কমৰ ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা


Kamar
Native  to ভাৰত
Region Madhya Pradesh, Chhattisgarh
Native speakers
40,000  (2003)[1]
Language codes
ISO 639-3 keq
Glottolog kama1350

কমৰ এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি মধ্য প্ৰদেশৰ এখন জিলা আৰু ছত্তীসগঢ়ৰ এখন জিলাত ব্যৱহাৰ কৰা হয়[1] পূৰ্বী ভাৰতীয়-আৰ্য ভাষাসমূহৰ মাজত ই হলবিক গোটত আহে, যি অসমীয়া-বঙালী, ওড়িয়া আৰু বিহাৰী, তিনিওৰে পৰা পৃথক।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 Kamar at Ethnologue (18th ed., 2015) (subscription required)
  2. Hammarström, Harald; Forke, Robert; Haspelmath, Martin; Bank, Sebastian, eds. (2020). "Kamar". Glottolog 4.3.