এশিঙীয়া গঁড়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


এশিঙীয়া গঁড়
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Perissodactyla
পৰিয়াল: Rhinocerotidae
গণ: Rhinoceros
প্ৰজাতি: R. unicornis
বৈজ্ঞানিক নাম
Rhinoceros unicornis

গঁড় (বৈজ্ঞানিক নাম: Rhinoceros unicornis) এটি স্তন্যপায়ী জন্তু; সকলো গঁড়েই লুপ্তপ্ৰায় প্ৰাণী৷[1] ইয়াক একচৰ, একশৃংগ, খড়্গী আদি নামেৰেও জনা যায়। পৃথিৱীত বৰ্তমান ৩০০০ মানহে গঁড় আছে আৰু ইয়াৰে প্ৰায় ২০০০ অসমত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা অভয়াৰণ্য আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়।[2]


দৈহিক গঠন[সম্পাদনা কৰক]

চাৰিঠেঙীয়া

আচৰণ[সম্পাদনা কৰক]

স্থিতি তথা সংৰক্ষণ[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]