কাঁচেৰ স্বৰ্গ
অৱয়ব
কাঁচেৰ স্বৰ্গ | |
---|---|
পৰিচালক | যাত্ৰীক |
ৰচনা | যাত্ৰীক |
প্ৰযোজক | প্ৰকাশ চন্দ্ৰ নান |
অভিনয়ত | দিলীপ মুখোপাধ্যায় অনিল চট্টোপাধ্যায় বিকাশ ৰায় পাহাড়ী সান্যাল |
চিত্ৰগ্ৰহণকাৰী | অনিল গুপ্ত জ্যোতি লাহা |
সম্পাদনা | দুলাল দত্ত |
সংগীত পৰিচালক | জ্যোতিৰিন্দ্ৰ মৈত্ৰ |
পৰিবেশক | মিতালী ফিল্মছ প্ৰাঃলিঃ |
মুক্তি |
৯ ফেব্ৰুৱাৰী ১৯৬২ |
দেশ | ভাৰত |
ভাষা | বঙালী |
কাঁচেৰ স্বৰ্গ (ইংৰাজী: Kancher Swarga) যাত্ৰীক ৰচিত আৰু পৰিচালিত ১৯৬২ চনৰ বঙালী ভাষাৰ এখন ভাৰতীয় নাট্যধৰ্মী চলচ্চিত্ৰ। চিত্ৰযুগৰ বেনাৰত ছবিখন প্ৰযোজনা কৰিছে প্ৰকাশ চন্দ্ৰ নানে।[1] মুখ্য চৰিত্ৰত অভিনয় কৰিছে দিলীপ মুখাৰ্জী, অনিল চেটাৰ্জী, বিকাশ ৰায়, আৰু পাহাড়ী সান্যালে।[2] সংগীতৰ ৰচনা কৰিছে জ্যোতিৰিন্দ্ৰ মৈত্ৰই। ১৯৬২ চনৰ ৯ ফেব্ৰুৱাৰীত ছবিখন মুক্তি পায়। কাঁচেৰ স্বৰ্গই দশম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদকৰ[3] উপৰিও তৃতীয় শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ২৬তম বেংগল ফিল্ম জাৰ্ণেলিষ্টছ এচোছিয়েচন (BFJA) বঁটা লাভ কৰে।
অভিনয় শিল্পী
[সম্পাদনা কৰক]সংগীত
[সম্পাদনা কৰক]কাঁচেৰ স্বৰ্গ ছবিখনৰ সংগীত ৰচনা কৰিছে জ্যোতিৰিন্দ্ৰ মৈত্ৰই। গীতৰ কথা ৰবীন্দ্ৰনাথ ঠাকুৰৰ। কণ্ঠদান কৰিছে সুমিত্ৰা সেন আৰু দ্বিজেন মুখাৰ্জীয়ে।
বঁটা
[সম্পাদনা কৰক]- দশম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (১৯৬৩)
- বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰূপৰ পদক।[3]
- বেংগল ফিল্ম জাৰ্ণেলিষ্টছ এচোছিয়েচন বঁটা
- ৩য় শ্ৰেষ্ঠ চলচ্চিত্ৰ
তথ্যউৎস
[সম্পাদনা কৰক]- ↑ "Kancher Swarga". timesofindia.indiatimes.com. https://timesofindia.indiatimes.com/entertainment/bengali/movie-details/kancher-swarga/movieshow/67652970.cms। আহৰণ কৰা হৈছে: 16 April 2025.
- ↑ "কাঁচেৰ স্বৰ্গ". indiancine.ma. https://indiancine.ma/KIR/info। আহৰণ কৰা হৈছে: 16 April 2025.
- ↑ 3.0 3.1 "National films for Awards". https://www.dff.nic.in/images/Documents/104_10thNfacatalogue.pdf। আহৰণ কৰা হৈছে: 20-10-2019.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- কাঁচেৰ স্বৰ্গ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।