কুৱাকাটা ৰাষ্ট্ৰীয় উদ্যান
অৱয়ব
| কুৱাকাটা ৰাষ্ট্ৰীয় উদ্যান | |
|---|---|
আই.ইউ.চি.এন শ্ৰেণী II (ৰাষ্ট্ৰীয় উদ্যান) | |
| অৱস্থান | পতুৱাখালি, বাংলাদেশ। |
| মাটিকালি | ১৬১৩ হেক্টৰ |
| প্ৰতিস্থা | ২৪ অক্টোবৰ ২০১০ |
কুৱাকাটা ৰাষ্ট্ৰীয় উদ্যান (ইংৰাজী: Kuakata National Park) বাংলাদেশৰ আই ইউ চি এন দ্বিতীয় শ্ৰেণীৰ ৰাষ্ট্ৰীয় উদ্যান আৰু প্ৰকৃতি সংৰক্ষিত বনাঞ্চল।[1] এই উদ্যানখন পতুৱাখালি জিলাৰ অন্তৰ্গত কালাপাৰা উপজিলাত অৱস্থিত।[1] বাংলাদেশ চৰকাৰৰ শগুণ নিৰাপদ অঞ্চল-২ সূচী অনুসৰি ইয়াক শগুনৰ বাবে অন্যতম নিৰাপদ অঞ্চল হিচাপে ঘোষণা কৰিছে।[2]
উদ্ভিদ, প্ৰাণী, প্ৰকৃতি সংৰক্ষণ আৰু পৰ্যটনৰ সুবিধাসমূহৰ উন্নয়নৰ উদ্দেশ্যে বাংলাদেশ চৰকাৰে ২০১০ চনৰ ২৪ অক্টোবৰত এই উদ্যানখন আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে।[1][3] ইয়াৰ আয়তন ১৬১৩ হেক্টৰ।[3]
চিত্ৰশালা
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- 1 2 3 "National Parks". bforest.gov.bd. https://bforest.gov.bd/site/page/7304f3af-8d7b-4fcd-a237-41b5be4de286/%E0%A6%9C%E0%A6%BE%E0%A6%A4%E0%A7%80%E0%A7%9F-%E0%A6%89%E0%A6%A6%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%A8। আহৰণ কৰা হৈছে: 8 June 2020.
- ↑ "Vulture Safe Zone" (en ভাষাত). bforest.gov.bd. Archived from the original on 15 June 2019. https://web.archive.org/web/20190615192229/http://www.bforest.gov.bd/site/page/6e896fbc-0250-45ee-9fe5-772648326eb2/-। আহৰণ কৰা হৈছে: 10 June 2020.
- 1 2 "Biodievsrity Flora_NCS". bforest.portal.gov.bd. Archived from the original on 16 July 2024. https://web.archive.org/web/20240716060008/http://bforest.portal.gov.bd/sites/default/files/files/bforest.portal.gov.bd/notices/c3379d22_ee62_4dec_9e29_75171074d885/5.%20Biodievsrity%20Flora_NCS.pdf। আহৰণ কৰা হৈছে: 8 June 2020.