কল্পনা ৰমেশ নৰহিৰে
অৱয়ব
কল্পনা ৰমেশ নৰহিৰে | |
|---|---|
कल्पना नरहिरे | |
| লোকসভাৰ সাংসদ | |
| সমষ্টি | ওছমানাবাদ |
| ব্যক্তিগত তথ্য | |
| জন্ম | ২৫ অক্টোবৰ, ১৯৬৯ (৫৬ বছৰ) ওছমানাবাদ, মহাৰাষ্ট্ৰ |
| ৰাষ্ট্ৰীয়তা | |
| ৰাজনৈতিক দল | শিৱ সেনা (১৯৬৬-২০২২) |
| দাম্পত্যসঙ্গী | ৰমেশ ভগৱানৰাও নৰহিৰে |
| সন্তান | নিৰজ নৰহিৰে, নেহা নৰহিৰে |
| বাসস্থান | কাল্লাম,ওছমানাবাদ |
নৰহিৰে কল্পনা ৰমেশ (ইংৰাজী: Kalpana Ramesh Narhire; জন্ম: ২৫ অক্টোবৰ ১৯৬৯) ওছমানবাদ জিলাৰ এগৰাকী শিৱসেনাৰ ৰাজনীতিবিদ। মহাৰাষ্ট্ৰৰ ওছমানাবাদ সমষ্টিক প্ৰতিনিধিত্ব কৰি তেওঁ ভাৰতৰ চতুৰ্দশ লোকসভাৰ সদস্য হৈছিল।[1]
পদাধিকাৰসমূহ
[সম্পাদনা কৰক]১৯৯৫: মহাৰাষ্ট্ৰ বিধানসভালৈ পুনৰ নিৰ্বাচিত (১ম কাৰ্যকাল)[2]
১৯৯৯: মহাৰাষ্ট্ৰ বিধানসভালৈ পুনৰ নিৰ্বাচিত (দ্বিতীয় কাৰ্যকাল)
২০০৪: ১৪ নং লোকসভালৈ নিৰ্বাচিত
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "List of winner/current and runner up MPs Osmanabad Parliamentary Constituency". elections.in. http://www.elections.in/maharashtra/parliamentary-constituencies/osmanabad.html। আহৰণ কৰা হৈছে: 18 May 2017.
- ↑ "Last Election Results in Kalamb, Maharashtra". elections.traceall.in. Archived from the original on 2023-08-17. https://web.archive.org/web/20230817044645/https://elections.traceall.in/vidhan-sabha-assembly-election-results/Kalamb-in-Maharashtra। আহৰণ কৰা হৈছে: 2025-02-14.