সমললৈ যাওক

কমতাৰ চক্ৰধ্বজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চক্ৰধ্বজ
ৰজা
শাসন কাল ১৫ শতিকাৰ শেষৰ ফালে
মৃত্যু জনা নাযায়
পূৰ্বসুৰী নীলাধ্বজ
উত্তৰসূৰী নীলাম্বৰ
সাম্ৰাজ্য খেন্‌ বংশ

চক্ৰধ্বজ (১৫ শতিকাৰ শেষৰ ফালে ৰাজত্ব কৰিছিল) অসমখেন্‌ বংশ কমতা ৰাজ্যৰ শাসক আছিল।[1] তেওঁ খেন্ বংশৰ প্ৰতিষ্ঠাপক নীলাধ্বজ ৰ পুত্ৰ আছিল আৰু তেওঁৰ পিছত তেওঁৰ পুত্ৰ নীলাম্বৰ ৰাজপাটত বহে।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Grewal, J. S. (2006). The State and Society in Medieval India. প্ৰকাশক New Delhi: Oxford University Press. পৃষ্ঠা. 272.
  2. Prakash, Ved (2007). Encyclopaedia of North-East India, Volume 1. প্ৰকাশক New Delhi: Atlantic Publishers. পৃষ্ঠা. 138.