এলাহাবাদী মধুৰীআম
অৱয়ব
| এলাহাবাদী মধুৰীআম | |
|---|---|
| ভৌগোলিক স্বীকৃতি | |
| বৰ্ণনা | এলাহাবাদত খেতি কৰা ফল |
| অঞ্চল | এলাহাবাদ, উত্তৰ প্ৰদেশ |
| দেশ | ভাৰত |
এলাহাবাদী মধুৰীআম বা এলাহাবাদী চুৰখা, যাক এপল গুৱাভা বুলিও জনা যায়[1][2], সাধাৰণ বগা ৰঙৰ পৰিৱৰ্তে ভিতৰত গভীৰ গোলাপী ৰঙৰ আৰু বাহিৰৰ ছাল আপেলৰ দৰে ৰঙা।[3] এই ফলটো মিঠা, আৰু কম গুটিৰ সৈতে প্ৰচুৰ সোৱাদযুক্ত আৰু দুয়ো মূৰ সমান্য চাপ খোৱা হয়। উদ্ভিদবোৰ শক্তিশালী, গম্বুজ আকৃতিৰ আৰু সংকুচিত।[4] এই মধুৰীআমৰ উত্তৰ প্ৰদেশ অঞ্চলৰ এলাহাবাদ অঞ্চলত খেতি কৰা হয়।[5] এলাহাবাদী চুৰখাৰ খেতি বৰ্তমান প্ৰায় ১০০০ হেক্টৰ মাটিত কৰা হয়, প্ৰধানকৈ কৌশাম্বী আৰু কৌৰিহাৰ -এলাহাবাদৰ দ্বিতীয় জিলাৰ অন্তৰ্গত খেতি কৰা হয়।[6] এই ফলবিধ চিকিৎসা গুণৰ বাবে জনাজাত, যেনে শীতকালত ই ৰোগৰ লক্ষণসমূহ নিষ্ক্ৰিয় কৰে।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Prayagraj's iconic Allahabadi Surkha guava may soon be available year-round". https://www.hindustantimes.com/cities/others/prayagrajs-iconic-allahabadi-surkha-guava-may-soon-be-available-yearround-101755451896091.html.
- ↑ "Guava: Apple of tropics". The Telegraph. http://www.telegraphindia.com/1140207/jsp/saltlake/story_17906989.jsp#.VrX4Jvl97IU.
- ↑ 3.0 3.1 Rashid, Omar. "Fruit of labour". The Hindu. http://www.thehindu.com/todays-paper/tp-national/fruit-of-labour/article4334249.ece.
- ↑ Psidium guajava
- ↑ "Allahabad Surkha (Geographical Indication), Uttar Pradesh (India)". www.google.com. https://www.google.com/maps/d/viewer?mid=zvDBXktAPMcU.k82S7AlG_6uY&hl=en_US। আহৰণ কৰা হৈছে: 2017-01-09.
- ↑ "Allahabadi Surkha to reach Middle East, Pakistan - Times of India". The Times of India. http://timesofindia.indiatimes.com/city/allahabad/Allahabadi-Surkha-to-reach-Middle-East-Pakistan/articleshow/26376825.cms.