সমললৈ যাওক

কলিংগ বিশ্ববিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Kalinga University, Naya Raipur
কলিংগ বিশ্ববিদ্যালয়
মূলমন্ত্ৰ Knowledge creation for a vibrant and inclusive society.
স্থাপিত ২০১১ (2011)
ধৰণ ব্যক্তিগত বিশ্ববিদ্যালয়
চেয়াৰমেন ৰাজীৱ কুমাৰ [1]
আচাৰ্য সন্দীপ অৰোৰা [1]
উপাচাৰ্য আৰ. শ্ৰীধৰ [1]
স্থান নয়া ৰায়পুৰ, ছত্তীশগড়, ভাৰতবৰ্ষ
চৌহদ নগৰ অঞ্চল
ভুক্তি অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেচন(এআইচিটিই), ভাৰতীয় বিশ্ববিদ্যালয়ৰ সংঘ(এআইইউ), ভাৰতীয় বাৰ কাউন্সিল(বিচিআই), ভাৰতীয় নাৰ্চিং কাউন্সিল(আইএনচি), ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা পৰিষদ(এনচিটিই), ভাৰতীয় ফাৰ্মাচী পৰিষদ(পিচিআই)[2]
ৱেবছাইট kalingauniversity.ac.in

কলিংগ বিশ্ববিদ্যালয় এখন ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয়। এইখন ভাৰতছত্তীশগড় ৰাজ্যৰ ৰায়পুৰত অৱস্থিত।[3][4][5] বিশ্ববিদ্যালয়খণ ২০১১ চনত স্থাপন কৰা হৈছে। .[6]

২০২৪ চনত বিশ্ববিদ্যালয়খনে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং কাঠামো(NIRF)ৰদ্বাৰা সামগ্ৰিক শ্ৰেণীত ১৫১-২০০ স্থান লাভ কৰিছিল। [7]

শৈক্ষিক দিশ

[সম্পাদনা কৰক]

বিশ্ববিদ্যালয়খনৰ তলত উল্লেখ কৰা অনুষদসমূহ আছে:[8]

  • বাণিজ্য আৰু ব্যৱস্থাপনা অনুষদ
  • অভিযন্তা আৰু প্ৰযুক্তি অনুষদ
  • তথ্য প্ৰযুক্তি অনুষদ
  • বিজ্ঞান অনুষদ
  • কলা অনুষদ
  • আইন অনুষদ
  • ফাৰ্মাচী অনুষদ
  • চিষ্টেম মেনেজমেণ্ট অনুষদ

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "Kalinga University Naya Raipur, Chhattisgarh, Raipur ranking in India". https://kalingauniversity.ac.in/about_kalinga.php. 
  2. "Archived copy". Archived from the original on 27 January 2018. https://web.archive.org/web/20180127182052/http://www.barcouncilofgujarat.org/PDFS/List_of_Law_Colleges_2017.pdf। আহৰণ কৰা হৈছে: 18 January 2018. 
  3. "Private University Chhattisgarh". University Grants Commission. https://www.ugc.ac.in/uni_contactinfo.aspx?id=6ZFB09i4YumnzsLFQN0c/Q==। আহৰণ কৰা হৈছে: 15 January 2015. 
  4. "5 new universities this year in Chhattisgarh". Business Standard India (Business Standard). 29 January 2013. http://www.business-standard.com/article/economy-policy/5-new-universities-this-year-in-chhattisgarh-108070401042_1.html। আহৰণ কৰা হৈছে: 15 January 2015. 
  5. "Three private varsities in offing in Chhattisgarh". The Times of India. 13 May 2014. http://timesofindia.indiatimes.com/home/education/news/Three-private-varsities-in-offing-in-Chhattisgarh/articleshow/35033136.cms। আহৰণ কৰা হৈছে: 15 January 2015. 
  6. "Kalinga University Naya Raipur, Chhattisgarh, Raipur ranking in India". kalingauniversity.ac.in. https://kalingauniversity.ac.in/about_kalinga.php। আহৰণ কৰা হৈছে: 2022-12-12. 
  7. "NIRF 2024 Overall ranking". https://www.nirfindia.org/Rankings/2024/OverallRanking200.html. 
  8. "Kalinga University". kalingauniversity.ac.in. Archived from the original on 7 July 2014. https://web.archive.org/web/20140707110343/http://kalingauniversity.ac.in/listofcourses.aspx। আহৰণ কৰা হৈছে: 27 July 2025.