কলিতা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
অৱয়ব
![]() |
এই দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাই একে নামৰ প্ৰবন্ধসমূহ তালিকাভুক্ত কৰিছে। যদি এটা আভ্যন্তৰীণ সংযোগে আপোনাক ইয়ালৈ আনিছে, আপুনি পোনপটীয়াকৈ বিচৰা প্ৰবন্ধটো পাবৰ বাবে সংযোগটোৰ সালসলনি কৰিব পাৰে। |
- ব্যক্তি:
- উপাধি হিচাপে
- অৰূপা পটংগীয়া কলিতা (জন্ম: ১৯৫৬), ভাৰতীয় লেখিকা।
- ইভান কলিতা (১৯২৭–১৯৯৬), ছোভিয়েট অশ্বাৰোহী।
- ইভান ডানিলোভিচ কলিতা (১২৮৮–১৩৪১), মস্কো আৰু ভ্লাদিমিৰৰ গ্ৰেণ্ড ডিউক।
- এছ. মিত্ৰা কলিতা এগৰাকী আমেৰিকান সাংবাদিক আৰু দুখন গ্ৰন্থৰ লেখক।
- কৰুণা কান্ত কলিতা (১৯৪৩-২০১৪), অসমৰ এজন শিক্ষাবিদ, বক্তা আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰাক্তন পদাধিকাৰ।
- গৌতম কলিতা, ভাৰতীয় শৰীৰচৰ্চাবিদ।
- গৌৰীশংকৰ কলিতা (১৯৫৫–২০১০), ভাৰতীয় সাংবাদিক।
- জিতুমণি কলিতা (জন্ম: ২৮ আগষ্ট, ১৯৯৯), অসমৰ এজন নৃত্যশিল্পী।
- দ্বীপমণি কলিতা, অসমীয়া বিচ্ছিন্নতাবাদী।
- বৰ্ণালী কলিতা (জন্ম: ৩১ আগষ্ট, ১৯৭৮), অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী।
- ভবেশ কলিতা (জন্ম ১ মাৰ্চ ১৯৭২), অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ এজন ভাৰতীয় ৰাজনীতিবিদ।
- ভুৱনেশ্বৰ কলিতা (জন্ম ১ এপ্ৰিল ১৯৫১), এজন ভাৰতীয় সমাজকৰ্মী, ৰাজনীতিবিদ।
- মদন কলিতা (১৯৫২-২০২২), ভাৰতীয় ৰাজনীতিবিদ।
- মিৰ'শ্লাৱ কলিতা (জন্ম: ১৯৭০), পোলেণ্ডৰ ফুটবল খেলুৱৈ আৰু প্ৰশিক্ষক।
- যুগল কলিতা (জন্ম: ১৯৬০), কম্পিউটাৰ বিজ্ঞানৰ অধ্যাপক।
- ৰমেন্দ্ৰ নাৰায়ণ কলিতা, অসমৰ অসম গণ পৰিষদৰ এজন ৰাজনীতিবিদ তথা এজন বিধায়ক।
- সত্যব্ৰত কলিতা, ভাৰতীয় ৰাজনীতিজ্ঞ।
- সুহানী কলিতা (জন্ম: ১৯৯১), ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল।
- ৰাণা প্ৰতাপ কলিতা (জন্ম: ১৯৮৪), ভাৰতীয় সেনাৰ প্ৰাক্তন জেনেৰেল বিষয়া।
- প্ৰদত্ত নাম হিচাপে:
- কলিতা ই. লেইটন (১৮৭১–১৯২৮), আমেৰিকান আইনজ্ঞ, ন্যায়াধীশ, আৰু কলেজ ফুটবল খেলুৱৈ আৰু প্ৰশিক্ষক।
- কলিতা হাম্প্ফ্ৰিজ (১৯১৪–১৯৫৪), আমেৰিকান অভিনেত্ৰী।
- উপাধি হিচাপে
- অন্যান্য ব্যৱহাৰ:
- কলিতা জনগোষ্ঠী, ভাৰতৰ অসম ৰাজ্যৰ এটা জনগোষ্ঠী।
- কলিতা গাঁও, ইষ্ট'নিয়াৰ এখন গাঁও।
- কলিতা হাম্প্ফ্ৰিজ থিয়েটাৰ, আমেৰিকাৰ টেক্সাছ ৰাজ্যৰ ডালাছৰ এটা ঐতিহাসিক থিয়েটাৰ।
- কলিতা নেচাৰ ৰিজাৰ্ভ, ইষ্টোনিয়াৰ পাৰ্নু কাউণ্টীত অৱস্থিত প্ৰাকৃতিক সংৰক্ষণ ক্ষেত্ৰ।
- কল্যিতা, ইউক্ৰেইনৰ কিয়েভ অঞ্চলৰ এখন চহৰ।
- কুইলতা বা কুলতা, ভাৰতৰ ওড়িশা ৰাজ্যৰ অন্যতম কৃষক সম্প্ৰদায়।
- কোলতা: উত্তৰ ভাৰতৰ এটা জনগোষ্ঠী, এটা উপাধি।
- বুয়াটিয়েৰ ডি কোলতা (১৮ নৱেম্বৰ ১৮৪৫ – ৭ অক্টোবৰ ১৯০৩) এজন ফৰাচী যাদুকৰ আছিল যিয়ে ১৮০০ চনৰ শেষৰ ফালে ইউৰোপ আৰু আমেৰিকাত অনুষ্ঠান পৰিৱেশন কৰিছিল।
- কোলতে: এটা উপাধি, বিশেষকৈ ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যত এই উপাধিৰ মানুহ আছে।
- বিষ্ণু ভিকাজী কোলতে (১৯০৮–১৯৯৮), মাৰাঠী লেখক আৰু পুৰণি মাৰাঠী সাহিত্যৰ গৱেষক আছিল।
- কোলতেচ
- বাৰ্নাৰ্ড-মেৰী কোলতেচ (৯ এপ্ৰিল ১৯৪৮ – ১৫ এপ্ৰিল ১৯৮৯) এগৰাকী ফৰাচী নাট্যকাৰ আৰু নাট্য পৰিচালক আছিল।
- জন এলবাৰ্ট কোলতেচ (১৮২৭ – ৩০ আগষ্ট, ১৮৬২) জাৰ্মান মূলৰ এজন আমেৰিকান কৰ্ণেল আছিল।
- কলতো ভাষা, ভাৰত-আৰ্য ভাষা পৰিয়ালৰ অন্তৰ্গত মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰ ৰাজ্যত প্ৰচলিত ভাৰতৰ এটা ভাষা। ২০২৩ চনৰ হিচাপ অনুসৰি এই ভাষাৰ বক্তা মাত্ৰ ১৫ হাজাৰ।