সমললৈ যাওক

কবিতা অধ্যয়ন গোট

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কবিতা অধ্যয়ন গোট (ইংৰাজী: Kabita Adhyayan Got) হ'ল কবিতা আৰু কবিতা বিষয়ক মুকলি চিন্তা-চৰ্চাৰ বাবে গঠিত এটি অধ্যয়ন চক্ৰ।

ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু উজনি অসমৰ কেইজনমান কবি আৰু সমালোচকৰ উদ্যোগত ২০১৯ চনত এই গোটটো গঠিত হয়। ২০২০ চনত এই গোটৰ উদ্যোগত 'পৰ্বান্তৰৰ পদ্য' শীৰ্ষক এখনি কবিতা বিষয়ক ইস্তাহাৰ প্ৰকাশ পায়।[1] গোটটোৰ সৈতে প্ৰতিষ্ঠাকালৰেপৰা জড়িত হৈ থকা কবি, সমালোচককেইগৰাকী হ'ল আনন্দ বৰমুদৈ (সভাপতি), কল্যাণ ভূঞা (যুটীয়া সম্পাদক), প্ৰকল্প ৰঞ্জন ভাগৱতী (যুটীয়া সম্পাদক), প্ৰণয় ফুকন, ৰাজীব বৰা

তথ্য সমল

[সম্পাদনা কৰক]