বৰ্ধিত উপগ্ৰহ উৎক্ষেপণ যান
বৰ্ধিত উপগ্ৰহ উৎক্ষেপণ যান | |
| কাৰ্য | সৰু উৎক্ষেপণ যান |
|---|---|
| Manufacturer | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা |
| মূল দেশ | ভাৰত |
| আকাৰ | |
| Height | 24 মিটাৰ (79 ফুট) |
| Diameter | 1 মিটাৰ (3.3 ফুট) |
| Mass | ৪১,০০০ কেজি (৯০,০০০ পাউণ্ড) |
| ধাৰণ-ক্ষমতা | |
| ৪০০ কিলোমিটাৰ নিম্ন ভূ-কক্ষপথলৈ পে লোড | |
| Mass | ১৫০ কেজি (৩৩০ পাউণ্ড) |
| সহযোগী ৰকেট | |
| পৰিয়াল | এছ এল ভি, পি এছ এল ভি, জি এছ এল ভি |
| উৎক্ষেপণ ইতিহাস | |
| বৰ্তমান স্থিতি | অৱসৰপ্ৰাপ্ত |
| উৎক্ষেপণ স্থলী | শ্ৰীহৰিকোটা |
| মুঠ উৎক্ষেপণ | ৪ |
| সফল | ১ |
| বিফল | ২ |
| আংশিকভাৱে বিফল | ১ |
| প্ৰথম উৰণ | ২৪ মাৰ্চ, ১৯৮৭ |
| অন্তিম উৰণ | ৫ মে’, ১৯৯৪ |
| Carries passengers or cargo | সম্প্ৰসাৰিত ৰোহিণী উপগ্ৰহ শৃংখলা |
| প্ৰথম পৰ্যায় | |
| Powered by | ২ গোটা |
| Maximum thrust | 502.6 kN (1,13,000 lbf) each |
| আপেক্ষিক ঘাতবল | ২৫৩ ছেকেণ্ড |
| জ্বলন কাল | ৪৯ ছেকেণ্ড |
| ইন্ধন | গোটা |
| দ্বিতীয় পৰ্যায় | |
| Powered by | ১ গোটা |
| Maximum thrust | 702.6 kN (1,58,000 lbf) |
| আপেক্ষিক ঘাতবল | ২৫৯ ছেকেণ্ড |
| জ্বলন কাল | ৪৫ ছেকেণ্ড |
| ইন্ধন | গোটা |
| তৃতীয় পৰ্যায় | |
| Powered by | ১ গোটা |
| Maximum thrust | 304 kN (68,000 lbf) |
| আপেক্ষিক ঘাতবল | ২৭৬ ছেকেণ্ড |
| জ্বলন কাল | ৩৬ ছেকেণ্ড |
| ইন্ধন | গোটা |
| চতুৰ্থ পৰ্যায় | |
| Powered by | ১ গোটা |
| Maximum thrust | 90.7 kN (20,400 lbf) |
| আপেক্ষিক ঘাতবল | ২৭৭ ছেকেণ্ড |
| জ্বলন কাল | ৪৫ ছেকেণ্ড |
| ইন্ধন | গোটা |
| পঞ্চম পৰ্যায় | |
| Powered by | ১ গোটা |
| Maximum thrust | 35 kN (7,900 lbf) |
| আপেক্ষিক ঘাতবল | ২৮১ ছেকেণ্ড |
| জ্বলন কাল | ৩৩ ছেকেণ্ড |
| ইন্ধন | গোটা |
বৰ্ধিত উপগ্ৰহ উৎক্ষেপণ যান (ইংৰাজী: Augmented Satellite Launch Vehicle) বা অগ্ৰগামী উপগ্ৰহ উৎক্ষেপণ যান (ইংৰাজী: Advanced Satellite Launch Vehicle) (সংক্ষেপে ASLV) নিম্ন ভূ-কক্ষপথত ১৫০ কিলোগ্ৰাম ওজনৰ উপগ্ৰহ স্থাপন কৰিবলৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা বিকশিত পাঁচটা পৰ্যায় বিশিষ্ট এখন গোটা ইন্ধনযুক্ত ৰকেট।[1] এটা ভূ-স্থিৰ কক্ষপথত পেলোড স্থাপন কৰিবলৈ প্ৰয়োজনীয় প্ৰযুক্তিৰ বিকাশ সাধন কৰাৰ উদ্দেশ্যে ১৯৮০ দশকৰ সময়ছোৱাত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই এই প্ৰকল্পটো আৰম্ভ কৰে।[2][3] এ এছ এল ভিৰ আৰ্হি এছ এল ভিৰ আধাৰত প্ৰস্তুত কৰা হৈছিল।[4]একে সময়তে পি এছ এল ভি আৰু এ এছ এল ভি দুয়োটা কাৰ্যসূচীৰ বাবে ইছৰোৰ পৰ্যাপ্ত পুঁজি নাছিল আৰু সেয়েহে প্ৰাৰম্ভিক উন্নয়নশীল উৰণৰ পাছতেই এ এছ এল ভি কাৰ্যসূচীৰ অৱসান ঘটোৱা হয়।[2] সম্প্ৰসাৰিত ৰোহিণী উপগ্ৰহ শৃংখলা আছিল এ এছ এল ভিৰ পেলোড।[4]
যান
[সম্পাদনা কৰক]এ এছ এল ভি আছিল পাঁচটা পৰ্যায় বিশিষ্ট এখন গোটা ইন্ধনযুক্ত ৰকেট। ৪৭° নতি সহ ৪০০ কিলোমিটাৰৰ এটা কক্ষপথত প্ৰায় ১৫০ কিলোগ্ৰাম ওজনৰ পেলোড স্থাপন কৰিব পৰাকৈ এ এছ এল ভিৰ ধাৰণ ক্ষমতা আছিল। উৎক্ষেপণৰ সময়ত এ এছ এল ভিয়ে ৯২, ৭৮০ kgf থ্ৰাষ্ট্ উৎপাদন কৰিছিল। ২৩.৫ মিটাৰ দৈৰ্ঘ্যৰ আৰু ১ মিটাৰ আন্তঃব্যাসৰ এই ৰকেটখনৰ ওজন আছিল ৪১,০০০ কিলোগ্ৰাম।[4]
ইতিহাস
[সম্পাদনা কৰক]এ এছ এল ভিয়ে চাৰিটাকৈ উৎক্ষেপণ সম্পন্ন কৰিছিল। ইয়াৰে দুবাৰ বিফল, এবাৰ আংশিকভাৱে বিফল আৰু এবাৰ সফল হৈছিল। ১৯৮৭ চনৰ ২৪ মাৰ্চত এ এছ এল ভিয়ে প্ৰথম উৰণ সম্পন্ন কৰিছিল আৰু ১৯৯৪ চনৰ ৫ মে'ত কৰা উৎক্ষেপণ আছিল এ এছ এল ভিৰ অন্তিম উৰণ।
উৎক্ষেপণ পৰিসংখ্যা
[সম্পাদনা কৰক]- বিফল
- আংশিকভাৱে বিফল
- সফল
উৎক্ষেপণ ইতিহাস
[সম্পাদনা কৰক]এ এছ এল ভিৰ চাৰিওটা উৎক্ষেপণ সতীশ ধৱন মহাকাশ কেন্দ্ৰত থকা এ এছ এল ভি নিক্ষেপণ মঞ্চৰ পৰা কৰা হৈছিল।
| ক্ৰমিক নং | শিৰোনাম | তাৰিখ / সময় (UTC) | উৎক্ষেপণ যান | উৎক্ষেপণ স্থলী | পেলোড | পেলোড ভৰ | কক্ষপথ | ব্যৱহাৰকাৰী | পৰিণাম |
|---|---|---|---|---|---|---|---|---|---|
| ১ | ASLV-D1 | ২৪ মাৰ্চ, ১৯৮৭[5][6] | এ এছ এল ভি | সতীশ ধৱন মহাকাশ কেন্দ্ৰ | SROSS-1 | ১৫০ কেজি (৩৩০ পাউণ্ড) | নিম্ন ভূ-কক্ষপথ | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা | বিফল |
| উৎক্ষেপণৰ পাছতেই প্ৰথম পৰ্যায়ত জ্বলিবলৈ ব্যৰ্থ হয়। | |||||||||
| ২ | ASLV-D2 | ১৩ জুলাই, ১৯৮৮[5][6] | এ এছ এল ভি | সতীশ ধৱন মহাকাশ কেন্দ্ৰ | SROSS-2 | ১৫০ কেজি (৩৩০ পাউণ্ড) | নিম্ন ভূ-কক্ষপথ | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা | বিফল |
|
Control problems caused launcher to disintegrate | |||||||||
| ৩ | ASLV-D3 | ২০ মে’, ১৯৯২[5][6] | এ এছ এল ভি | সতীশ ধৱন মহাকাশ কেন্দ্ৰ | SROSS-C | ১০৬ কেজি (২৩০ পাউণ্ড) | নিম্ন ভূ-কক্ষপথ | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা | আংশিকভাৱে বিফল[7] |
| Orbit lower than expected and incorrect spin-stabilization. Decayed quickly. | |||||||||
| ৪ | ASLV-D4 | ৫ মে’, ১৯৯৪[5][6] | এ এছ এল ভি | সতীশ ধৱন মহাকাশ কেন্দ্ৰ | SROSS-C2 | ১১৩ কেজি (২৫০ পাউণ্ড) | নিম্ন ভূ-কক্ষপথ | ভাৰতীয় মহাকাশ গৱেষণা সংস্থা | সফল[7] |
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "ASLV". http://www.isro.org/launchers/aslv। আহৰণ কৰা হৈছে: 28 December 2014.
- 1 2 "Archived copy". Archived from the original on 2009-08-29. https://web.archive.org/web/20090829151541/http://www.bharat-rakshak.com/SPACE/space-launchers-aslv.html। আহৰণ কৰা হৈছে: 2009-07-19.
- ↑ Menon, Amarnath (15 April 1987). "Setback in the sky". India Today. http://indiatoday.intoday.in/story/failure-of-aslv-mission-comes-a-major-blow-to-india-ambitious-space-programme/1/336942.html। আহৰণ কৰা হৈছে: 18 January 2014.
- 1 2 3 "Encyclopedia Astronautica Index: 1". http://www.astronautix.com/lvs/aslv.htm.
- 1 2 3 4 McDowell, Jonathan. "Launch Log". Jonathan's Space Page. http://www.planet4589.org/space/log/launchlog.txt। আহৰণ কৰা হৈছে: 19 December 2011.
- 1 2 3 4 "List of ASLV Launches". Archived from the original on January 8, 2019. https://web.archive.org/web/20190108200736/https://www.isro.gov.in/launchers/list-of-aslv-launches। আহৰণ কৰা হৈছে: January 8, 2019.
- 1 2 http://heasarc.gsfc.nasa.gov/docs/heasarc/missions/sross3.html[সংযোগবিহীন উৎস]