সমললৈ যাওক

কুমুদিনী হাজং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কুমুদিনী হাজং
জন্ম ১৯২৯/১৯৩০
ময়মনসিংহ জিলা, ব্ৰিটিছ বাংলা
মৃত্যু ২৩ মাৰ্চ, ২০২৪ (৯৪ বছৰ)
বাহেৰাটোলি, দুৰ্গাপুৰ উপজিলা, নেত্ৰকোনা জিলা, বাংলাদেশ
ৰাষ্ট্ৰীয়তা বাংলাদেশী
জনা যায় টঙ্ক আন্দোলন
বঁটা, সন্মান, পুৰস্কাৰ আদি বাংলা একাডেমি ফেলোশ্বিপ (২০১৯)


কুমুদিনী হাজং (১৯২৯/১৯৩০ – ২৩ মাৰ্চ ২০২৪) এজনী বাংলাদেশী হাজং বিপ্লৱী, আদিবাসী আৰু ধৰ্মনিৰপেক্ষ অধিকাৰ কাৰ্যকৰ্তা আছিল। তেওঁ ব্ৰিটিছ ৰাজৰ সময়ছোৱাত হোৱা টঙ্ক আন্দোলনত অংশগ্ৰহণৰ বাবে পৰিচিত।[1] তেওঁ ২০১৯ চনত সমাজ কল্যাণত অৱদানৰ বাবে বাংলা একাডেমি ফেলোশ্বিপ লাভ কৰে।

হাজং প্ৰায় ১৯৩০ চনত ময়মনসিংহ (বৰ্তমানৰ দুৰ্গাপুৰ উপজিলা, নেত্ৰকোনা)ৰ বাহেৰাটোলি গাঁৱত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ আছিল অথিত চন্দ্ৰ ৰায় হাজং আৰু মাতৃ জনমণি হাজং।[2]

তেওঁ লঙ্কেশ্বৰ হাজঙৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। তেওঁৰ পতিৰ ২০০০ চনত দেহাৱসান ঘটে।[1] তেওঁলোকৰ তিনি পুত্ৰ আৰু দুজনী কন্যা আছিল।[3] ২৩ মাৰ্চ ২০২৪ তাৰিখে নিজৰ বাসগৃহত কুমুদিনীয়ে মৃত্যু বৰণ কৰে।[1]

পুৰস্কাৰ

[সম্পাদনা কৰক]
  • বাংলা একাডেমি ফেলোশ্বিপ (২০১৯)[4]
  • অনন্যা শীৰ্ষ ১০ পুৰস্কাৰ (২০০৩)[5]
  1. ^ দ্য ডেইলী ষ্টাৰ বাতৰি কাকত অনুসৰি, তেওঁৰ মৃত্যু সময়ত বয়স ৯৪ বছৰ আছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "টঙ্ক আন্দোলনৰ নেত্ৰী কুমুদিনী হাজং ৯৪ বছৰত দেহ ত্যাগ" (en ভাষাত). The Daily Star. ২৪ মাৰ্চ ২০২৪. https://www.thedailystar.net/news/bangladesh/obituary/news/tonko-rebellion-leader-kumudini-hajong-dies-94-3573526. 
  2. "আৰ্কাইভ কপি". kullagora Unionkullagoraup.netrokona.gov.bd. Archived from the original on 2023-04-05. https://web.archive.org/web/20230405214259/http://kullagoraup.netrokona.gov.bd/bn/site/page/a8Y8-%E0%A6%AA%E0%A7%8D%E0%A6%B0%E0%A6%96%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A4-%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A6%95%E0%A7%8D%E0%A6%A4%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AC। আহৰণ কৰা হৈছে: ২৩ মাৰ্চ ২০২৪. 
  3. "টঙ্ক আন্দোলনৰ নেত্ৰী কুমুদিনী হাজং দেহ ত্যাগ কৰিলে". BSS. https://www.bssnews.net/district/180335. 
  4. "৪২তম বাংলা একাডেমি সাধাৰণ পৰিষদ বাৰ্ষিক সভা ২০১৯". বাংলা একাডেমিbanglaacademy.gov.bd. Archived from the original on 2024-03-23. https://web.archive.org/web/20240323212920/https://banglaacademy.gov.bd/site/news/a31ec220-b612-4958-af5c-77b4660c1a4a/nolink/-। আহৰণ কৰা হৈছে: ২৩ মাৰ্চ ২০২৪. 
  5. (bn ভাষাত)Prothom Alo. ১৮ জানুৱাৰী ২০২২. https://www.prothomalo.com/bangladesh/district/%E0%A6%AF%E0%A7%87%E0%A6%AE%E0%A6%A8-%E0%A6%86%E0%A6%9B%E0%A7%87%E0%A6%A8-%E0%A6%95%E0%A7%81%E0%A6%AE%E0%A7%81%E0%A6%A6%E0%A6%BF%E0%A6%A8%E0%A7%80-%E0%A6%B9%E0%A6%BE%E0%A6%9C%E0%A6%82.