কাঁচলী: লাইফ ইন এ শ্লাফ
অৱয়ব
| কাঁচলী: লাইফ ইন এ শ্লাফ | |
|---|---|
পোষ্টাৰ | |
| পৰিচালক | দেদীপ্য যোশী |
| ভিত্তি | "কাঁচলী" লেখক: বিজয়দান দেথা |
| অভিনয়ত | সঞ্জয় মিশ্ৰ শিখা মালহোত্ৰা [1][2] |
| চিত্ৰগ্ৰহণকাৰী | Jogendra Panda |
| সম্পাদনা | অসীম সিনহা |
মুক্তি |
৭ ফেব্ৰুৱাৰী ২০২০ |
দৈৰ্ঘ্য |
১০২ মিনিট |
| দেশ | ভাৰত |
| ভাষাসমূহ | হিন্দী ৰাজস্থানী |
কাঁচলী: লাইফ ইন এ শ্লাফ (ইংৰাজী: Kaanchli: Life in a Slough) ২০২০ চনৰ এখন ভাৰতীয় পিৰিয়দ নাট্যধৰ্মী ছবি, যিখনৰ প্ৰযোজক আৰু পৰিচালক আছিল দেদীপ্য যোশী।[3] ইয়াত অভিনয় কৰিছে সঞ্জয় মিশ্ৰ, শিখা মালহোত্ৰা,[4] ললিত পৰিমু আৰু নৰেশপাল সিং চৌহানে। অনুপ জালোতাই উপস্থাপন কৰা ছবিখনৰ সহ-প্ৰযোজক শোভা দেৱী। ৰাজস্থানৰ লোকগল্প লেখক বিজয়দান দেথাৰ[5] গল্পৰ আধাৰত কাঁচলী নিৰ্মাণ কৰা হৈছে। দেথাৰ গল্পসমূহ শ্বাহৰুখ খানৰ পহেলীকে ধৰি বহু ছবিত অভিযোজিত কৰা হৈছে। কাঁচলীয়ে এগৰাকী শক্তিশালী, আত্মনিৰ্ভৰশীল মহিলাৰ জীয়াই থকাৰ সংগ্ৰামৰ কাহিনী কয়।[5]
২০২০ চনৰ ৭ ফেব্ৰুৱাৰীত কাৰ্নিভাল ছবিগৃহত ছবিখন মুক্তি পায়।[5]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Indian, Express (28 March 2020). "Actress Shikha Malhotra turns nurse to fight against coronavirus". New Indian Express. https://www.newindianexpress.com/entertainment/hindi/2020/mar/28/actress-shikha-malhotra-turns-nurse-to-fight-against-coronavirus-2122721.html.
- ↑ "EXPERT & CRITICS REVIEW Hindi film "Kaanchli Life in a Slough"/Dedipya Joshii/Sanjay Mishra". YouTube. https://www.youtube.com/watch?v=1dzduKZi5yo&t=41s.
- ↑ "फिल्म कांचली में स्त्री के उत्थान की बात है-देदीप्य जोशी". 30 January 2020. https://www.sarassalil.in/bollywood/dedipya-joshi-interview.
- ↑ "Coronavirus lockdown: 'Kaanchli Life in a Slough' actress Shikha Malhotra volunteers as nurse in the battle against COVID-19 | Hindi Movie News - Bollywood - Times of India" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/videos/entertainment/hindi/coronavirus-lockdown-kaanchli-life-in-a-slough-actress-shikha-malhotra-volunteers-as-nurse-in-the-battle-against-covid-19/videoshow/74883708.cms.
- ↑ 5.0 5.1 "Kaanchli Life In A Slough Movie Review: Low on content, high on skin show", The Times of India, https://timesofindia.indiatimes.com/entertainment/hindi/movie-reviews/kaanchli-life-in-a-slough/movie-review/73982041.cms, আহৰণ কৰা হৈছে: 2020-04-02
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- কাঁচলী: লাইফ ইন এ শ্লাফ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- এক্সত কাঁচলী: লাইফ ইন এ শ্লাফ