কাকজান মহাবিদ্যালয়
অৱয়ব
| কাকজান মহাবিদ্যালয় | |
|---|---|
| স্থাপিত | ২৪ জুলাই ১৯৬৭ |
| ধৰণ | ৰাজহুৱা |
| অধ্যক্ষ | ডা° ৰূপৰেখা বৰদলৈ |
| স্থান | কাকজান, যোৰহাট, অসম, ভাৰতবৰ্ষ |
| ভুক্তি | ডিব্ৰুগড় বিশ্ববিদ্যালয় |
| ৱেবছাইট | www.kakojancollege.edu.in |
কাকজান মহাবিদ্যালয় ভাৰতবৰ্ষৰ যোৰহাট জিলাৰ কাকজানত অৱস্থিত এখন সাধাৰণ ডিগ্ৰী মহাবিদ্যালয়। মহাবিদ্যালয়খন ১৯৬৭ চনৰ ২৪ জুলাইত প্ৰতিষ্ঠা লাভ কৰে। এইখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে সংলগ্ন হৈ আছে।[1]
বিভাগসমূহ
[সম্পাদনা কৰক]বিজ্ঞান
[সম্পাদনা কৰক]- পদাৰ্থ বিজ্ঞান
- গণিত
- ৰসায়ন বিজ্ঞান
- পৰিসংখ্যা
- উদ্ভিদ বিজ্ঞান
- প্ৰাণী বিজ্ঞান
কলা
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Affiliated College of Dibrugarh University". Archived from the original on 11 May 2020. https://web.archive.org/web/20200511203812/https://dibru.ac.in/academics/colleges। আহৰণ কৰা হৈছে: 30 August 2017.