কৃতি দেৱী দেৱবৰ্মন
কৃতি দেৱী দেৱবৰ্মন | |
---|---|
![]() | |
লোকসভাৰ সাংসদ | |
পদাধিকাৰ | |
কাৰ্যভাৰ গ্ৰহণ ৪ জুন ২০২৪[1] | |
পূৰ্বসূৰী | ৰেৱতী ত্ৰিপুৰা |
সমষ্টি | পূব ত্ৰিপুৰা |
ব্যক্তিগত তথ্য | |
জন্ম | ৩ জুন ১৯৭১ |
ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টী |
শিক্ষা | গ্ৰাম্য ব্যৱস্থাপনা প্ৰতিষ্ঠান, আনন্দ |
কৃতি দেৱী দেববৰ্মন (ইংৰাজী: Kriti Devi Debbarman) ত্ৰিপুৰাৰ ৰাজকীয় পৰিয়ালৰ সদস্য তথা ত্ৰিপুৰাৰ ভাৰতীয় ৰাজনীতিবিদ। ত্ৰিপুৰা পূৱ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয়। তেওঁ টিপ্ৰা মোথা পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিৰ যৌথ প্ৰাৰ্থী আছিল।[2][3]
প্ৰাথমিক জীৱন
[সম্পাদনা কৰক]কৃতি দেৱী দেৱবৰ্মন মহাৰাজা কিৰিত বিক্ৰম কিশোৰ দেৱবৰ্মা আৰু বিভু কুমাৰ দেৱীৰ কন্যা। তেওঁৰ দুগৰাকী ভাই-ভনী ক্ৰমে প্ৰজ্ঞা দেৱবৰ্মা আৰু ত্ৰিপুৰাৰ বৰ্তমানৰ ৰজা প্ৰদ্যুৎ বিক্ৰম দেৱবৰ্মা।[4]
ৰাজনৈতিক কেৰিয়াৰ
[সম্পাদনা কৰক]২০২৪ চনৰ ৫ জুনত ত্ৰিপুৰাৰ ৰাজ্যপাল এন ইন্দ্ৰসেনা ৰেড্ডীৰ সৈতে পূব ত্ৰিপুৰাৰ ১৮ নং লোকসভাৰ সংসদ সদস্য কৃতি দেৱী দেৱবৰ্মান। ১৮ নং লোকসভাত দেৱবৰ্মাই ৪৮৬,৮১৯ টা ভোটৰ ব্যৱধানত পূব ত্ৰিপুৰা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয়।.[5]
২০২৩ চনৰ ত্ৰিপুৰা ৰাজ্য বিধানসভাৰ প্ৰচাৰ অভিযানৰ সৈতে জড়িত বাবে তেওঁক তেওঁৰ ভাতৃ প্ৰদ্যুৎ মাণিক্যৰ সৈতে দেখা পোৱা গৈছিল।
টিপ্ৰাছাৰ বাবে সাংবিধানিক সমাধানৰ বাবে টিপ্ৰা মোথা পাৰ্টি আৰু ভাৰত চৰকাৰৰ মাজত টিপ্ৰসা চুক্তি স্বাক্ষৰ কৰাৰ পাছত দেৱবৰ্মনক যৌথ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হয়।[6]
লোকসভাৰ সদস্য হোৱাৰ পিছত দেৱবৰ্মনক ২০২৪ চনৰ ২৬ ছেপ্টেম্বৰত ৰাসায়নিক আৰু সাৰ সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিৰ সদস্য হিচাপে নিযুক্তি দিয়া হয়।[7]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Tripura East (ST) election results 2024 live updates: BJP's Kriti Devi Debbarman wins with 7,77,447 votes". The Times of India. 4 June 2024. https://timesofindia.indiatimes.com/city/agartala/tripura-east-st-election-results-2024-tripura-tripura-east-st-lok-sabha-elections-poll-result-updates-kriti-devi-debbarman-bjp/articleshow/110673574.cms.
- ↑ "Tripura East Election Result 2024 LIVE Updates Highlights: Lok Sabha Winner, Loser, Leading, Trailing, MP, Margin" (en ভাষাত). News18. 2024-06-04. https://www.news18.com/elections/tripura-east-election-result-2024-live-updates-highlights-counting-of-votes-on-8917220.html। আহৰণ কৰা হৈছে: 2024-06-04.
- ↑ "Election Commission of India". Election Commission of Indiaresults.eci.gov.in. https://results.eci.gov.in/PcResultGenJune2024/candidateswise-S232.htm। আহৰণ কৰা হৈছে: 5 June 2024.
- ↑ "Who is Kriti Singh Debbarma, the BJP candidate for Tripura East LS seat?" (en-US ভাষাত). Northeast Live. 2024-03-14. https://northeastlivetv.com/topnews/who-is-kriti-singh-debbarma-the-bjp-candidate-for-tripura-east-ls-seat/। আহৰণ কৰা হৈছে: 2024-06-04.
- ↑ "Lok Sabha Election Outcome: Northeast sends only 2 women MPs to ..." (en-US ভাষাত). www.google.com. https://www.google.com/imgres?imgurl=https://m.nenow.in/sortd-service/imaginary/v22-01/jpg/large/high?url%3DbmVub3ctaW4tcHJvZC1zb3J0ZC9tZWRpYTE4Y2Q0MzkwLTIzM2MtMTFlZi1hYzMyLWRkMjViMjZhOWI2OC5qcGc%3D&tbnid=LZcjp7VCi7UxxM&vet=1&imgrefurl=https://nenow.in/north-east-news/assam/lok-sabha-election-outcome-northeast-sends-only-2-women-mps-to-delhi.html&docid=pKfenU1_I2gVLM&w=800&h=428&itg=1&source=sh/x/im/can/1&kgs=e820bafde8a8e3e3&shem=abme,ssim,trie&sfr=vfe। আহৰণ কৰা হৈছে: 2024-06-05.
- ↑ "Press Trust Of India". www.ptinews.com. https://www.ptinews.com/story/national/kriti-devi-debbarman-files-nomination-for-tripura-east-ls-constituency/1389435। আহৰণ কৰা হৈছে: 2024-06-04.
- ↑ "Chemicals and Fertilizers" (en-US ভাষাত). PRS Legislative Research. https://prsindia.org/parliamentary-committees/chemicals-and-fertilizers। আহৰণ কৰা হৈছে: 2024-11-25.