সমললৈ যাওক

কাঞ্চনজঙ্ঘা (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাঞ্চনজঙ্ঘা

DVD cover
পৰিচালক সত্যজিৎ ৰায়
ৰচনা সত্যজিৎ ৰায়
প্ৰযোজক সত্যজিৎ ৰায়
অভিনয়ত
চিত্ৰগ্ৰহণকাৰী সুব্ৰত মিত্ৰ
সম্পাদনা দুলাল দত্ত
সংগীত পৰিচালক সত্যজিৎ ৰায়
প্ৰযোজনা
কোম্পানী
এনচিএ প্ৰডাকচন
পৰিবেশক এডৱাৰ্ড হেৰিছন(U.S.A.)
মুক্তি
১১ মে' ১৯৬২ (1962-05-11)
দৈৰ্ঘ্য
১০২ মিনিট
দেশ ভাৰত
ভাষা বাংলা

কাঞ্চনজঙ্ঘা (ইংৰাজী: Kanchenjungha (1962 film)) সত্যজিৎ ৰায় পৰিচালিত এখন বাংলা ভাষাৰ চলচ্চিত্ৰ। [1] চলচ্চিত্ৰখন কাঞ্চনজঙ্ঘা পৰ্বতৰ সমীপত অৱস্থিত জনপ্ৰিয় পৰ্যটন কেন্দ্ৰ দাৰ্জিলিঙলৈ‍ সপৰিয়ালে‍ ছুটী উপভোগ কৰিবলৈ যোৱা এক উচ্চবৰ্গৰ বাঙালী পৰিয়ালক লৈ নিৰ্মিত।[2] ইয়াত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ছবি বিশ্বাস, কৰুণা বন্দ্যোপাধ্যায়, অনিল চট্টোপাধ্যায়, অলকানন্দ ৰায় আৰু অনুভা গুপ্তই। ১৯৬২ চনৰ ১১ মে’ত চলচ্চিত্ৰখনে মুক্তি লাভ কৰিছিল। ২৬ সংখ্যক বংগ চলচ্চিত্ৰ সাংবাদিক সন্থাৰ বঁটা প্ৰদান অনুষ্ঠানত এই চলচ্চিত্ৰখনে দ্বিতীয় শ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰ আৰু শ্ৰেষ্ঠ সংলাপ (সত্যজিৎ) বঁটা লাভ কৰিছিল।[3]

অভিনয়ত

[সম্পাদনা কৰক]

পুৰস্কাৰ

[সম্পাদনা কৰক]
পুৰস্কাৰ বিভাগ মনোনীত ফলাফল সাঁচ:টুলটিপ
২৬ সংখ্যক বাংলা চলচ্চিত্ৰ সাংবাদিক সমিতি পুৰস্কাৰ ২য় শ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰ কাঞ্চনজঙ্ঘা সাঁচ:জয় [3]
শ্ৰেষ্ঠ সংলাপ সত্যজিৎ ৰায় সাঁচ:জয়

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "ছোট্ট দাৰ্জিলিং". ১৪ মে ২০২০. https://www.anandabazar.com/supplementary/rabibashoriyo/a-write-up-about-the-small-boy-of-kanchenjunga-film-1.141182. 
  2. 2.0 2.1 2.2 "ক্ল্যাসিক সিনেমা ৰিভিউ : অৰণ্যেৰ দিনৰাত্ৰি ও কাঞ্চনজঙ্ঘা". ১৪ মে ২০২০. http://www.bhorerkagoj.com/print-edition/2018/12/08/225257.php. 
  3. 3.0 3.1 "26th Annual BFJA Awards". বাংলা চলচ্চিত্ৰ সাংবাদিক সমিতি পুৰস্কাৰ. ২৯ নভেম্বৰ ২০২৪. Archived from the original on 2010-01-08. https://web.archive.org/web/20100108013155/http://www.bfjaawards.com/legacy/pastwin/196326.htm। আহৰণ কৰা হৈছে: 2025-06-16.