেনৰিক্ এবেলৰ সোঁৱৰণীত নৰৱেজিয়ান অকাদেমি অৱ ছায়েঞ্চ এণ্ড লেটাৰ্ছ (NASL)-এ ২০০৩ চনৰ পৰা প্ৰতিবছৰে এবেল বঁটা (Abel Prize) নামৰ এক বঁটা গণিতৰ জগতখনলৈ অসামান্য বৰঙণি আগবঢ়োৱা এক বা ততোধিক গণিতজ্ঞক প্ৰদান কৰি আহিছে।[1][2][3][4][5][6][7]

বুৰঞ্জী[সম্পাদনা কৰক]

২০০২ চনৰ পহিলা জানুৱাৰীত এবেলৰ সোঁৱৰণত 'নীলছ হেনৰিক এবেল পুঁজি’ প্ৰতিষ্ঠা কৰা হয়। এই পুঁজিৰ পৰাই প্ৰতিবছৰে নৰৱেজিয়ান অকাদেমি অৱ ছায়েঞ্চ এণ্ড লেটাছ-এ এবেল বঁটা প্ৰদান কৰে। বৰ্তমান সময়ত এই বঁটাৰ মূল্য ৬ নিযুত নৰৱেইজিয়ান ক্ৰনাৰ, প্ৰায় ৭,৫০,০০০ ইউৰো[1] [8]

বঁটা বিজয়ী সকল[সম্পাদনা কৰক]

বছৰ বিজয়ী ৰাষ্ট্ৰ প্ৰতিষ্ঠান পৰিচয়
২০০৩ জঁ-পিয়েৰ চেৰ  ফ্ৰান্স কলেজ দ্যে ফ্ৰেন্স ১৯৫৪ চনত সাতাইশ বছৰ বয়সত ফিল্ডছ মেডেল লাভ কৰাৰ লগতে আন বহুতো পুৰস্কাৰ লাভ কৰিছে। তেখেতেই হ’ল আটাইতকৈ কম বয়সত ফিল্ডছ মেডেল লাভ কৰা ব্যক্তি।
২০০৪ মাইকেল ফ্ৰান্সিছ আটিয়া
আৰু ইচাড’ৰ চিংগাৰ
 গ্ৰেট ব্ৰিটেইন
 আমেৰিকা যুক্তৰাষ্ট্ৰ
এডিনবাৰ্গ বিশ্ববিদ্যালয়
মাছাছুটেছ ইণ্ষ্টিটিউট অৱ টেকনলজি
দুয়োগৰাকীয়েই তেওঁলোকৰ সূচক তত্বৰ বাবে বিখ্যাত।
২০০৫ পিটাৰ লেক্স  হাংগেৰী /  আমেৰিকা যুক্তৰাষ্ট্ৰ Courant Institute, NYU আংশিক অৱকলনীয় সমীকৰণপ্ৰায়োগিক দিশৰ অধ্যয়ন।
২০০৬ লেনাৰ্ট কাৰ্লচন  ছুইডেন KTH কেইবাবছৰো আন্তঃৰাষ্ট্ৰীয় গাণিতিক সংঘৰ প্ৰছিডেণ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰে।
২০০৭ শ্ৰীনিবাস বৰধন  ভাৰত /  আমেৰিকা যুক্তৰাষ্ট্ৰ Courant Institute, NYU তামিলনাডুত জন্ম, বৰ্তমান আমেৰিকাবাসিন্দাপ্ৰেচিডেন্সি কলেজ, মাদ্ৰাজৰ পৰা স্নাতক ডিগ্ৰী আৰু ভাৰতীয় পৰিসংখ্যা বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা ডক্টৰেট ডিগ্ৰীৰয়েল চচাইটিৰ সদস্য। মাৰ্কিন যুক্তৰাষ্ট্ৰ চৰকাৰ-এ বিজ্ঞানী তথা উদ্ভাৱকসকললৈ আগবঢ়োৱা সৰ্বোচ্চ সন্মান (National Medal of Science) তেখেতে লাভ কৰিছে।
২০০৮ জন গ্ৰিগছ থমছন
জেকাছ টিটছ
 আমেৰিকা যুক্তৰাষ্ট্ৰ
 বেলজিয়াম /  ফ্ৰান্স
ফ্লৰিডা বিশ্ববিদ্যালয়
কলেজ দ্যে ফ্ৰেন্স
জন থমছনে ১৯৭০ চনত ফিল্ডছ মেডেল লাভ কৰে, তেখেত ৰয়েল চচাইটিৰ সদস্য।
২০০৯ মিখায়েল গ্ৰমভ  ৰাছিয়া /  ফ্ৰান্স IHÉS
Courant Institute, NYU
ৰয়েল চচাইটিৰো সদস্য।
২০১০ জন টৰেঞ্চ টেট’  আমেৰিকা যুক্তৰাষ্ট্ৰ UT Austin গণিত জগতত তেওঁক সংখ্যাতত্ত্বগেলিলিঅ’ হিছাপে খ্যাত।
২০১১ জন মিল্‌নৰ  আমেৰিকা যুক্তৰাষ্ট্ৰ Stony Brook University ১৯৬২ চনত ৩১ বছৰ বয়সত ফিল্ড্‌ছ মেডেল লাভ কৰিছিল৷
২০১২ এন্দ্ৰে চেমেৰেডি  হাংগেৰী Alfréd Rényi Institute
আৰু Rutgers University
“for his fundamental contributions to discrete mathematics and theoretical computer science, and in recognition of the profound and lasting impact of these contributions on additive number theory and ergodic theory” [9]
২০১৩ Deligne, PierrePierre Deligne  বেলজিয়াম Institute for Advanced Study "For seminal contributions to algebraic geometry and for their transformative impact on number theory, representation theory, and related fields."[10]
২০১৪ Sinai, YakovYakov Sinai  ৰাছিয়া /  আমেৰিকা যুক্তৰাষ্ট্ৰ Princeton University and Landau Institute for Theoretical Physics[11] "For his fundamental contributions to dynamical systems, ergodic theory, and mathematical physics."[12]
২০১৫ জন ফ'ৰ্বছ্‌ নাশ্ব, কনিষ্ঠ  আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰিন্সটন বিশ্ববিদ্যালয় নন লিনিয়াৰ পাৰ্চিয়েল ডিফাৰেন্সিয়েল ইকুৱেশ্যনৰ বিষয়ে কৰা কামৰ বাবে বঁটা প্ৰদান কৰা হয়।[13]
লুই নিৰেণবাৰ্গৰ  কানাডা /  আমেৰিকা যুক্তৰাষ্ট্ৰ Courant Institute
২০১৬ Wiles, AndrewAndrew Wiles  যুক্তৰাজ্য অক্সফ'ৰ্ড বিশ্ববিদ্যালয়[14][15] "For his stunning proof of Fermat's Last Theorem by way of the modularity conjecture for semistable elliptic curves, opening a new era in number theory."[16]
২০১৭ য়েভেচ মেয়াৰ  ফ্ৰান্স ইকল নৰমালে চুপিৰিয়ৰ তেওঁ ৱেভলেট সূত্ৰৰ (wavelet theory) অন্যতম পিতৃপুৰুষ। এই সূত্ৰৰ উৎকৰ্ষ সাধনৰ অৰ্থে তেওঁ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক বঁটা প্ৰদান কৰা হয়।[17]
২০১৮ Langlands, RobertRobert Langlands  কানাডা /  আমেৰিকা যুক্তৰাষ্ট্ৰ[18] Institute for Advanced Study "For his visionary program connecting representation theory to number theory."[19]
২০১৯ কেৰেন উলেনবেক  আমেৰিকা যুক্তৰাষ্ট্ৰ[20] টেক্সাছ বিশ্ববিদ্যালয়, অষ্টিন উলেনবেক এবেল বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা গণিতজ্ঞ। বঁটা প্ৰদানকাৰী সমিতিয়ে এইসম্পৰ্কে কৈছিল, "বিশ্লেষণ, জ্যামিতি আৰু গাণিতিক পদাৰ্থবিজ্ঞানত তেখেতৰ কৰ্মৰাজিয়ে মৌলিক প্ৰভাৱ পেলাইছে"।[21]

লগতে চাওক[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 "এবেল বঁটা আৰু বিজয়ীসকল". গণিত চ'ৰা ডট কম. http://gonitsora.com/%e0%a6%8f%e0%a6%ac%e0%a7%87%e0%a6%b2-%e0%a6%ac%e0%a6%81%e0%a6%9f%e0%a6%be-%e0%a6%86%e0%a7%b0%e0%a7%81-%e0%a6%ac%e0%a6%bf%e0%a6%9c%e0%a7%9f%e0%a7%80%e0%a6%b8%e0%a6%95%e0%a6%b2/। আহৰণ কৰা হৈছে: জানুৱাৰী ২০, ২০১২. 
  2. Cipra, Barry (2009-03-26). "Russian Mathematician Wins Abel Prize". Science. http://sciencenow.sciencemag.org/cgi/content/full/2009/326/1। আহৰণ কৰা হৈছে: 2009-03-29. 
  3. Geometer wins maths 'Nobel', nature.com, March 2009.
  4. El revolucionario geómetra Gromov, 'Nobel' de matemáticas, El Pais, March 2009
  5. Russian-born mathematician wins math's version of the Nobel, Scientific American blog, March 2009.
  6. Abel Prize Awarded: The Mathematicians' Nobel, Keith Devlin, maa.org, April 2004.
  7. Foderaro, Lisa W. (June 1, 2009), "In N.Y.U.'s Tally of Abel Prizes for Mathematics, Gromov Makes Three", New York Times, http://www.nytimes.com/2009/06/01/nyregion/01nyu.html 
  8. H. Holden; R. Piene, eds. (2010), The Abel Prize 2003–2007, প্ৰকাশক Heidelberg: Springer, doi:10.1007/978-3-642-01373-7, ISBN 978-3-642-01372-0, http://www.springer.com/math/history+of+mathematics/book/978-3-642-01372-0 
  9. "The Abel Prize Laureate 2012". The Abel Prize Official Website. http://www.abelprize.no/c54147/seksjon/vis.html?tid=54148। আহৰণ কৰা হৈছে: 21 March 2012. 
  10. "The Abel Prize Laureate 2013". The Norwegian Academy of Science and Letters. http://www.abelprize.no/c57681/binfil/download.php?tid=57777। আহৰণ কৰা হৈছে: 20 June 2013. 
  11. "The Abel Committee's Citation 2014". The Norwegian Academy of Science and Letters. http://www.abelprize.no/binfil/download.php?tid=61129। আহৰণ কৰা হৈছে: 9 August 2016. 
  12. "The Abel Prize Laureate 2014". The Norwegian Academy of Science and Letters. http://www.abelprize.no/seksjon/vis.html?tid=61095। আহৰণ কৰা হৈছে: 26 March 2014. 
  13. "The Abel Prize Laureates 2015". The Norwegian Academy of Science and Letters. http://www.abelprize.no/seksjon/vis.html?tid=63467। আহৰণ কৰা হৈছে: 9 August 2016. 
  14. "The Abel Committee's Citation 2016". The Norwegian Academy of Science and Letters. http://www.abelprize.no/binfil/download.php?tid=67059। আহৰণ কৰা হৈছে: 9 August 2016. 
  15. "Sir Andrew J. Wiles receives the Abel Prize" (Press release). The Norwegian Academy of Science and Letters. http://www.abelprize.no/binfil/download.php?tid=67066। আহৰণ কৰা হৈছে: 9 August 2016. 
  16. "The Abel Prize Laureate 2016". The Norwegian Academy of Science and Letters. http://www.abelprize.no/seksjon/vis.html?tid=67108। আহৰণ কৰা হৈছে: 15 March 2016. 
  17. "The Abel Prize Laureate 2017". The Norwegian Academy of Science and Letters. http://www.abelprize.no/c69461/seksjon/vis.html?tid=69535&strukt_tid=69461। আহৰণ কৰা হৈছে: 21 March 2017. 
  18. http://www.nasonline.org,+National Academy of Sciences -. "Robert Langlands". http://www.nasonline.org/member-directory/members/47401.html. 
  19. "The Abel Prize Laureate 2018". The Norwegian Academy of Science and Letters. http://www.abelprize.no/nyheter/vis.html?tid=73025। আহৰণ কৰা হৈছে: 20 March 2018. 
  20. http://www.nasonline.org,+National Academy of Sciences -. "Karen Uhlenbeck". http://www.nasonline.org/member-directory/members/40327.html. 
  21. Change, Kenneth (March 19, 2019). "Karen Uhlenbeck Is First Woman to Receive Abel Prize in Mathematics". New York Times. https://www.nytimes.com/2019/03/19/science/karen-uhlenbeck-abel-prize.html। আহৰণ কৰা হৈছে: 19 March 2019. 

বহিঃসংযোগ[সম্পাদনা কৰক]