সমললৈ যাওক

কাঞ্চনা (অভিনেত্ৰী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাঞ্চনা
জন্ম বসুন্ধৰা দেৱী
১৬ আগষ্ট, ১৯৩৯ (৮৫ বছৰ)
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৫৭-১৯৮৮; ২০১৭


কাঞ্চনা (ইংৰাজী: Kanchana ; জন্ম: ১৬ আগস্ট ১৯৩৯) ভাৰতৰ তামিল চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰী। তামিলৰ উপৰিও তেওঁ তেলেগু ছবিতো কাম কৰি আহিছে। ১৯৬০ চনত তামিল চলচ্চিত্ৰ জগতত তেওঁ কাঞ্চনা সুপৰিচিত আছিল।[1][2]

বসুন্ধৰা দেৱী হিচাপে জন্মগ্ৰহণ কৰা কাঞ্চনা প্ৰথমে এয়াৰ হোষ্টেছ আছিল। এবাৰ তামিল চলচ্চিত্ৰ পৰিচালক চি. ভি. শ্ৰীধৰ তেওঁৰ বিমানৰ যাত্ৰী আছিল। তেওঁক দেখি পচন্দ হৈ চলচ্চিত্ৰত অভিনয়ৰ প্ৰস্তাৱ দিয়ে। কাঞ্চনা মান্তি হয় আৰু তেওঁ অভিনয় কৰা প্ৰথমখন ছবি আছিল কদলিক্কা নেৰামল্লাই (১৯৬৪); তাৰ পৰাই তেওঁৰ নাম কাঞ্চনা নামেৰে পৰিচিত হৈ উঠে।[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]