কামৰূপ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
(কামৰূপ জিলা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)ৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation
Jump to search
কামৰূপ ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা৷ ২০০৩ চনত পুৰণি কামৰূপ জিলা দুভাগত বিভক্ত হয়; বৃহত্তৰ গুৱাহাটী অঞ্চলক লৈ এখন নতুন জিলা কামৰূপ মহানগৰ জিলা গঠন কৰা হয় আৰু অন্যখনৰ নাম আগৰ কামৰূপেই থাকিল। ২০০৪ চনত কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়া মহকুমাৰ এটা অংশ নবগঠিত বাক্সা জিলাত অন্তৰ্ভূক্ত হয়। বিভাজনৰ পাছত কামৰূপৰ সদৰ গুৱাহাটীৰ পৰা আমিনগাঁওলৈ স্থানান্তৰিত কৰা হ'ল।
কামৰূপে তলৰ প্ৰবন্ধসমূহ বুজাব পাৰে:
- অবিভক্ত কামৰূপ জিলা
- কামৰূপ জিলা
- কামৰূপ মহানগৰ জিলা
- কামৰূপ ৰাজ্য (প্ৰাচীন অসম)
![]() |
এই দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠাই একে নামৰ প্ৰৱন্ধসমূহ তালিকাভুক্ত কৰিছে। যদি এটা আভ্যন্তৰীণ সংযোগে আপোনাক ইয়ালৈ আনিছে, আপুনি পোনপটীয়াকৈ বিচৰা প্ৰৱন্ধটো পাবৰ বাবে সংযোগটোৰ সালসলনি কৰিব পাৰে। |