এলজিবিটি লোক আৰু সামৰিক সেৱা
এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
প্ৰবন্ধৰ শৃংখলা |
এলজিবিটি |
---|
লেছবিয়ান ∙ গে' ∙ বাইচেক্সুৱেল ∙ ট্ৰান্সজেণ্ডাৰ |
সম্পৰ্কীয় |
LGBT portal |
লেছবিয়ান, গে, বাইচেক্সুৱেল, ট্ৰেন্সজেণ্ডাৰ আৰু কুইয়াৰ (এলজিবিটিকিউ) কৰ্মচাৰীসকলে বিশ্বৰ কিছুমান দেশৰ সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়াবলৈ সক্ষম। সেইসমূহৰ ভিতৰত দক্ষিণ আমেৰিকাৰ কিছুমান দেশ, যেনে আৰ্জেণ্টিনা, ব্ৰাজিল আৰু চিলিকে ধৰি বৃহৎ সংখ্যাগৰিষ্ঠতাৰে পশ্চিমীয়া দেশসমূহ, আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, জাপান, অষ্ট্ৰেলিয়া, মেক্সিকো, ফ্ৰান্স, ফিনলেণ্ড, ডেনমাৰ্ক আৰু ইজৰাইল আদি অন্তৰ্ভুক্ত হৈ আছে।
ই সমকামিতাক গ্ৰহণ কৰাৰ শেহতীয়া বিশ্বব্যাপী পৰিসংখ্যাৰ সৈতে সমানে খোজ দিয়ে, য'ৰ পৰা এইটো কথা স্পষ্ট হয় যে, এলজিবিটিকিউ সম্প্ৰদায়ৰ গ্ৰহণ কেৱল ধৰ্মনিৰপেক্ষ, সমৃদ্ধিশালী দেশসমূহতহে অধিক ব্যাপক হৈ পৰিছে।[1]
অৱশ্যে, গে আৰু লেছবিয়ান সৈনিকসকলৰ প্ৰতি গ্ৰহণযোগ্য নীতিয়ে সদায় নিশ্চয়তা নিদিয়ে যে এলজিবিটিকিউ নাগৰিকসকল সেই নিৰ্দিষ্ট সমাজত বৈষম্যৰ পৰা মুক্ত। আনকি এলজিবিটিকিউ ব্যক্তিসকলে সামৰিক বাহিনীত সেৱা আগবঢ়াবলৈ মুক্ত থকা দেশবোৰতো, কৰ্মীসকলে দুখ প্ৰকাশ কৰে যে- এই ক্ষেত্ৰখনত অন্তৰ্ভুক্তিকৰণৰ দিশটোক উন্নিত কৰণৰ প্ৰয়োজনিয়তা আছে। উদাহৰণস্বৰূপে ইজৰাইলত মুকলিভাৱে গে সৈনিকসকলৰ ব্যাপক গ্ৰহণযোগ্যতাৰ বাবে সুপৰিচিত এক সামৰিক বাহিনী থকাৰ পিছতো ইয়াত এলজিবিটিকিউ-পজিটিভ সামাজিক নীতি ৰূপায়ণৰ বাবে সংগ্ৰাম কৰিব লগা হয়[2][3]
ইতিহাসে এনে একোখন সমাজ দেখিবলৈ পাইছে যিয়ে সামৰিক বাহিনীত গে-সেৱাবাহিনীৰ সদস্যসকলক মুকলিভাৱে গ্ৰহণ বা অগ্ৰাহ্য কৰে। কিন্তু শেহতীয়াকৈ, আমেৰিকা যুক্তৰাষ্ট্ৰত "ডুনট্ আস্ক, ডুনট্ টেল" শীৰ্ষক ২০১০ চনৰ উচ্চ-পৰ্যায়ৰ শুনানিয়ে বিষয়টো আন্তঃৰাষ্ট্ৰীয় মনোযোগৰ কেন্দ্ৰলৈ লৈ গৈছিল। তেওঁলোকে এলজিবিটিকিউ হিচাপে চিনাক্ত কৰা সৈনিকসকলে সন্মুখীন হোৱা নিয়মীয়া বৈষম্য, হিংসা আৰু কষ্টৰ লগতে তেওঁলোকৰ সেৱাৰ ওপৰত থকা নিষেধাজ্ঞাৰ সপক্ষে আৰু বিৰুদ্ধে যুক্তিৰ ওপৰতো আলোকপাত কৰে।[4]
ইতিহাস
[সম্পাদনা কৰক]প্ৰাচীন গ্ৰীচৰ, থেবেসৰ চেকাৰ্ড বেণ্ড হৈছে ৩৭৮ খ্ৰীষ্টপূৰ্বৰ পৰা প্ৰচলিত এটা গে সামৰিক গোট আৰু এওঁলোক যুদ্ধত তেওঁলোকৰ কাৰ্যকৰীতাৰ বাবে জনাজাত আছিল।[5] জাপানৰ চামুৰাই শ্ৰেণীৰ মাজতো সমলিংগ প্ৰেমৰ উদাহৰণ আছে। এই প্ৰেম এজন প্ৰাপ্তবয়স্ক আৰু এজন সৰু প্ৰশিক্ষাৰ্থীৰ মাজৰ সম্পৰ্ক আছিল।[6]
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীত সমকামিতা নিয়ন্ত্ৰণ কৰিবলৈ, শাৰীৰিক পৰীক্ষা আৰু সাক্ষাৎকাৰৰ মাধ্যমেৰে নিযুক্তিৰ সময়ত প্ৰজনন বৈশিষ্ট্য থকা পুৰুষসকলক চিনাক্ত কৰা হৈছিল। এই পৰীক্ষাসমূহৰ ভিতৰত আছিল বহল নিতম্ব আৰু সম্ভাৱ্য সৈনিকসকলৰ মাজত গেগ ৰিফ্লেক্সৰ অনুপস্থিতি। এই দুয়োটা শাৰীৰিক বৈশিষ্ট্যৰ বাবে এজন লোকক চাকৰিৰ পৰা অযোগ্য ঘোষণা কৰিব পাৰিছিল। সমকামী আচৰণৰ অভিযোগত অভিযুক্ত বহুতো সৈনিকক "যৌন মানসিক ৰোগী" হিচাপে অব্যাহতি দিয়া হৈছিল।[7]
গে আৰু লেছবিয়ানসকলক সামৰিক বাহিনীত সেৱা আগবঢ়োৱাৰ বাবে অযোগ্য বুলি দিয়া যুক্তি প্ৰায়ে সাংস্কৃতিক নিয়ম আৰু মূল্যবোধৰ ওপৰত আধাৰিত আৰু সময়ৰ লগে লগে সেয়া সলনি হৈছে। প্ৰথমতে, এইটো বিশ্বাস কৰা হৈছিল যে সমকামীসকলে শাৰীৰিকভাৱে ফলপ্ৰসূভাৱে সেৱা আগবঢ়াবলৈ সক্ষম নহয়। ২০ শতিকাৰ শেষৰ ফালে তেনেই লঘু কিছুমান যুক্তিয়ে সামৰিক কাৰ্যকৰীতাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছিল। শেহতীয়া প্ৰমাণবোৰৰ ভিতৰত আছে বিপৰীতলিঙ্গ আৰু সমকামি সেৱাৰ সদস্যসকলৰ মাজত সংঘাতৰ সম্ভাৱনা আৰু সম্ভাৱ্য "বিপৰীতলিংগৰ অসন্তুষ্টি আৰু শত্ৰুতা।" [8]
বহুতো দেশে তেতিয়াৰ পৰা এই নীতিবোৰ সংশোধন কৰিছে আৰু গে আৰু লেছবিয়ানসকলক সামৰিক বাহিনীত মুকলিভাৱে সেৱা আগবঢ়াবলৈ অনুমতি দিছে (যেনে ১৯৯৩ চনত ইজৰাইল আৰু ২০০০ চনত ইউকে)। বৰ্তমান প্ৰায় সকলো নেটো সদস্যকে ধৰি ৩০খনতকৈ অধিক দেশ আছে, যিয়ে গে আৰু লেছবিয়ানসকলক সেৱা আগবঢ়াবলৈ অনুমতি দিয়ে, আৰু প্ৰায় ১০খন দেশ আছে যিবোৰে তেওঁলোকক বাহ্যিকভাৱে সেৱা আগবঢ়োৱাত নিষেধাজ্ঞা আৰোপ নকৰে।[9]
২০১০ চনত যেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰই 'ডণ্ট আস্ক ডণ্ট টেল' নীতি বাতিল কৰিছিল, তেতিয়া গে, লেছবিয়ান আৰু উভকামীসকলক সামৰিক বাহিনীত মুকলিভাৱে সেৱা আগবঢ়াবলৈ দিয়া নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা শেহতীয়া উন্নত দেশসমূহৰ ভিতৰত আমেৰিকা অন্যতম আছিল।[10]
দেশ অনুসৰি তালিকা
[সম্পাদনা কৰক]এলজিবিটি লোকে সেৱা আগবঢ়াব পাৰে |
কেৱল এলজিবি |
নিষিদ্ধ |
অজ্ঞাত আৰু অস্পষ্ট |
সামৰিক বাহিনীৰ অন্তৰ্গত নহয় |
Country | Status |
---|---|
আবখাজিয়া | অজ্ঞাত আৰু অস্পষ্ট |
আফগানিস্তান | নিষিদ্ধ |
আলবেনিয়া | Only LGB |
আলজেৰিয়া | Prohibited |
আৰ্জেণ্টিনা | LGBT people can serve |
আন্দৰা | No Military |
আংগলা | Unknown or unclear |
এণ্টিগুৱা আৰু বাৰ্বুডা | Prohibited |
আৰ্মেনিয়া | Prohibited |
অষ্ট্ৰেলিয়া | LGBT people can serve |
অষ্ট্ৰিয়া | LGBT people can serve |
আজেৰবাইজান | Prohibited |
বাহামাছ | Only LGB |
বাহৰেইন | Prohibited |
বাংলাদেশ | Prohibited |
বাৰ্বাড'ছ | Prohibited |
বেলাৰুছ | Prohibited |
বেলজিয়াম | LGBT people can serve |
বেলাইজ | Prohibited |
বেনিন | Unknown or unclear |
ভূটান | Prohibited |
বলিভিয়া | LGBT people can serve |
বচনিয়া আৰু হাৰজেগ’ভিনা | Only LGB |
বৎচোৱানা | Only LGB |
ব্ৰাজিল | LGBT people can serve |
ব্ৰুণেই | Prohibited |
বুলগেৰিয়া | Only LGB |
বাৰ্কিনা ফাছো | Unknown or unclear |
বুৰুণ্ডী | Prohibited |
কম্বোডিয়া | Unknown or unclear |
কেমেৰুন | Prohibited |
কানাডা | LGBT people can serve |
কেপ ভাৰ্ডে | Unknown or unclear |
চেণ্ট্ৰেল আফ্ৰিকান ৰিপাব্লিক | Unknown or unclear |
চাদ | Prohibited |
চিলি | LGBT people can serve |
চীন | Prohibited |
কলম্বিয়া | Only LGB |
কম'ৰছ | Prohibited |
কংগো | Unknown or unclear |
কষ্টা ৰিকা | No Standing Military |
ক্ৰয়েছিয়া | Only LGB |
কিউবা | LGBT people can serve |
চাইপ্ৰাছ | Only LGB |
চেক গণৰাজ্য | LGBT people can serve |
কংগো গণৰাজ্য | Unknown or unclear |
ডেনমাৰ্ক | LGBT people can serve |
ডমিনিকা | Prohibited |
ডমিনিকান গণৰাজ্য | Prohibited |
দীজিবৌটি | Unknown or unclear |
টিমুৰ লেষ্টে | Unknown or unclear |
ইকুৱেডৰ | Unknown or unclear |
ইজিপ্ত | Prohibited |
এল চালভাড’ৰ | Only LGB[11] |
বিষুৱীয় গিনি | Unknown or unclear |
এৰিট্ৰিয়া | Prohibited |
এষ্ট’নিয়া | LGBT people can serve |
স্বাজিলেণ্ড | Prohibited |
ইথিঅ'পিয়া | Prohibited |
ফিজি | Unknown or unclear |
ফিনলেণ্ড | LGBT people can serve |
ফ্ৰান্স | LGBT people can serve |
গেবন | Prohibited |
গাম্বিয়া | Prohibited |
জৰ্জিয়া | Unknown or unclear |
জাৰ্মানী | LGBT people can serve |
ঘানা | Prohibited |
গ্ৰীচ | Only LGB |
গ্ৰেনেডা | No Military |
গুৱেটমালা | Unknown or unclear |
গুইনিয়া | Prohibited |
গুইনিয়া-বিচ্চাও | Unknown or unclear |
গুৱানা | Only LGB |
হাইটি | No Standing Military |
হন্দুৰাছ | Prohibited |
হাংগেৰী | Only LGB |
আইচলেণ্ড | No Standing Military |
ভাৰত | Unknown or unclear |
ইণ্ডোনেছিয়া | Prohibited |
ইৰান | Prohibited |
ইৰাক | Prohibited |
আয়াৰলেণ্ড | LGBT people can serve |
ইজৰাইল | LGBT people can serve |
ইটালী | Only LGB |
আইভৰি ক’ষ্ট | Unknown or unclear |
জামাইকা | Prohibited |
জাপান | LGBT people can serve |
জৰ্ডান | Unknown or unclear |
কাজাখাস্তান | Only LGB |
কেনিয়া | Prohibited |
কিৰিবাছ | No Military |
কচভ’ | Only LGB |
কুৱেইট | Prohibited |
কিৰগিজস্তান | Unknown or unclear |
লাউচ | Unknown or unclear |
লাটভিয়া | Only LGB |
লেবানন | Prohibited |
লেছথ’ | Unknown or unclear |
লাইবেৰিয়া | Prohibited |
লিবিয়া | Prohibited |
লাইচটেনষ্টাইন | No Military |
লিথুৱানিয়া | Only LGB |
লাক্সেমবাৰ্গ | LGBT people can serve |
মাদাগাস্কাৰ | Unknown or unclear |
মালাৱী | Prohibited |
মালয়েছিয়া | Prohibited |
মালদ্বীপ | Prohibited |
মালি | Prohibited |
মালটা | LGBT people can serve |
মাৰ্ছাল দ্বীপপুঞ্জ | No Military |
মৌৰিতানিয়া | Prohibited |
মৰিছাছ | Unknown or unclear |
মেক্সিকো | LGBT people can serve (Legal Limbo) |
মাইক্ৰ’নেছিয়া | No Military |
মলডভা | Only LGB |
মনাকো | LGBT people can serve (France responsible for Defense) |
মংগোলিয়া | Unknown or unclear |
মণ্টেনেগ্ৰ | Only LGB |
মৰক্কো | Prohibited |
মজাম্বিক | Prohibited |
ম্যানমাৰ | Prohibited |
নামিবিয়া | Prohibited |
নাউৰু | No Military |
নেপাল | Only LGB |
নেডাৰলেণ্ডচ | LGBT people can serve |
নিউজিলেণ্ড | LGBT people can serve |
নিকাৰাগুৱা | Unknown or unclear |
নাইজাৰ | Unknown or unclear |
নাইজেৰিয়া | Prohibited |
চাইপ্ৰাছৰ উত্তৰাঞ্চল | Prohibited |
উত্তৰ কোৰিয়া | Prohibited |
উত্তৰ মেছেদনীয়া | Only LGB |
নৰৱে | LGBT people can serve |
ওমান | Prohibited |
পাকিস্তান | Prohibited |
পালাউ | No Military |
পেলেষ্টাইন | Prohibited |
পানামা | No Standing Military |
পাপুৱা নিউগিনি | Prohibited |
পাৰাগুৱে | Only LGB |
পেৰু | Only LGB |
ফিলিপাইন | LGBT people can serve (Gender expression is restricted to gender stated in certificate of live birth)[12] |
পোলেণ্ড | Only LGB |
পৰ্তুগাল | Only LGB |
কাটাৰ | Prohibited |
ৰোমানিয়া | Only LGB |
ৰাছিয়া | Prohibited |
ৰুৱাণ্ডা | Unknown or unclear |
ছেইণ্ট কিট্টিচ আৰু নেভিচ | Prohibited |
ছেইণ্ট লুছিয়া | No Military |
ছেইণ্ট ভিনচেণ্ট আৰু গ্ৰেনাদাইনছ | No Military |
চাও টমে আৰু প্ৰিন্সিপে | Unknown or unclear |
চামোৱা | No Military |
ছান মাৰিণ' | Unknown or unclear |
চৌদি আৰৱ | Prohibited |
ছেনেগাল | Prohibited |
ছাৰ্বিয়া | Only LGB |
ছেচেল্লেচ | Unknown or unclear |
ছিয়েৰা লিয়ন | Prohibited |
ছিংগাপুৰ | Only LGB |
শ্ল'ভাকিয়া | Only LGB |
শ্ল’ভেনিয়া | Only LGB |
চল’মন দ্বীপপুঞ্জ | Prohibited |
ছোমালিয়া | Prohibited |
ছোমালিলেণ্ড | Prohibited |
দক্ষিণ আফ্ৰিকা | Only LGB |
দক্ষিণ কোৰিয়া | Unknown or unclear |
দক্ষিণ অচ্ছেটিয়া | Unknown or unclear |
দক্ষিণ ছুডান | Prohibited |
স্পেইন | LGBT people can serve |
শ্ৰীলংকা | Prohibited |
ছুদান | Prohibited |
ছুৰিনাম | Unknown or unclear |
ছুইডেন | LGBT people can serve[13] |
ছুইজাৰলেণ্ড | LGBT people can serve |
ছিৰিয়া | Prohibited |
টাইৱান | Only LGB |
তাজিকিস্তান | Unknown or unclear |
তাঞ্জানিয়া | Prohibited |
থাইলেণ্ড | LGBT people can serve |
তগ’ | Prohibited |
টংগা | Prohibited |
ট্ৰেন্সনিষ্ট্ৰিয়া | Unknown or unclear |
ট্ৰিনিদাদ আৰু ট'বেগ' | Prohibited |
তুনিছিয়া | Prohibited |
তুৰস্ক | Prohibited |
তুৰ্কমেনিস্তান | Prohibited |
টুভালু | No Military |
উগাণ্ডা | Prohibited |
ইউক্ৰেইন | Only LGB[14][15] |
সংযুক্ত আৰৱ আমিৰাত | Prohibited |
যুক্তৰাজ্য | Only LGB |
আমেৰিকা যুক্তৰাষ্ট্ৰ | LGBT people can serve |
উৰুগুৱে | Only LGB |
উজবেকিস্তান | Prohibited |
ভানুৱাটু | Unknown or unclear |
ভেটিকান চিটি | No Military |
ভেনিজুৱেলা | Only LGB |
ভিয়েটনাম | Only LGB |
পশ্চিম চাহাৰা | Prohibited |
য়েমেন | Prohibited |
জাম্বিয়া | Prohibited |
জিম্বাৱৱে | Prohibited |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "The Global Divide on Homosexuality Greater Acceptance in More Secular and Affluent Countries". Pew Research Center. 2013-06-04. Archived from the original on 2013-11-03. https://web.archive.org/web/20131103034522/http://www.pewglobal.org/2013/06/04/the-global-divide-on-homosexuality/। আহৰণ কৰা হৈছে: 29 November 2013.
- ↑ . 2013-12-12. Archived from the original on 2015-04-02. https://web.archive.org/web/20150402152532/http://www.haaretz.com/news/national/.premium-1.563186.
- ↑ . 2012-06-13. Archived from the original on 2020-01-22. https://web.archive.org/web/20200122012143/https://www.theguardian.com/world/2012/jun/13/israeli-military-gay-pride-photo.
- ↑ "House votes to end 'don't ask, don't tell' policy". 2010-05-28. Archived from the original on 2017-10-23. https://web.archive.org/web/20171023065731/http://www.washingtonpost.com/wp-dyn/content/article/2010/05/27/AR2010052704540.html.
- ↑ Homosexuality in Greece and Rome Archived 2019-04-18 at the Wayback Machine, 2.14 Plutarch, Pelopidas 18-19
- ↑ Love of the Samurai: A Thousand Years of Japanese Homosexuality Archived 2016-12-06 at the Wayback Machine, Tsuneo Watanabe and Junʼichi Iwata, 1989.
- ↑ Homosexuals in the U.S. Military: Open Integration and Combat Effectiveness Archived 2016-06-04 at the Wayback Machine, By Elizabeth Kier, International Security 23, no.2, MIT Press, 1998, p. 5-39
- ↑ "GAYS IN FOREIGN MILITARIES 2010: A GLOBAL PRIMER". Palm Center. 2010. Archived from the original on 2016-04-15. https://web.archive.org/web/20160415214730/http://www.palmcenter.org/files/FOREIGNMILITARIESPRIMER2010FINAL.pdf। আহৰণ কৰা হৈছে: 2013-12-02.
- ↑ Countries Where Gays Do Serve Openly In The Military Archived 2019-02-21 at the Wayback Machine, May 25, 2011 Retrieved 2013-15-11
- ↑ 'Don't ask, don't tell' ban on openly gay troops overturned, Senate passes bill 65-31 Archived 2019-12-20 at the Wayback Machine, Dec 18, 2010, Retrieved 2013-15-11
- ↑ Asociación Salvadoreña de Derechos Humanos “Entre Amigos” (2010). HUMAN RIGHTS SITUATION OF LESBIAN, GAY, BISEXUAL AND TRANSGENDER PERSONS IN EL SALVADOR: Shadow Report submitted to the United Nations Human Rights Committee. প্ৰকাশক San Salvador. Archived from the original on 2011-08-05. https://web.archive.org/web/20110805202339/http://www.iglhrc.org/binary-data/ATTACHMENT/file/000/000/439-1.pdf। আহৰণ কৰা হৈছে: 2023-10-19.
- ↑ Mangosing, Frances (15 February 2017). "'LGBT hopefuls welcome; must wear uniform based on gender at birth'" (en ভাষাত). Philippine Daily Inquirer. https://newsinfo.inquirer.net/871823/lgbt-hopefuls-welcome-must-wear-uniform-based-on-gender-at-birth.
- ↑ Fia Sundevall & Alma Persson (2016) "LGBT in the Military: Policy Development in Sweden 1944–2014", Sexuality Research and Social Policy, June 2016, Volume 13, Issue 2, pp 119-129, https://link.springer.com/article/10.1007/s13178-015-0217-6/fulltext.html
- ↑ Garcia, Horaci (31 May 2022). "Ukraine's 'unicorn' LGBTQ soldiers head for war". Reuters. https://www.reuters.com/world/europe/ukraines-unicorn-lgbtq-soldiers-head-war-2022-05-31/। আহৰণ কৰা হৈছে: 28 September 2023.
- ↑ "Ukraine's gay soldiers fight Russia—and for their rights". The Economist. 5 April 2023. https://www.economist.com/europe/2023/04/05/ukraines-gay-soldiers-fight-russia-and-for-their-rights.