কল্যাণী প্ৰমোদ বালাকৃষ্ণন
| কল্যাণী প্ৰমোদ বালাকৃষ্ণন | |
|---|---|
বালকৃষ্ণনে নাৰী শক্তি বঁটা লাভ কৰি আছিল। | |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | বস্ত্ৰ ডিজাইনাৰ |
কল্যাণী প্ৰমোদ বালাকৃষ্ণন ইংৰাজী: : Kalyani Pramod Balakrishnan; তামিলনাডুৰ চেন্নাইত বাস কৰা এগৰাকী ভাৰতীয় বস্ত্ৰ ডিজাইনাৰ । তেওঁ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ জৰিয়তে শিপিনীৰ সৈতে কাম কৰি আহিছে। ২০১৬ চনৰ নাৰী শক্তিপুৰস্কাৰ লাভ কৰে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]কল্যানী প্ৰমোদ বালকৃষ্ণনে তামিলনাডু ৰাজ্যৰ ৰাজধানী চেন্নাইত ডাঙৰ-দীঘল হৈছিল।[1] নেচনেল ইনষ্টিটিউট অৱ ডিজাইনত বস্ত্ৰ ডিজাইন অধ্যয়ন কৰিছিল আৰু তাৰ পিছত তেওঁ এখন বুটিক দোকান স্থাপন কৰিছিল।[2] ১৯৯৫ চনত তেওঁ 'দৈনন্দিন জীৱনত জীয়াই থকা' ('Survival in daily life') [3] নামৰ এটা কুইল্ট নিৰ্মাণ কৰে যিটো পিছলৈ আয়াৰলেণ্ডৰ এখন প্ৰদৰ্শনীত প্ৰদৰ্শিত হয়।[1][4]
কৰ্মজীৱন বালকৃষ্ণনে গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ত ছয় বছৰ ধৰি তামিলনাডুৰ তেৰখন জিলাৰ ১৯,৫০০ শিপিনীৰ সৈতে কাম কৰিছিল।[3] She then began to help people with autism or cerebral palsy to learn to weave.[5] তাৰ পিছত তেওঁ অটিজিম বা চেৰিব্ৰেল পালচি ৰোগীক বয়ন শিকিবলৈ সহায় কৰিবলৈ আৰম্ভ কৰে।[3] তেওঁৰ কামৰ স্বীকৃতি স্বৰূপে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পৰা ২০১৬ চনৰ নাৰী শক্তিৰ সন্মান লাভ কৰে।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 "Textile details". CAIN. https://cain.ulster.ac.uk/conflicttextiles/search-quilts2/fulltextiles1/?id=209। আহৰণ কৰা হৈছে: 14 January 2021.
- ↑ "Nari Shakti Puraskar 2016". UPSCSuccess. 10 March 2017. https://www.upscsuccess.com/nari-shakti-puraskar-2016/#ms_kalyani_pramod_balakrishnan_tamil_nadu। আহৰণ কৰা হৈছে: 14 January 2021.
- ↑ 3.0 3.1 3.2 Special correspondent (9 March 2017). "Four from State receive Nari Shakti awards" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/news/cities/chennai/four-from-state-receive-nari-shakti-awards/article17430682.ece.
- ↑ 4.0 4.1 "Event details". CAIN. https://cain.ulster.ac.uk/conflicttextiles/search-quilts2/fullevent1/?id=56। আহৰণ কৰা হৈছে: 14 January 2021.
- ↑ "'Nari Shakti' awards for four from state". Gulf Times: পৃষ্ঠা 24. 13 March 2017. Archived from the original on 28 January 2021. https://web.archive.org/web/20210128105050/https://www.gulf-times.com/content/pdf/Dailynewspaper/Main2017_3_13486975.PDF.