কবিশেখৰ ভট্টাচাৰ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা

কৱিশেখৰ ভট্টাচাৰ্য' (১৮ শতিকা) এগৰাকী কবি। চাৰু সিংহ আৰু প্ৰেমদাসুন্দৰীৰ আজ্ঞাক্ৰমে 'হৰি বংশৰ পদ' অনুবাদ কৰে। এই অনুবাদত কবিয়ে নিজা কল্পনাও সংমিশ্ৰণ কৰিছে।[1]

তথ্য সমল[সম্পাদনা কৰক]

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ৪৭