কফি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কফি
A cup of coffee.
১ কাপ ক'লা (ব্লেক্) কফি
প্ৰকাৰ ঠান্ডা অথবা গৰম পানীয়
উৎপত্তিৰ দেশ ইথিওপিয়া
প্ৰচলন হয় প্রায় ১৫ শতাব্দিত (পানীয়)
ৰং গাঢ় বাদামী, হালধীয়া বাদামী, ক'লা

কফি (ইংৰাজী: Coffee))বিশ্বব্যাপী খুব জনপ্রিয় পানীয় । পানীৰ লগত ভিজাই তৈয়াৰ কৰা "কফি বীজ" নামে পৰিচিত এক প্ৰকাৰ বীজ পুৰিলৈ গুড়ি কৰি কফি তৈয়াৰ কৰা হয় । এই বীজ কফি চেৰি নামৰ এক ধৰণৰ ফলৰ বীজ । প্রায় ৭০খন দেশত এই ফলৰ গাছ হয় । সেউজীয়া কফি বিশ্বৰ সকলোতকৈ বেছি বিক্রীত কৃষিপণ্যৰ মাজত এটা । কফিত ক্যাফেইন নামৰ এক প্ৰকাৰৰ উত্তেজক পদার্থ আছে । ৮ আউন্স কফিত প্রায় ১৩৫ মিলিগ্রাম ক্যাফেইন থাকে । কফিৰ উপাদান ক্যাফেইনৰ কাৰণে কফিয়ে মানুহৰ ওপৰ উত্তেজক প্রভাব পেলায় আৰু ই উদ্দীপক হিচাপে কাম কৰে । এতিয়া চাহৰ পাছতে কফি বিশ্বৰ অত্যাধিক জনপ্রিয় পানীয়।