কাউচা
অৱয়ব
colspan=2 style="text-align: center; background-color: transparent; text-align:center; border: 1px solid red; " | কাউচা Coracias benghalensis | |
---|---|
ভাৰতৰ, বান্ধৱগড় ৰাষ্ট্ৰী উদ্যানৰ এটি কাউচাৰ আলোকচিত্ৰ। | |
সংৰক্ষণ স্থিতি | |
colspan=2 style="text-align: center; background-color: transparent; text-align:center; border: 1px solid red; " | জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
ৰাজ্য: | অ্যানিম্যালিয়া |
পৰ্ব: | কৰ্ডাটা |
শ্ৰেণী: | পক্ষী |
বৰ্গ: | Coraciiformes |
পৰিয়াল: | Coraciidae |
গণ: | Coracias |
প্ৰজাতি: | C. benghalensis |
colspan=2 style="text-align: center; background-color: transparent; text-align:center; border: 1px solid red; " | বৈজ্ঞানিক নাম | |
Coracias benghalensis (লিনিয়াস, ১৭৫৮) | |
colspan=2 style="text-align: center; background-color: transparent; text-align:center; border: 1px solid red; " | সমাৰ্থক | |
Corvus benghalensis |
কাউচা (বৈজ্ঞানিক নাম: Coracias benghalensis ) এবিধ অতি চিনাকি চৰাই।
আকাৰ
[সম্পাদনা কৰক]কাউচাৰ আকাৰ ৩১-৩৩ চেঃ মিঃ পৰ্যন্ত হয়। মূৰৰ ওপৰৰ অংশ অলপ নীলা আৰু পাখিৰ তলৰ ফালৰ ৰং নীলা। অৱশ্যে এই চৰাইবিধ দেখাত বহু পৰিমাণে কলডিলৰ নিচিনা।
বাসস্থান
[সম্পাদনা কৰক]কাউচা সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বাংলাদেশৰ গাৰো পাহাৰ, হবিগঞ্জ, চট্টগ্ৰামৰ পাহাৰীয়া অঞ্চলসহ ধৰি দক্ষিণ এছিয়াত পোৱা যায়,।
আহাৰ
[সম্পাদনা কৰক]পোক-পৰুৱা, কীট-পতঙ্গ, বেং, সাপৰ পোৱালি, জেঠি, পিঁপৰা, তেজপিয়া ইত্যাদি।
চিত্ৰশালা
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ BirdLife International (2008). Coracias benghalensis. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 04 July 2009.