সমললৈ যাওক

কান্তা কুমাৰী ভাটনাগৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কান্তা কুমাৰী ভাটনাগৰ
জন্ম ১৯৩০ (আনুমানিক)
মৃত্যু ১৩ আগষ্ট ২০১১ (বয়স ৮১)
উদয়পুৰ, ৰাজস্থান, ভাৰত
জনা যায় উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ
ৰাজস্থান ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ

কান্তা কুমাৰী ভাটনাগৰ (হিন্দী: कान्ता भटनागर [1],প্ৰায় ১৯৩০ – ১৩ আগষ্ট ২০১১) ভাৰতৰ এগৰাকী ন্যায়াধীশ আৰু মানৱ অধিকাৰ কৰ্মী আছিল। তেওঁ মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথমগৰাকী মহিলাৰ লগতে ৰাজস্থান ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ প্ৰথমগৰাকী অধ্যক্ষ আছিল ভটনগৰ।[2]তেওঁ ৰাজস্থানৰ এগৰাকী বিশিষ্ট মহিলা ন্যায়াধীশ আছিল৷

১৯৬৮ চনত ভাটনাগৰে ৰাজস্থানত এগৰাকী ন্যায়াধীশ হিচাপে কৰ্মৰত আছিল৷[2] ১৯৯২ চনৰ জুন মাহত তেওঁ মাদ্ৰাছ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হয়৷[2] সেইখন ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে অধিষ্ঠিত হোৱা তেওঁ প্ৰথমগৰাকী মহিলা৷[3] পৰৱৰ্তী পাঁচটা মাহ তেওঁ সেই পদত অধিষ্ঠিত হৈ থাকে৷[4]

২০০০ চনত ভাটনাগৰ ৰাজস্থান ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ প্ৰথমগৰাকী অধ্যক্ষ হয়৷[1]

২০১১ চনৰ ১৩ আগষ্টত ৮১ বছৰ বয়সত তেওঁৰ হৃদ যন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্য হয়৷[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Former Chairman & Members". Rajasthan State Human Rights Commission. Archived from the original on 20 May 2015. https://web.archive.org/web/20150520103644/http://rshrc.rajasthan.gov.in/former-chairman-members.htm। আহৰণ কৰা হৈছে: 30 July 2017. 
  2. 2.0 2.1 2.2 2.3 "Former Madras CJ passes away" (en ভাষাত). The Hindu. 15 August 2011. http://www.thehindu.com/todays-paper/tp-national/tp-newdelhi/former-madras-cj-passes-away/article2358322.ece. 
  3. "New CJ of Madras HC sworn in; governor, CM present" (en-in ভাষাত). Eenadu English Portal. 5 April 2017. Archived from the original on 8 January 2018. https://web.archive.org/web/20180108120414/http://www.eenaduindia.com/states/tamil-nadu/2017/04/05114152/New-CJ-of-Madras-HC-sworn-in-governor-CM-present.vpf. 
  4. Subramanil, A. (30 June 2017). "Madras High Court gets all-woman first bench for 1st time in 135 years - Times of India". The Times of India. http://timesofindia.indiatimes.com/city/chennai/madras-high-court-gets-all-woman-first-bench-for-1st-time-in-135-years/articleshow/59379229.cms.