সমললৈ যাওক

কমলপুৰ বিধানসভা সমষ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কমলপুৰ
সমষ্টি নং- ৩২ অসম বিধানসভা সমষ্টি
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
জিলাকামৰূপ জিলা
লোকসভা সমষ্টিদৰং–ওদালগুৰি
প্ৰতিস্থা১৯৫১
মুঠ ভোটাৰ১৬৪,২৩৯
সংৰক্ষণকোনো নাই
বিধান সভাৰ সদস্য
পদাধিকাৰী
দিগন্ত কলিতা
দল  বিজেপি
মিত্ৰগোট  এনডিএ
নিৰ্বাচিত বছৰ২০২৬

কমলপুৰ বিধানসভা সমষ্টি (ইংৰাজী: Kamalpur Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ খন একক জনপ্ৰতিনিধিত্বমূলক বিধানসভা সমষ্টিৰ ভিতৰৰ এখন। ই কামৰূপ জিলাত অৱস্থিত আৰু ই দৰং–ওদালগুৰি (লোকসভা সমষ্টি)ৰ এটা অংশ।[1][2]

ভৌগোলিক অৱস্থিতি আৰু ইতিহাস

[সম্পাদনা কৰক]

কমলপুৰ সমষ্টি ১৯৫১ চনতে গঠন কৰা হৈছিল। শেহতীয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই সমষ্টিটো দৰং-ওদালগুৰি লোকসভাৰ অন্তৰ্ভুক্ত হয়। ই কোনো বিশেষ জাতি বা জনজাতিৰ বাবে সংৰক্ষিত নহয় (অসংৰক্ষিত)।

বিধানসভাৰ সদস্যসকল

[সম্পাদনা কৰক]

কমলপুৰ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা বিধানসভাৰ সদস্যসকলৰ তালিকা তলত উল্লেখ কৰা হ’ল:

বৰ্ষসদস্যৰাজনৈতিক দল
১৯৫১মহেন্দ্ৰ নাথ ডেকানিৰ্দলীয়
১৯৫৭শৰৎ চন্দ্ৰ গোস্বামীভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬২শৰৎ চন্দ্ৰ গোস্বামীভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬৭এল. চৌধুৰীপ্ৰজা ছচিয়েলিষ্ট পাৰ্টী
১৯৭২গিৰীন্দ্ৰ চৌধুৰীভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৮দৈৱশক্তি ডেকাজনতা পাৰ্টী
১৯৮৩মথুৰা ডেকাভাৰতীয় কমিউনিষ্ট পাৰ্টী
১৯৮৫মইদুল ইছলাম বৰানিৰ্দলীয়
১৯৯১ড° হিতেশ ডেকানতুন অসম গণ পৰিষদ
১৯৯৬মইদুল ইছলাম বৰাঅসম গণ পৰিষদ
২০০১উত্তৰা কলিতাভাৰতীয় জাতীয় কংগ্ৰেছ
২০০৬উত্তৰা কলিতাভাৰতীয় জাতীয় কংগ্ৰেছ
২০১১যাদৱ চন্দ্ৰ ডেকাভাৰতীয় জনতা পাৰ্টী
২০১৬সত্যব্ৰত কলিতাঅসম গণ পৰিষদ
২০২১দিগন্ত কলিতাভাৰতীয় জনতা পাৰ্টী
২০২৬দিগন্ত কলিতাভাৰতীয় জনতা পাৰ্টী

নিৰ্বাচনী ফলাফল

[সম্পাদনা কৰক]

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

[সম্পাদনা কৰক]
২০২৬ৰ অসম বিধানসভা নিৰ্বাচন: কমলপুৰ[3]
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
ভাৰতীয় জনতা পাৰ্টী দিগন্ত কলিতা ৭৪,৪৫৫ ৪৫.৩৩
ভাৰতীয় জাতীয় কংগ্ৰেছ সত্যব্ৰত কলিতা ৫৫,০০৬ ৩৩.৪৯
নিৰ্দলীয় অংকুৰ দাস ৩১,৯৪০ ১৯.৪৫
ছচিয়েলিষ্ট ইউনিটি চেণ্টাৰ অৱ ইণ্ডিয়া (কমিউনিষ্ট) শিশিৰ কুমাৰ কাকতি ৭২১ ০.৪৪
নিৰ্দলীয় নৱ কুমাৰ নাথ ৬৮২ ০.৪২
ওপৰৰ এটাও নহয় (NOTA) ভোটদাতাই বাচনি কৰা নাই ১,৪৩৫ ০.৮৭
মুঠ ভোটদান ১৬৪,২৩৯ ১০০.০০
সংখ্যাগৰিষ্ট ১৯,৪৪৯ ১১.৮৪
ছুইং {{{swing}}}

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Delimitation of Parliamentary & Assembly Constituencies of State of Assam". Election Commission of India. https://www.eci.gov.in/Documents/Delimitation/DELIMITATIONASSAM_UPDATED.pdf আহৰণ কৰা হৈছে: ২৫ জুন ২০২৬.
  2. "Assembly & HPC-wise Map of Assam". Chief Electoral Officer, Assam. https://www.ceoassam.nic.in/information/pdf/3_Assembly_HPC_wise_MapA1.pdf আহৰণ কৰা হৈছে: ২৫ জুন ২০২৬.
  3. "Assembly Constituency 32 - KAMALPUR (Assam) Trends & Results May-2026". Election Commission of India. https://results.eci.gov.in/ResultAcGenMay2026/ConstituencywiseS0332.htm আহৰণ কৰা হৈছে: ২৫ জুন ২০২৬.