কাছাৰ কংগ্ৰেছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

কাছাৰ কংগ্ৰেছ, ভাৰতঅসম ৰাজ্যৰ বৰাক উপত্যকাৰ এটা আঞ্চলিক ৰাজনৈতিক দল আছিল। ২০০১ চনৰ অসম বিধানসভা নিৰ্বাচনৰ আগে আগে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এটা বিসম্বাদী গোটৰ দ্বাৰা কাছাৰ কংগ্ৰেছ গঠন হৈছিল। কাছাৰ কংগ্ৰেছৰ নেতৃত্ব ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী নিৰ্বাচন আৰু প্ৰবীণ কংগ্ৰেছ নেতা সন্তোষ মোহন দেৱৰ নেতৃত্বৰ প্ৰতি অসন্তুষ্ট হৈ বিষোদগাৰ প্ৰকাশেৰে এই দল গঠন কৰিছিল।

কাছাৰ কংগ্ৰেছৰ সভাপতি আছিল অনিল চন্দ্ৰ দে।

২০১১ চনৰ পশ্চিম বংগ বিধান সভাৰ নিৰ্বাচনতো কাছাৰ কংগ্ৰেছে প্ৰতিদ্বন্দিতা কৰিছিল।

২০০৪ চনৰ ১৭ নৱেম্বৰ তাৰিখে কাছাৰ কংগ্ৰেছ ভাৰতীয় জাতীয় পাৰ্টীৰ সৈতে চামিল হয়। সূত্ৰৰ মতে, চামিলকৰণৰ সময়ত কাছাৰ কংগ্ৰেছৰ ৫২০ জন সদস্য আছিল।