সমললৈ যাওক

কবীন্দ্ৰ তীৰ্থ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এইচ এইচ শ্ৰী ১০০৮ শ্ৰী কবীন্দ্ৰ তীৰ্থ শ্ৰীপাদাৰু
জন্ম ১৩৩৩
মৃত্যু ১৩৯৮
হাম্পি
প্ৰকৃত নাম বিষ্ণুদেৱাচাৰ্য
গুৰু বিদ্যাধিৰাজ তীৰ্থ
দৰ্শন দ্বৈত বেদান্ত

কবীন্দ্ৰ তীৰ্থ (সংস্কৃত:कवीन्द्रतीर्थ); (আনুমানিক ১৩৩৩ৰ পৰা ১৩৯৮), এজন দ্বৈত দাৰ্শনিক, সাধু, পণ্ডিত আৰু ১৩৯২-১৩৯৮ চনলৈকে মধ্বাচাৰ্য পীঠৰ সপ্তম পীঠাধিপতি আছিল।[1]

কবীন্দ্ৰৰ জীৱনৰ পূৰ্বৰ সময়ছোৱা বাদৰত্নাৱলীৰ ৰচক বিষ্ণুদাসাচাৰ্যৰ সৈতে একে।[2] পিছৰজনক আগৰজনে শ্ৰদ্ধা কৰিছিল বুলি কোৱা হয়।[3][4] আন আন পণ্ডিতসকলে বিষ্ণুদাসাচাৰ্য ১৩৯০-১৪৪০ চনলৈকে জীয়াই আছিল বুলি কয়।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Konduri Sarojini Devi (1990). Religion in Vijayanagara Empire. Sterling Publishers. পৃষ্ঠা. 133. https://archive.org/details/religioninvijaya0000saro. "This selection of Kavindra as the successor of Vidyadhiraja, leaving Rajendra Tirtha resulted in the bifurcation of the Madhva Mathas, namely Vyasaraya Matha at Sosale headed by Rajendra Tirtha and Uttaradi Matha presided by Kavindra Tirtha."
  2. Gerow, Edwin (1990) (English ভাষাত). The jewel-necklace of argument: (the Vādaratnāvali of Viṣṇudāsācārya). প্ৰকাশক New Haven, Conn.: American Oriental Society. OCLC 23751656. https://ualberta.worldcat.org/title/jewel-necklace-of-argument-the-vadaratnavali-of-visnudasacarya/oclc/23751656.
  3. Rao 1984, পৃষ্ঠা. 45.
  4. Sharma 2000, পৃষ্ঠা. 491.
  5. Sharma 2000, পৃষ্ঠা. 269.