কলকাতা নিউজ (চলচ্চিত্ৰ)
| কলকাতা নিউজ | |
|---|---|
![]() | |
| পৰিচালক | ব্লেছি |
| ৰচনা | ব্লেছি |
| প্ৰযোজক | থাম্পি এণ্টনী |
| অভিনয়ত |
|
| চিত্ৰগ্ৰহণকাৰী | এছ কুমাৰ |
| সংগীত পৰিচালক | দেৱজ্যোতি মিশ্ৰ |
প্ৰযোজনা কোম্পানী |
কয়াল ফিল্মছ |
মুক্তি |
২৫ জানুৱাৰী ২০০৮ |
দৈৰ্ঘ্য |
১৫০ মিনিট |
| দেশ | ভাৰত |
| ভাষা | মালায়লম |
কলকাতা নিউজ (ইংৰাজী: Calcutta News ) ২০০৮ চনৰ ভাৰতীয় মালয়ালম ভাষাৰ ৰোমান্টিক থ্ৰিলাৰ হৰৰ ছবি। ৰচনা আৰু পৰিচালনা ব্লেছিৰ। ছবিখনত অভিনয় কৰিছে দিলীপ, ইন্দ্ৰজিত সুকুমাৰণ, মীৰা জেচমিন আৰু বিমলা ৰমনে। সংগীত দেৱজ্যোতি মিশ্ৰৰ। নাৰী সৰবৰাহৰ বিষয় আৰু কেৰালাৰ এগৰাকী অনাথ ছোৱালী কেনেদৰে ইয়াৰ মাজত আবদ্ধ হৈ পৰে, সেই বিষয়ে ছবিখনত বৰ্ণিত হৈছে। ইয়াত ব্লেছিৰ অন্য শৈলীককৈ ভিন্ন এক শৈলী প্ৰদৰ্শন কৰা হৈছে আৰু দিলীপক তেওঁৰ সাধাৰণ কৌতুকধৰ্মী চৰিত্ৰৰ পৰা আঁতৰাই এক সুকীয়া চৰিত্ৰ প্ৰদান কৰা হৈছে।[1][2]
সঁহাৰি
[সম্পাদনা কৰক]এই ছবিখনক ব্লেছিৰ অন্যতম একচন ছবি হিচাপে গণ্য কৰা হয়।[3] ছবিখনে দৰ্শক আৰু সমালোচকৰ পৰা ইতিবাচক সমালোচনা লাভ কৰিছে, য’ত অভিনয়, কাহিনী আৰু কথন; লগতে বৰ্তমান দেশত চলি থকা ছবিখনত আলোচিত গুৰুতৰ বিষয়টোক প্ৰশংসা কৰা।[4] অৱশ্যে ছবিখন বক্স অফিচত ব্যৱসায়িকভাৱে বিফল হৈছিল।[5][6]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Calcutta News is exhausting". Rediff.com. https://www.rediff.com/movies/2008/jan/28sscn.htm.
- ↑ "Blessy's Calcutta News Cleverly Broadcasts an Important Social Message Under the Guise of a Romantic Thriller". 9 February 2021. https://www.filmcompanion.in/readers-articles/calcutta-news-movie-blessy-cleverly-broadcasts-an-important-social-message-under-the-guise-of-a-romantic-thriller-dileep-meera-jasmine/.
- ↑ https://web.archive.org/web/20080329010346/http://sify.com/movies/malayalam/interview.php?id=14592222&cid=2406
- ↑ "'Calcutta News' - Best of Malayalam movies based on journalism". https://timesofindia.indiatimes.com/entertainment/malayalam/movies/photo-features/best-of-malayalam-movies-based-on-journalism/calcutta-news/photostory/64555078.cms.
- ↑ "Kerala box-office". Sify. 12 March 2008. Archived from the original on 12 May 2017. https://web.archive.org/web/20170512034432/http://m.sify.com/movies/boxoffice.php?id=pl4qVIhbjgdhe। আহৰণ কৰা হৈছে: 10 March 2025.
- ↑ "Meera Jasmine". Rediff.com. 31 December 2008. https://m.rediff.com/movies/2008/dec/31sld5-top-malayalam-actresses-2008.htm.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- কলকাতা নিউজ (চলচ্চিত্ৰ) সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- Calcutta News Review at Sify
