সমললৈ যাওক

কলকাতা মিউজিয়াম অফ মডাৰ্ণ আৰ্ট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কলকাতা মিউজিয়াম অফ মডাৰ্ণ আৰ্ট
Lua error in Module:Location_map at line 526: Unable to find the specified location map definition: "Module:Location map/data/ভাৰত" does not exist.
অন্য নাম KMOMA
সাধাৰণ তথ্য
অৱস্থিতি নিউ টাউন, গ্ৰেটাৰ কলকাতা[1] পশ্চিম বংগ
প্ৰযুক্তিৰ বিৱৰণ
Size ১০ একৰ
নক্সা আৰু নিৰ্মাণ
Governing body পশ্চিম বংগ চৰকাৰ
Website
kmomamuseum.org/index.html

কলকাতা মিউজিয়াম অফ মডাৰ্ণ আৰ্ট (ইংৰাজী: Kolkata Museum of Modern Art ; সংক্ষিপ্ত ৰূপ:KMOMA) হৈছে কলকাতাৰ নিউ টাউনত নিৰ্মাণ হ'বলগীয়া এটা প্ৰস্তাৱিত চিত্ৰকলা সংগ্ৰহালয়।[2] কেএমঅ'এমএৰ বাবে প্ৰায় ৫০০ কোটি টকা খৰচ হ'ব বুলি অনুমান কৰা হৈছে আৰু ইয়াক ৰাজ্য চৰকাৰে ওচৰৰ নিউ টাউন চহৰৰ ১০ একৰ ভূমিত নিৰ্মাণ কৰিবলৈ সাজু হৈছে। ইয়াৰ ডিজাইন তৈয়াৰ কৰিছে বেইজিং অলিম্পিকৰ বাবে বাৰ্ডছ নেষ্ট ষ্টেডিয়াম নিৰ্মাণ কৰি প্ৰশংসিত হোৱা চুইজাৰলেণ্ডৰ স্থপতিবিদ হাৰ্জ’গ এণ্ড ডি মেউৰনে। [3] পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ২০১৩ চনৰ নৱেম্বৰ মাহত এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল।[4][5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]