সমললৈ যাওক

কালবেলা (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কালবেলা

কালবেলা বোলছবিৰ পোষ্টাৰ
পৰিচালক গৌতম ঘোষ
ৰচনা সমৰেশ মজুমদাৰ
প্ৰযোজক দূৰদৰ্শন
প্ৰসাৰ ভাৰতী
অভিনয়ত পৰমব্ৰত চট্টোপাধ্যায়
পাওলি দাম
সন্তু মুখোপাধ্যায়
সৌমিত্ৰ চট্টোপাধ্যায়
চিত্ৰগ্ৰহণকাৰী বিজয় আনন্দ
গৌতম ঘোষ
সম্পাদনা শুভ্ৰ ৰায়
সংগীত পৰিচালক গৌতম ঘোষ
পৰিবেশক এনএফডিসি
মুক্তি
১৬ জানুয়াৰী, ২০০৯
দেশ ভাৰত
ভাষা বাংলা

কালবেলা হ'ল গৌতম ঘোষ পৰিচালিত আৰু ২০০৯ চনত নিৰ্মিত বাংলা ভাষাৰ এখন ভাৰতীয় চলচ্চিত্ৰ। পৰমব্ৰত চট্টোপাধ্যায়, পাওলি দাম, সন্তু মুখোপাধ্যায়, সুনীল মুখোপাধ্যায়, সৌমিত্ৰ চট্টোপাধ্যায়ে এই বোলছবিখনত অভিনয় কৰিছিল। নক্সাল আন্দোলনৰ পটভূমিত সমৰেশ মজুমদাৰ ৰচিত উপন্যাস কালবেলাৰ আধাৰত এই বোলছবিখন নিৰ্মাণ কৰা হৈছিল। [1] [2][3]

অভিনয়-শিল্পীসকল

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]