সমললৈ যাওক

কান্তা ত্যাগী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কান্তা ত্যাগী
জন্ম মধ্য প্ৰদেশ, ভাৰত
পেচা সমাজকৰ্মী
জনা যায় কস্তুৰবা বনবাসী কন্যা আশ্ৰম
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী
জানকী দেৱী বাজাজ বঁটা

কান্তা ত্যাগী (ইংৰাজী: Kanta Tyagi) মধ্য প্ৰদেশৰ এগৰাকী ভাৰতীয় সমাজকৰ্মী।

তেওঁ মধ্যপ্ৰদেশৰ অৰ্থনৈতিক আৰু সামাজিকভাৱে পাছ পৰা গ্ৰাম্য মহিলাসকলক কেন্দ্ৰ কৰি নিমাৰত গঢ় লোৱা বেচৰকাৰী সংস্থা কস্তুৰবা বনবাসী কন্যা আশ্ৰমৰ পৰিচালক আৰু তেওেঁলাকৰ সেৱাত নিয়োজিত ব্যক্তি‍।.[1] সংগঠনটোৰ তত্বাৱধানত তেওঁ এখন টেইলাৰিং আৰু নিটিং স্কুল, মছলা আৰু পাপড় নিৰ্মাণ ইউনিট আৰু জনজাতীয় মহিলা আৰু শিশুৰ বাবে এটা স্বাস্থ্য কেন্দ্ৰ চলাই আছে।[2] মধ্যপ্ৰদেশৰ নিৱালীত থকা কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় সোঁৱৰণী ন্যাসৰ অফিচিয়েল প্ৰতিনিধি (প্ৰতিনিধি)[3] আৰু নৰ্মাদা নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ (এনচিএ) অংশ চৰ্দাৰ সৰোবৰ প্ৰকল্পৰ বাবে পুনৰ সংস্থাপন আৰু পুনৰ্বাসন উপগোটৰ সদস্য।[4]

গ্ৰাম্য সমাজৰ প্ৰতি আগ বঢে়াৱা সেৱাৰ বাবে ১৯৯৮ চনত ভাৰত চৰকাৰৰ তৰফৰ পৰা চতুৰ্থ তেওঁক দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী প্ৰদান কৰা হয়৷[5] তেওঁ ইণ্ডিয়ান মাৰ্চেণ্টছ চেম্বাৰ্ছ লেডিজ উইঙৰ জানাকী দেৱী বাজাজ বঁটাও (২০০২) লাভ কৰে।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 "Jankidevi Bajaj Puraskar for Kanta Tyagi". The Tribune. 20 December 2002. http://www.tribuneindia.com/2002/20021220/ncr1.htm। আহৰণ কৰা হৈছে: 24 October 2015. 
  2. "MP's Kanta Tyagi wins Jankidevi Bajaj Puraskar". Economic Times. 11 December 2002. Archived from the original on 5 March 2016. https://web.archive.org/web/20160305143452/http://articles.economictimes.indiatimes.com/2002-12-11/news/27340792_1_cash-prize-health-centre-outstanding-contribution। আহৰণ কৰা হৈছে: 24 October 2015. 
  3. "Smt. Kanta Tyagi, Pratinidhi, Kasturba Trust, Niwali branch – I.M.C. Ladies Wing felicitated by Janki Devi Bajaj Award.". Kasturba Gandhi National Memorial Trust. 2015. Archived from the original on 12 August 2014. https://web.archive.org/web/20140812210933/http://www.kgnmt.org/awards.htm। আহৰণ কৰা হৈছে: 24 October 2015. 
  4. "Resettlement and Rehabilitation Subgroup". Narmada Control Authority. 2015. http://nca.gov.in/rr_sbg.htm। আহৰণ কৰা হৈছে: 24 October 2015. 
  5. "Padma Awards". Ministry of Home Affairs, Government of India. 2015. Archived from the original on 15 October 2015. https://web.archive.org/web/20151015193758/http://mha.nic.in/sites/upload_files/mha/files/LST-PDAWD-2013.pdf। আহৰণ কৰা হৈছে: 21 July 2015.