কুলৰাজ ৰন্ধাৱা
অৱয়ব
| কুলৰাজ ৰন্ধাৱা | |
|---|---|
২০২৪ চনত ৰন্ধাৱা | |
| জন্ম | কুলৰাজ কৌৰ ৰন্ধাৱা ১৬ মে', ১৯৮৩ (৪২ বছৰ) ডেহৰাদুন, পঞ্জাব, ভাৰত, ভাৰত |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | অভিনেত্ৰী |
কুলৰাজ কৌৰ ৰন্ধাৱা (জন্ম: ১৬ মে' ১৯৮৩)[1] এজনী ভাৰতীয় অভিনেত্ৰী যিয়ে পঞ্জাবী আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰে।[2] তেওঁ কৰীণা কৰীণা নামৰ টেলিভিছন শৃংখলাৰ "কৰীণা" চৰিত্ৰৰ বাবে জনাজাত।[3]
প্ৰাৰম্ভিক জীৱন আৰু ব্যৱসায়
[সম্পাদনা কৰক]ৰন্ধাৱাৰ জন্ম উত্তৰাখণ্ডৰ দেহৰাদুনত এজন শিখ পৰিয়ালত হৈছিল। তেওঁ বেংগালুৰু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকতা লাভ কৰিছিল। তেওঁ ২০০৬ চনত জিমি শৰগিলৰ সৈতে মন্নত চলচ্চিত্ৰৰ জৰিয়তে নিজৰ অভিনয় জীৱন আৰম্ভ কৰিছিল[4] আৰু তেওঁৰ হিন্দী চলচ্চিত্ৰ জীৱন ২০০৯ চনৰ চিণ্টু জী চলচ্চিত্ৰৰ যোগেদি আৰম্ভ হৈছিল।
চলচ্চিত্ৰ তালিকা
[সম্পাদনা কৰক]| বছৰ | শিৰোনাম | ভাষা | চৰিত্ৰ | অন্য তথ্য |
|---|---|---|---|---|
| ২০০৬ | মন্নত | পঞ্জাবী | প্ৰসিন কৌৰ/মন্নত | |
| ২০০৯ | তেৰ মেৰ কি ৰিস্তা | পঞ্জাবী | ৰাজ্জো | |
| ২০০৯ | চিণ্টুজী | হিন্দী | দেৱিকা মালহোত্ৰা | প্ৰথম হিন্দী চলচ্চিত্ৰ |
| ২০০৯ | জানে ভি দো যাৰো | হিন্দী | ||
| ২০১১ | য়মলা পাগলা দিৱানা | হিন্দী | সাহেবা | |
| ২০১২ | চাৰ দিন কি চান্দনী[5] | হিন্দী | ||
| ২০১৪ | লাকি কবুতৰ | হিন্দী | লক্ষ্মী | |
| ২০১৪ | ডাবল ডি ট্ৰাবল | পঞ্জাবী | ||
| ২০১৬ | নীধি সিং[6] | পঞ্জাবী | নীধি সিং | |
| ২০১৯ | নৌকৰ ভাহুতি দা[7] | পঞ্জাবী | নীতু | |
| ২০২০ | লণ্ডন কনফিডেনশিয়েল | হিন্দী | নিৰূপমা দাস | ZEE5 original film |
| ২০২১ | ওয়ে মামু! | হিন্দী | [উদ্ধৃতিৰ প্ৰয়োজন] | |
| ২০২৩ | তু হৌৱেই মেই হৌৱঁ | পঞ্জাবী | কেলি | [8] |
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- কুলৰাজ ৰন্ধাৱা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- কুলৰাজ ৰন্ধাৱা সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য
- কুলৰাজ ৰন্ধাৱাৰ সৈতে সাক্ষাৎকাৰ
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Kulraj Randhawa". Cintaa. http://www.cintaa.net/membership/cintaa_profile/1561। আহৰণ কৰা হৈছে: 14 April 2014.
- ↑ "Kulraj Randhawa | Actress" (en-US ভাষাত). IMDb. https://www.imdb.com/name/nm2430007/। আহৰণ কৰা হৈছে: 2024-04-28.
- ↑ "Foodie Kulraj". https://www.indiatoday.in/magazine/supplement/story/20101206-foodie-kulraj-744875-2010-11-26.
- ↑ "Jimmy Sheirgill and Kulraj Randhawa pair up for Punjabi No 1". The Times of India. 2017-01-10. ISSN 0971-8257. https://timesofindia.indiatimes.com/entertainment/punjabi/movies/news/jimmy-sheirgill-and-kulraj-randhawa-pair-up-for-punjabi-no-1/articleshow/20064638.cms.
- ↑ "Kulraj Randhawa: Latest News, Photos, Videos on Kulraj Randhawa". NDTV.com. http://www.ndtv.com/topic/kulraj-randhawa। আহৰণ কৰা হৈছে: 15 August 2017.
- ↑ "Kulraj in Needhi Singh". Archived from the original on 14 July 2014. https://web.archive.org/web/20140714112237/http://daily.bhaskar.com/article/CHD-actress-kulraj-randhawa-visits-chandigarh-press-club-for-promoting-an-upcoming-m-4645417-PHO.html.
- ↑ "Naukar Vahuti Da: Ahead of the shoot, Kulraj Randhawa shares about her excitement for the movie". The Times of India. 2019-03-31. ISSN 0971-8257. https://timesofindia.indiatimes.com/entertainment/punjabi/movies/news/naukar-vahuti-da-ahead-of-the-shoot-kulraj-randhawa-shares-about-her-excitement-for-the-movie/articleshow/68652882.cms.
- ↑ "Tu Hovein Main Hovan: Jimmy Sheirgill and Kulraj Randhawa starrer to release on February 10". The Times of India. 18 January 2023. https://timesofindia.indiatimes.com/entertainment/punjabi/movies/news/tu-hovein-main-hovan-jimmy-sheirgill-and-kulraj-randhawa-starrer-to-release-on-february-10/articleshow/97089272.cms। আহৰণ কৰা হৈছে: 13 February 2023.