কনিমোঝী
কনিমোঝি কৰুণানিধি | |
---|---|
![]() ২০২০ চনত কনিমোঝি | |
লোকসভাৰ সাংসদ | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ১৮ জুন ২০১৯ | |
বিৰোধী দলপতি | নৰেন্দ্ৰ মোদী |
পূৰ্বসূৰী | জে. জয়সিং ত্যাগৰাজ নাটাৰ্জী |
সমষ্টি | থট্টুকুড়ি |
ৰাজ্যসভাৰ সাংসদ | |
কাৰ্যকাল ২৫ জুলাই ২০০৭ – ২৩ মে ২০১৯ | |
বিৰোধী দলপতি |
|
পূৰ্বসূৰী | এছ. জি. ইন্দিৰা |
উত্তৰসূৰী | পি ৱিলছন |
সমষ্টি | তামিলনাডু |
অধ্যক্ষ –গ্ৰাম্য উন্নয়ন আৰু পঞ্চায়তীৰাজৰ স্থায়ী সমিতি | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ১৩ ছেপ্তেম্বৰ ২০২২ | |
পূৰ্বসূৰী | প্ৰতাপৰাও যাদৱ |
অধ্যক্ষ – জিলা উন্নয়ন সমন্বয় আৰু নিৰীক্ষণ সমিতি | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ১৮ জুন ২০১৯ | |
পূৰ্বসূৰী | জে. জয়সিং ত্যাগৰাজ নাটাৰ্জী |
অধ্যক্ষ – টুটিকোৰিন বিমানবন্দৰ পৰামৰ্শদাতা সমিতি | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ১৮ জুন ২০১৯ | |
পূৰ্বসূৰী | জে. জয়সিং ত্যাগৰাজ নাটাৰ্জী |
অধ্যক্ষ – ৰাসায়নিক আৰু সাৰ স্থায়ী সমিতি | |
কাৰ্যকাল ১৩ ছেপ্তেম্বৰ ২০১৯ – ১২ ছেপ্তেম্বৰ ২০২২ | |
পূৰ্বসূৰী | অনন্দ্ৰৌ আদছুল |
উত্তৰসূৰী | শশী থাৰুৰ |
সভাপতি – হিন্দু কাৰ্যালয় আৰু ৰাষ্ট্ৰীয় প্ৰেছ কৰ্মচাৰী সংঘ | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ১২ এপ্ৰিল ২০১৭ | |
পূৰ্বসূৰী | ই গোপাল |
দ্ৰাবিড় মুনেত্ৰ কাঝাগমৰ সংসদীয় অধ্যক্ষ | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ১০ জুন ২০২৪ | |
পূৰ্বসূৰী | টি আৰ বালু |
লোকসভাত দ্ৰাবিড় মুনেত্ৰ কাঝাগমৰ উপনেতা | |
কাৰ্যকাল ১৮ জুন ২০১৯ – ৫ জুন ২০২৪ | |
নেতা | টি আৰ বালু |
উত্তৰসূৰী | দয়ানিধি মৰাণ |
দ্ৰাবিড় মুনেত্ৰ কাঝাগমৰ উপ-সাধাৰণ সম্পাদক | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ৯ অক্টোবৰ ২০২২ | |
ৰাষ্ট্ৰপতি | এম কে ষ্টেলিন |
সাধাৰণ সভাপতি | দুৰাইমুৰুগান |
পূৰ্বসূৰী | শুভলক্ষ্মী জগদীসন |
ব্যক্তিগত তথ্য | |
জন্ম | কনিমোঝী ০৫ জানুৱাৰী, ১৯৬৮ (৫৭ বছৰ) মাদ্ৰাছ |
ৰাজনৈতিক দল | দ্ৰাৱিড়া মুনেট্ৰা কাঝাগাম |
দাম্পত্যসঙ্গী |
|
সন্তান | আদিত্য অৰবিন্দন |
স্বাক্ষৰ | চিত্ৰ:Kanimozhi Signature.svg |
কনিমোঝী কৰুণানিধি (ইংৰাজী: Kanimozhi Karunanidhi,জন্ম-৫ জানুৱাৰী ১৯৬৮) হৈছে এগৰাকী ভাৰতীয় ৰাজনীতিক, কবি আৰু সাংবাদিক। তেওঁ থুট্টুকুড়ী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰি সদনলৈ নিৰ্বাচিত হৈছিল। তেওঁ এগৰাকী প্ৰাক্তন সাংসদ আছিল যি ৰাজ্য সভাত তামিলনাডুক প্ৰতিনিধিত্ব কৰিছিল।[2] কনিমোঝী তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম কৰুণানিধি আৰু তেওঁৰ তৃতীয় পত্নী ৰাজাথী আম্মালৰ কন্যা।
কনিমোঝী ভাৰতীয় ৰাজনৈতিক দল দ্ৰাবিড়া মুনেত্ৰ কাঝাগম (ডি এম কে)ৰ প্ৰতিনিধি। তেওঁ দলৰ উপ-সাধাৰণ সম্পাদিকা হিচাপে কাম কৰে। তেওঁৰ আঢ়ৈ বছৰীয়া ভাতৃ এম. কে আলাগিৰি আৰু এম কে ষ্টেলিন যথাক্ৰমে প্ৰাক্তন ৰাসায়নিক আৰু সাৰ মন্ত্ৰী আৰু তামিলনাডুৰ মুখ্যমন্ত্ৰী।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম কৰুণানিধি আৰু ৰাজাথী আম্মালৰ ঘৰত কনিমোঝীৰ জন্ম হৈছিল। চেন্নাইৰ চাৰ্চ পাৰ্কৰ প্ৰেজেণ্টেচন কনভেণ্টৰ তেওঁ ছাত্ৰী আছিল আৰু পিছলৈ তেওঁ চেন্নাইস্থিত ইথিৰাজ কলেজ ফৰ ৱমেনৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল।[3]
ৰাজনীতিত প্ৰৱেশৰ পূৰ্বে কনিমোঝী সাংবাদিকতাৰ সৈতে জড়িত আছিল। তেওঁ দ্য হিন্দুৰ উপ-সম্পাদক, কুংগুমাম (তামিল সাপ্তাহিক আলোচনী)ৰ সম্পাদক, আৰু ছিংগাপুৰৰ তামিল মুৰাছু নামৰ তামিল কাকত এখনৰ সম্পাদকৰ দায়িত্ব পালন কৰিছিল।[3]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]কনিমোঝিয়ে দুবাৰকৈ বিবাহপাশত আবদ্ধ হৈছে। প্ৰথমে ১৯৮৯ চনত শিৱকাশীৰ ব্যৱসায়ী আথিবান বসুৰ সৈতে (বসুৰ বিবাহ বিচ্ছেদ হোৱাৰ পিছত) আৰু তাৰ পিছত ১৯৯৭ চনত ছিংগাপুৰৰ তামিল লেখক জি অৰবিন্দনৰ সৈতে। তেওঁলোকৰ এজন পুত্ৰ হৈছে আদিত্য অৰবিন্দন।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "The Big and Mighty Karuna family". Daily News and Analysis. 26 May 2009. http://www.dnaindia.com/india/report_the-big-and-mighty-karuna-family_1258972। আহৰণ কৰা হৈছে: 1 February 2011.
- ↑ "Detailed Profile: Smt. Kanimozhi". Govt. of India. http://india.gov.in/govt/rajyasabhampbiodata.php?mpcode=2045। আহৰণ কৰা হৈছে: 20 December 2010.
- ↑ 3.0 3.1 "Kanimozhi: A poetess politician in trouble". Sify.com. http://www.sify.com/news/kanimozhi-a-poetess-politician-in-trouble-news-national-kmpuurfgihj.html। আহৰণ কৰা হৈছে: 20 December 2010.
- ↑ "A Wedding In The Family .....", Rediff News, http://www.rediff.com/news/aug/28dmk.htm, আহৰণ কৰা হৈছে: 9 December 2010