ওড়িয়া কবিৰ তালিকা
অৱয়ব
- বলৰাম দাস (১৪৭৪—১৫২২)
- জগন্নাথ দাস (১৪৯০—১৫৫০)
- অনন্ত দাস (পঞ্চদশ শতিকাৰ কবি)
- যশোবন্ত দাস (পঞ্চদশ শতিকাৰ কবি)
- সাৰলা দাস (পঞ্চদশ শতিকাৰ কবি)
- অচ্যুতানন্দ দাস (ষষ্ঠদশ শতিকাৰ কবি)
- মাধৱী দাসী (ষষ্ঠদশ শতিকাৰ কবি)
- পুৰুষোত্তম দাস (১৫৫০—১৬০০)
- দীনকৃষ্ণ দাস (১৬৫০—১৭১০)
- বনমালী দাস (১৭২০—১৭৯৩)
- ব্ৰজনাথ বড়জেনা (১৭২৯–১৭৯৯)
- অভিমন্যু সামন্ত সিংহ (১৭৬০—১৮০৬)
- যাদুমণি মহাপাত্ৰ (১৭৮১—১৮৬৬)
- গোপালকৃষ্ণ পট্টনায়ক (১৭৮৪—১৮৬২)
- বলদেৱ ৰথ (১৭৮৯—১৮৪৫)
- সুলক্ষণা দেৱী (১৮২৯—১৯০১)
- মধুসূদন ৰাও (১৮৫৩—১৯১২)
- গংগাধৰ মেহেৰ (১৮৬২—১৯২৪)
- ৰেবা ৰায় (১৮৭৬—১৯৫৭)
- গোপবন্ধু দাস (১৮৭৭—১৯২৮)
- নন্দ কিশোৰ বল (১৮৭৫—১৯২৮)
- আচাৰ্য হৰিহৰ (১৮৭৯—১৯৭১)
- ব্ৰজসুন্দৰ দাস (১৮৮০—১৯৪৪)
- মনোহৰ মেহেৰ (১৮৮৫—১৯৬৯)
- বীৰকিশোৰ দাস (১৮৯৮—১৯৭৩)
- গোদাবৰীশ মহাপাত্ৰ (১৮৯৮—১৯৬৫)
- কুন্তলা কুমাৰী সাবত (১৯০১—১৯৩৮)
- কালিন্দী চৰণ পাণিগ্ৰাহী (১৯০১—১৯৯১)
- ৰাধামোহন গড়নায়ক (১৯১১—২০০০)
- নিত্যানন্দ মহাপাত্ৰ (১৯১২—২০১২)
- সচ্চিদানন্দ ৰাউতৰায় (১৯১৬—২০০৪)
- বিনোদ চন্দ্ৰ নায়ক (১৯১৯—২০০৩)
- জয়ন্ত মহাপাত্ৰ (১৯২৮—২০২৩)
- গোবিন্দ দাস (১৯২৯—২০০৮)
- ৰবি সিং (১৯৩১—২০২০)
- বীৰেন্দ্ৰ কুমাৰ ভূয়াঁ (১৯৩৩—১৯৯১)
- মনোজ দাস (১৯৩৪—২০২১)
- ব্ৰহ্মোত্ৰী মহান্তী (১৯৩৪—২০১০)
- মনোৰমা মহাপাত্ৰ (১৯৩৪—২০২১)
- ৰমাকান্ত ৰথ (১৯৩৪—২০২৫)
- ব্ৰজনাথ ৰথ (১৯৩৬—২০১৪)
- কল্পনা কুমাৰী দেৱী (১৯৩৬—২০১৭)
- সীতাকান্ত মহাপাত্ৰ (১৯৩৭)
- ৰমেশ চন্দ্ৰ ভঞ্জ (১৯৪০—২০১৫)
- সৌভাগ্য কুমাৰ মিশ্ৰ (১৯৪১)
- ৰাজেন্দ্ৰ কিশোৰ পণ্ডা (১৯৪৪—২০২৫)
- গোপাল কৃষ্ণ ৰথ (১৯৪৫—২০১৬)
- প্ৰতিভা শতপথী (১৯৪৫)
- হৰপ্ৰসাদ দাস (১৯৪৬)
- প্ৰসন্ন কুমাৰ পাট্টশাণী (১৯৪৬)
- মমতা দাশ (১৯৪৭)
- যশোধৰা মিশ্ৰ (১৯৫১)
- জচিন্দ্ৰ ৰাউত (১৯৬৫)
- তপন কুমাৰ প্ৰধান (১৯৭২)
- গায়ত্ৰীবালা পাণ্ডা (১৯৭৭)