কনিষ্ঠা ধনকড়
| কনষ্ঠা ৰাজ সিং ধনকাৰ | |
|---|---|
২০১৬ চনত ধনকাৰ | |
| জন্ম | কনষ্ঠা ৰাজ সিং ধনকাৰ ২১ ছেপ্টেম্বৰ, ১৯৮৮ (৩৭ বছৰ)[1] বম্বে, মহাৰাষ্ট্ৰ, ভাৰত। |
| পেচা | মডেল, অভিনেত্ৰী |
| 'Beauty pageant titleholder' | |
| Title | ফেমিনা মিছ ইণ্ডিয়া বিশ্ব ২০১১ |
| Years active | ২০০৮- বৰ্তমান |
| Major competition(s) |
ফেমিনা মিছ ইণ্ডিয়া বিশ্ব ২০১১ (বিজয়ী) (মিছ বডি বিউটিফুল) (মিছ ন' মাৰ্কছ) (মিছ ৰেম্প মডেল) (মিছ বিউটিফুল লেগছ) (মিছ ৱাটাৰ বেবী) |
কনষ্ঠা ৰাজ সিং ধনকাৰ (ইংৰাজী: : Kanishtha Raj Singh Dhankar ; জন্ম ২১ ছেপ্টেম্বৰ ১৯৮৮) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যি গৰাকীক পেন্টালুনছ মিছ ইণ্ডিয়া ২০১১ৰ মুকুট পিন্ধোৱা হয়, আনহাতে হাছলিন কৌৰক ফেমিনা মিছ ইণ্ডিয়া আৰ্থৰ মুকুট পিন্ধোৱা হয়। পিছলৈ তেওঁ ২০১১ চনৰ মিছ ৱৰ্ল্ড প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰে য'ত তেওঁ শীৰ্ষ ৩০ ৰ ভিতৰত স্থান লাভ কৰে।[2]
প্ৰাম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৮৮ চনৰ ২১ ছেপ্টেম্বৰত[1] ভাৰতৰ বম্বেৰ নৌসেনা ঘাটিত ভাৰতীয় নৌসেনাৰ কমোডৰ ৰাজ সিং ধনখৰ আৰু কুসুম মালহান ধনখৰৰ ঘৰত কনষ্ঠাৰ জন্ম হয়। তেওঁলোকৰ তিনিটা সন্তানৰ ভিতৰত কনষ্ঠা দ্বিতীয়। মাক স্কুলৰ শিক্ষয়িত্ৰী আৰু গৃহিণী আৰু মুম্বাইৰ নেভাল ৱাইভছ ৱেলফেয়াৰ এছ’চিয়েশ্যনৰ সৈতে ব্যাপক কাম কৰি আহিছে। তেওঁৰ পূৰ্বপুৰুষৰ পৰিয়াল হাৰিয়ানাৰ জিলা ঝজ্জাৰৰ গাঁও কাছনীৰ।[3] কনিষ্ঠ মুম্বাইৰ কোলাবাত ডাঙৰ-দীঘল হৈছিল। মুম্বাইৰ এইচ আৰ কলেজ অৱ কমাৰ্চ এণ্ড ইকনমিক্সত বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।[4]
কৰ্ম জীৱন
[সম্পাদনা কৰক]২০০৮ চনত তেওঁ মধুৰ ভাণ্ডাৰকাৰৰ ''ফেশ্বন'' ছবিত অভিনয় কৰে।[5]
লগতে চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Aditi Mishra - Profile". Archived from the original on 13 November 2018. https://web.archive.org/web/20181113075710/https://beautypageants.indiatimes.com/photoshow/7634057.cms?curpg=11। আহৰণ কৰা হৈছে: 12 November 2018.
- ↑ "Miss India Femina Miss India 2011". Feminamissindia.indiatimes.com. Archived from the original on 2013-05-15. https://web.archive.org/web/20130515052736/http://feminamissindia.indiatimes.com/photoshow/18497435.cms?curpg=11। আহৰণ কৰা হৈছে: 2011-06-06.
- ↑ "KANISHTHA DHANKAR" (en ভাষাত). www-explosivefashion-in.translate.goog. https://www-explosivefashion-in.translate.goog/indian-models/kanishtha-dhankar.html?_x_tr_sl=en&_x_tr_tl=hi&_x_tr_hl=hi&_x_tr_pto=tc। আহৰণ কৰা হৈছে: 2023-06-14.
- ↑ Deswal, Deepender (19 April 2011). "New Miss India Kanishtha Dhankar is a Haryanavi jat girl". The Times of India. https://timesofindia.indiatimes.com/india/New-Miss-India-Kanishtha-Dhankar-is-a-Haryanavi-jat-girl/articleshow/8024553.cms। আহৰণ কৰা হৈছে: 12 November 2018.
- ↑ "Fashion Bollywood (Movie)". Indicine. Archived from the original on 2011-06-07. https://web.archive.org/web/20110607092939/http://www.indicine.com/bollywood/fashion/। আহৰণ কৰা হৈছে: 2009-03-25.