কালিদাস ৰংগালয়
| কালিদাস ৰংগালয় | |
|---|---|
বিহাৰ আৰ্ট থিয়েটাৰৰ ল’গ’ | |
| ঠিকনা | দক্ষিণ-পূব গান্ধী ময়দান, পাটনা- ৮০০০০৪ |
| দেশ | ভাৰত |
| স্বতাধিকাৰী | বিহাৰ আৰ্ট থিয়েটাৰ |
| প্ৰাৰম্ভ | ১৯৭৪ |
| kalidasrangalaya | |
কালিদাস ৰংগালয় (ইংৰাজী: Kalidas Rangalaya ) বিহাৰৰ অন্যতম সুপৰিচিত থিয়েটাৰ আৰু ৰাজ্যখনৰ ৰাজধানী পাটনাৰ এটা সাংস্কৃতিক পৰিবেশন কেন্দ্ৰ।[1] ই গান্ধী মৈদানৰ দক্ষিণ-পূব কোণত অৱস্থিত।[2] বিহাৰ আৰ্ট থিয়েটাৰে ৰংগালয় পৰিচালনা কৰে, যি আন্তৰ্জাতিক নাট্য প্ৰতিষ্ঠান, ইউনেস্কো, পেৰিছৰ এটা আঞ্চলিক কেন্দ্ৰ।[3]
ইতিহাস
[সম্পাদনা কৰক]কালিদাসৰ নামেৰে নামাকৰণ কৰা প্ৰতিষ্ঠানটো ১৯৭৪ চনৰ ৯ অক্টোবৰত অনিল কুমাৰ মুখাৰ্জীয়ে প্ৰতিষ্ঠা কৰে।[4] ৰাজ্য চৰকাৰে বিহাৰ আৰ্ট থিয়েটাৰক দিয়া ভূমিত ৰাজ্যৰ ৰাজধানীত নাট্য আৰু সাংস্কৃতিক কাৰ্যকলাপৰ প্ৰচাৰ আৰু অগ্ৰগতিৰ বাবে কালিদাস ৰংগালয় নিৰ্মাণ কৰা হৈছে।
অৱলোকন
[সম্পাদনা কৰক]কালিদাস ৰংগালয়ত এখন মঞ্চ, এটা প্ৰেক্ষাগৃহ, বিহাৰ নাট্য সংস্থানৰ কাৰ্যালয় আৰু এটা ‘অন্নপূৰ্ণা’ নামেৰে জনাজাত কেফেটেৰিয়া আছে। এই পৰিসৰত শকুন্তলা জনতা থিয়েটাৰ, প্ৰিয়ম্বদা শিশু থিয়েটাৰ, অনসুয়া আৰ্ট গেলেৰী আৰু শিল্পীসকলৰ বাবে অভ্যৰ্থনা গেষ্ট হাউচ আছে। এই পৰিসৰত নৃত্য আৰু সংগীত, চিত্ৰকলা আৰু ফটোগ্ৰাফীৰ শিক্ষা প্ৰদান কৰা হয়।[5]
প্ৰসংগ
[সম্পাদনা কৰক]- ↑ "4-day theatre fest opens at Kalidas Rangalaya". The Times of India. 2013-11-27. http://timesofindia.indiatimes.com/city/patna/4-day-theatre-fest-opens-at-Kalidas-Rangalaya/articleshow/26441364.cms। আহৰণ কৰা হৈছে: 2014-04-24.
- ↑ "The Telegraph Calcutta (Kolkata) | Kalidas Rangalaya keeps drama alive". The Telegraph (India). 2010-08-05. http://www.telegraphindia.com/1100805/jsp/bihar/story_12767616.jsp। আহৰণ কৰা হৈছে: 2014-04-24.
- ↑ "About Us". Kalidas Rangalaya. http://kalidasrangalaya.com/about-us/। আহৰণ কৰা হৈছে: 2014-04-24.[সংযোগবিহীন উৎস]
- ↑ "Street's a stage for these artistes". The Times of India. 2012-01-17. http://timesofindia.indiatimes.com/city/patna/streets-a-stage-for-these-artistes/articleshow/11517748.cms। আহৰণ কৰা হৈছে: 2014-04-24.
- ↑ "Kalidas Rangalaya, Patna". Go4patna.com. 1961-06-25. Archived from the original on 2014-04-24. https://web.archive.org/web/20140424224312/http://go4patna.com/index.php/patna/34-pi/220-kalidas-rangalaya-patna। আহৰণ কৰা হৈছে: 2014-04-24.