সমললৈ যাওক

কিউ (২০১১ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(কিউ (২০১১ চনৰ চলচ্চিত্ৰ)ৰ পৰা পুনঃনিৰ্দেশিত)
কিউ (Q)
পৰিচালক লৰেণ্ট বোহনিক
ৰচনা লৰেণ্ট বোহনিক
অভিনয়ত ডেবোৰাহ ৰেভি
হেলেন যিমাৰ
চিত্ৰগ্ৰহণকাৰী ডমিনিক কলিন
সম্পাদনা ভেলেৰি পিকো
সংগীত পৰিচালক আৰ্ণেষ্ট ছেইণ্ট লৰেণ্ট
মুক্তি
১৪ ছেপ্টেম্বৰ ২০১১ (2011-09-14) (ফ্ৰান্স)
দৈৰ্ঘ্য
১০৩ মিনিট
দেশ ফ্ৰান্স
ভাষা ফৰাচী

কিউ হৈছে ২০১১ চনত লৰেণ্ট ব’নিকৰ পৰিচালনাত নিৰ্মিত এখন ফৰাচী কামুক থ্ৰিলাৰ ছবি।[1] চলচ্চিত্ৰখন আমেৰিকাত ডিজায়াৰ নামেৰে মুক্তি লাভ কৰিছিল।[2]

ফ্ৰান্সৰ চেগ চহৰত অৰ্থনৈতিক মন্দাৱস্থা। পুৰুষে মহিলাৰ সংগ পোৱা নাই। হঠাৎ কিছুমান পুৰুষে কেকিল নামৰ এগৰাকী মহিলাক লগ পায়। এই ছোৱালীজনী এগৰাকী কামুক নাৰী। কেকিলৰ বয়স ২০ বছৰ। দেউতাকৰ মৃত্যু হৈছে। চিনাকি আৰু অচিনাকি বিভিন্ন পুৰুষৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিব বিচাৰে তাইৰ। কান্স নামৰ এজন ল’ৰা কেকিলৰ প্ৰেমিক আৰু এজন ক্ষুদ্ৰ অপৰাধী। ল'ৰাটোৱে কেকিলৰ যৌন প্ৰয়োজনবোৰ ভালদৰে পূৰণ কৰিব পৰা নাই। মেট এজন গাড়ীৰ মেকানিক যাৰ প্ৰেমিকা এলিছ নামৰ এগৰাকীয়ে তেওঁৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিব নিবিচাৰে। কেকিলে বন্ধু-বান্ধৱীক পৰামৰ্শ দিয়ে যে কেনেকৈ নাৰী আৰু পুৰুষক যৌন আনন্দ দিব লাগে আৰু কেনেকৈ নিদিব। মেট আৰু এলিছৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাৰ পিছতো কেকিল কান্সে প্ৰকৃত যৌন আনন্দ লাভৰ আন উপায় বিচাৰি পায়।

  • ডেবোৰাহ ৰেভি - কেকিল
  • হেলেন যিমাৰ - এলিচ
  • গোয়ান ডিডি - মেট
  • জনি এমাৰো - কেন্স
  • জন লিবাৰেউ - মানু
  • জ্যাঁ-ফ্ৰাঁচোৱা গেলোট - পেৰে ডি’এলিচ
  • ব্ৰিচ ফৰনিয়াৰ - মৰিচ

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Q". UniFrance. http://en.unifrance.org/movie/30613/q। আহৰণ কৰা হৈছে: 2017-11-29. 
  2. "Q". IMDB. https://www.imdb.com/title/tt1879030/.