ঐশ্বৰ্য সখুজা
অৱয়ব
ঐশ্বৰ্য সখুজা নাগ | |
---|---|
![]() ২০১৪ চনত ঐশ্বৰ্য সখুজা নাগ | |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | মডেল, অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ২০০৭ চনৰ পৰা বৰ্তমানলৈকে |
দাম্পত্যসঙ্গী | ৰোহিত নাগ (বি. ২০১৪) |
ঐশ্বৰ্য সখুজা-নাগ এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী। তেওঁ ২০০৬ চনত মিছ ইণ্ডিয়াৰ চূড়ান্ত প্ৰতিযোগী আছিল।[1] ২০১০ চনৰ পৰা ২০১২ চনলৈকে চনী টিভিৰ শ্ব' ছাছ বীনা সসুৰালত ট'ষ্টীৰ চৰিত্ৰত অভিনয় কৰিছিল।[2] সখুজা-নাগক দেখিবলৈ পোৱা অনুষ্ঠানৰ ভিতৰত মেইন না ভূলুংগী, ত্ৰিদেৱিয়ান, ৰিষ্ট ডট কম আৰু য়েহ হাই চাহাটেইন উল্লেখযোগ্য। তেওঁ নাচ বলিয়ে ৭ আৰু Fear Factor: Khatron Ke Khiladi 7ৰ প্ৰতিযোগীও আছিল।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]সখুজা-নাগে ২০১৪ চনৰ ৫ ডিচেম্বৰত তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক ৰোহিত নাগৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[3]

চলচ্চিত্ৰ
[সম্পাদনা কৰক]বছৰ | চলচ্চিত্ৰ | ভূমিকা | তথ্যসূত্ৰ |
---|---|---|---|
2007 | ভূল ভুলৈয়া | শীৰ্ষক গীতৰ নৰ্তকী ৰূপে | |
2011 | ইউ আৰ মাই জান | নিশা | [4] |
২০১৯ | উজড়া চমন | একতা | [5] |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ . 30 August 2011. Archived from the original on 26 January 2013. https://archive.today/20130126040229/http://articles.timesofindia.indiatimes.com/2011-08-30/tv/29944664_1_movie-buff-film-big-screen.
- ↑ . Archived from the original on 2013-12-30. https://web.archive.org/web/20131230232930/http://articles.timesofindia.indiatimes.com/2010-11-01/tv/28252258_1_diwali-dhamaka-hot-seat-kaun-banega-crorepati.
- ↑ "Aishwarya Sakhuja, Rohit Nag wedding date revealed!". The Times of India. 1 May 2014. http://timesofindia.indiatimes.com/videos/celebs/Aishwarya-Sakhuja-Rohit-Nag-wedding-date-revealed/videoshow/31202859.cms.
- ↑ "U R My Jaan movie preview". glamsham.com. 2011-09-23. http://www.glamsham.com/movies/previews/06-u-r-my-jaan-movie-preview-091112.asp। আহৰণ কৰা হৈছে: 2014-05-21.
- ↑ "'Ujda Chaman' trailer: Ayushmann Khurrana's 'Bala' to face competition from Sunny Singh's 'Ujda Chaman'". The Times of India. 1 October 2019. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/ujda-chaman-trailer-ayushmann-khurranas-bala-to-face-competition-from-sunny-singhs-ujda-chaman/articleshow/71388372.cms। আহৰণ কৰা হৈছে: 1 October 2019.