সমললৈ যাওক

কেগনী লিন কাৰ্টাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কেগনী লিন কাৰ্টাৰ
এগৰাকী হাঁহি থকা মহিলাৰ প্ৰতিকৃতি
২০১০ চনত কাৰ্টাৰ
জন্ম ২৮ মাৰ্চ, ১৯৮৭
হেৰিছ কাউণ্টি, টেক্সাছ, আমেৰিকা যুক্তৰাষ্ট্ৰ
মৃত্যু ১৫ ফেব্ৰুৱাৰী, ২০২৪ (৩৬ বছৰ)
কুয়াহোগা কাউণ্টি, অ’হিঅ’, আমেৰিকা যুক্তৰাষ্ট্ৰ
পেচা পৰ্ণগ্ৰাফিক অভিনেত্ৰী

কেগনী লিন কাৰ্টাৰ (ইংৰাজী: Kagney Linn Karter; ২৮ মাৰ্চ ১৯৮৭ – ১৫ ফেব্ৰুৱাৰী ২০২৪) এগৰাকী আমেৰিকাপৰ্ণগ্ৰাফিক অভিনেত্ৰী আৰু 'এক্সটিক ডান্সাৰ' আছিল। অভিনয় আৰু সংগীতৰ কেৰিয়াৰ গঢ়িবলৈ মিজুৰীৰ পৰা কেলিফৰ্ণিয়ালৈ অহাৰ পিছত তেওঁ কামোদ্দীপক ফটোগ্ৰাফাৰ হলী ৰেণ্ডেলৰ বাবে পোজ দিছিল আৰু 'নটি আমেৰিকা' তথা 'এলিগেণ্ট এঞ্জেল'ৰ প্ৰাপ্তবয়স্ক ছবিত অভিনয় কৰিছিল। ২০১০ চনত তেওঁ 'জিৰো টলাৰেন্স এণ্টাৰটেইনমেণ্ট'ৰ এগৰাকী একচেটিয়া চুক্তিবদ্ধ শিল্পী হৈ পৰে। ইয়াৰ উপৰিও তেওঁ পেণ্টহাউচ আৰু হাষ্টলাৰ আলোচনীত স্থান লাভ কৰিছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৮৭ চনৰ ২৮ মাৰ্চত টেক্সাছৰ হেৰিছ কাউণ্টিত কাৰ্টাৰৰ জন্ম হৈছিল।[1] তেওঁ মিজুৰীৰ ছেইণ্ট জোচেফ আৰু পেঞ্চিলভেনিয়াৰ ৰিজৱেত ডাঙৰ-দীঘল হৈছিল।[2]

কেৰিয়াৰ

[সম্পাদনা কৰক]

কাৰ্টাৰে মিজুৰীত থকা সময়ছোৱাত এগৰাকী ষ্ট্ৰিপাৰ হিচাপে কাম কৰিছিল আৰু ২০০৭ চনত ৰাজ্যখনৰ 'ডেজা ভু' (Déjà Vu) বছৰটোৰ শ্ৰেষ্ঠ শ্ব'গাৰ্ল হিচাপে মনোনীত হৈছিল।[3]

পৰৱৰ্তী সময়ত তেওঁ অভিনয় আৰু সংগীতৰ কেৰিয়াৰ গঢ়িবলৈ কেলিফৰ্ণিয়ালৈ গুচি যায়। তেওঁ এগৰাকী 'এক্সটিক ডান্সাৰ' হিচাপেও কাম কৰি থকা বুলি জানিব পাৰি পৰিচালকৰ সৈতে কাৰ্টাৰৰ মতানৈক্য ঘটে।[2] নৃত্য অব্যাহত ৰখাৰ লগতে তেওঁ মডেলিং জগতত প্ৰৱেশ কৰে আৰু 'এল এ ডাইৰেক্ট মডেলছ'ৰ সৈতে চুক্তিবদ্ধ হোৱাৰ পিছত কামোদ্দীপক ফটোগ্ৰাফাৰ হলী ৰেণ্ডেলৰ বাবে পোজ দিয়ে।[2]

কাৰ্টাৰে ২০০৮ চনৰ ছেপ্টেম্বৰ মাহত প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ উদ্যোগত প্ৰৱেশ কৰে।[4] তেওঁৰ প্ৰথমটো দৃশ্য আছিল 'নটি আমেৰিকা'ৰ বাবে জনি চিন্সৰ সৈতে।[2] ২০০৯ চনত তেওঁ জুন মাহৰ 'পেণ্টহাউচ পেট অৱ দ্য মান্থ' হিচাপে নিৰ্বাচিত হয় আৰু এপ্ৰিল মাহত 'হাষ্টলাৰ' তথা জুন মাহত 'এভিএন' (AVN) আলোচনীৰ বেটুপাতত স্থান লাভ কৰে।[4][5] ২০০৯ চনৰ অক্টোবৰত প্ৰকাশিত হলী ৰেণ্ডেলৰ ফটো বুক 'ইৰটিক ড্ৰিম গাৰ্লছ'ৰ বেটুপাততো কাৰ্টাৰক দেখা গৈছিল।[6] ২০১০ চনৰ জানুৱাৰীত তেওঁ 'জিৰো টলাৰেন্স এণ্টাৰটেইনমেণ্ট'ৰ সৈতে এক একচেটিয়া অভিনয়ৰ চুক্তি স্বাক্ষৰ কৰে।[7] ইয়াৰ উপৰিও তেওঁ 'এলিগেণ্ট এঞ্জেল'ৰ চলচ্চিত্ৰতো অভিনয় কৰিছিল।[8]

কাৰ্টাৰে ৱিল ৰাইডাৰৰ পৰিচালনাত নিৰ্মিত 'নট মেৰীড উইথ চিল্ড্ৰেন এক্সএক্সএক্স' (২০০৯) আৰু 'অফিচিয়েল চাইলেন্স অৱ দ্য লেমবছ পেৰডী' (২০১১) নামৰ পেৰডী চিনেমা দুখনত অভিনয় কৰিছিল।[8] তেওঁ লুই থেৰক্সৰ তথ্যচিত্ৰ 'টুইলাইট অৱ দ্য পৰ্ণ ষ্টাৰ্ছ' (২০১২) ত উপস্থিত হৈছিল, য’ত প্ৰকাশ পাইছিল যে পৰ্ণ উদ্যোগৰ পৰা হোৱা উপাৰ্জনৰ উপৰি তেওঁ ৱেবকাম শ্ব'ও কৰিছিল।[9] ২০২৪ চনত মৃত্যুৰ এবছৰ আগলৈকে তেওঁ মাজে মাজে প্ৰাপ্তবয়স্ক ছবিত অভিনয় কৰি আছিল। তেওঁক মৰণোত্তৰভাৱে 'এক্সআৰচিঅ' হল অৱ ফেেম' (XRCO Hall of Fame) আৰু 'এভিএন হল অৱ ফেেম'ত অন্তৰ্ভুক্ত কৰা হয়।[10][11]

২০২৪ চনৰ ১৫ ফেব্ৰুৱাৰীত ৩৬ বছৰ বয়সত ওহাইঅ'ৰ ক্লিভলেণ্ডৰ ওচৰৰ নিজা বাসগৃহত কাৰ্টাৰে আত্মহত্যা কৰে।[8][12]

বঁটা আৰু মনোনয়নসমূহ

[সম্পাদনা কৰক]
কেগনী লিন কাৰ্টাৰে লাভ কৰা সন্মানৰ তালিকা
মুঠ বিজয় আৰু মনোনয়ন
মুঠ ৩৭
বৰ্ষঅনুষ্ঠানবিভাগকাম
২০১০ এভিএন বঁটা শ্ৰেষ্ঠ নৱাগতা (Best New Starlet) প্ৰযোজ্য নহয়
শ্ৰেষ্ঠ পিঅ'ভি যৌন দৃশ্য[13] Pound the Round POV[14]
এক্সবিআইজেড বঁটা বছৰটোৰ শ্ৰেষ্ঠ নৱাগতা[15][16] প্ৰযোজ্য নহয়
এক্সআৰচিঅ' বঁটা শ্ৰেষ্ঠ নৱাগতা[17]
২০১২ অৰ্বান এক্স বঁটা শ্ৰেষ্ঠ পায়ু মৈথুন দৃশ্য (প্ৰিন্স ইয়াহুৱাৰ সৈতে)[18] Prince the Penetrator (2012)[19]
২০১৪ এভিএন বঁটা শ্ৰেষ্ঠ স্তন (অনুৰাগীৰ বঁটা)[20] প্ৰযোজ্য নহয়
২০১৮ নাইটমুভছ বঁটা শ্ৰেষ্ঠ স্তন (সম্পাদকৰ পছন্দ)[21]
২০২৪ এক্সআৰচিঅ' বঁটা এক্সআৰচিঅ' হল অৱ ফেেম[10]
২০২৫ এভিএন বঁটা এভিএন হল অৱ ফেেম[11]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Sharma, Anoushka (February 20, 2024). "Kagney Linn Karter: All About Adult Film Star Who Died By Suicide". NDTV. https://www.ndtv.com/feature/kagney-linn-karter-all-about-adult-film-star-who-died-by-suicide-5094411.
  2. 1 2 3 4 Miller, Dan (May 17, 2009). "Kagney Linn Karter: An AVN Interview". AVN. https://avn.com/business/articles/video/kagney-linn-karter-an-avn-interview-338925.html আহৰণ কৰা হৈছে: March 29, 2023.
  3. "Rising Star PR Signs Kagney Linn Karter" (Press release). February 27, 2009. https://avn.com/business/press-release/video/rising-star-pr-signs-kagney-linn-karter-305238.html আহৰণ কৰা হৈছে: March 29, 2023.
  4. 1 2 "Fresh Girls". Adult Video News খণ্ড 25/6 (319): 82–88. June 2009. ISSN 0883-7090.
  5. "Kagney Linn Karter Has Industry Covered" (Press release). June 24, 2009. https://avn.com/business/press-release/video/kagney-linn-karter-has-industry-covered-346451.html আহৰণ কৰা হৈছে: March 29, 2023.
  6. Javors, Steve (September 5, 2009). "Holly Randall Photo Book Set for Dec. Release". XBIZ. https://www.xbiz.com/news/112453/holly-randall-photo-book-set-for-dec-release আহৰণ কৰা হৈছে: March 29, 2023.
  7. Warren, Peter (January 6, 2010). "Kagney Linn Karter Goes Exclusive With Zero Tolerance". AVN. https://avn.com/business/articles/video/kagney-linn-karter-goes-exclusive-with-zero-tolerance-376497.html আহৰণ কৰা হৈছে: March 29, 2023.
  8. 1 2 3 Warren, Peter (February 20, 2024). "Kagney Linn Karter Dies in Cleveland Home". AVN. https://avn.com/business/articles/video/kagney-linn-karter-dies-in-cleveland-home-929075.html.
  9. "Louis Theroux on porn: The decline of an industry". BBC News. June 8, 2012. https://www.bbc.com/news/magazine-18352421 আহৰণ কৰা হৈছে: March 30, 2015.
  10. 1 2 Warren, Peter (May 5, 2024). "2024 XRCO Award Winners Announced". AVN. https://avn.com/news/video/2024-xrco-award-winners-announced-177367.
  11. 1 2 "AVN Announces Hall of Fame Class of 2025". AVN. December 31, 2024. https://avn.com/news/video/avn-announces-hall-of-fame-class-of-2025-178748.
  12. Roberts, Andrew (May 19, 2024). "Adult Film Star Heartbreaking Cause of Death Saddens Kagney Linn Karter Fans". popculture.com. https://popculture.com/celebrity/news/adult-film-star-kagney-linn-karters-gruesome-cause-of-death-confirmed/.
  13. "2010 Nominees". 2011 AVN Awards Show. Archived from the original on July 7, 2011. https://web.archive.org/web/20110707194109/http://avnawards.avn.com/past-shows/past-nominees/ আহৰণ কৰা হৈছে: March 24, 2026.
  14. Roland, John (January 13, 2010). "2010 AVN Award Winners Announced". AVN. https://avn.com/business/articles/video/2010-avn-award-winners-announced-378238.html আহৰণ কৰা হৈছে: March 29, 2023.
  15. Javors, Steve (December 16, 2009). "XBIZ Announces Finalist Nominees for 2010 XBIZ Awards". XBIZ. https://www.xbiz.com/news/115720/xbiz-announces-finalist-nominees-for-2010-xbiz-awards আহৰণ কৰা হৈছে: March 29, 2023.
  16. Katz, Lyla (February 11, 2010). "XBIZ Awards 2010 Winners Announced". XBIZ. https://www.xbiz.com/news/117447/xbiz-awards-2010-winners-announced আহৰণ কৰা হৈছে: March 29, 2023.
  17. Warren, Peter (April 30, 2010). "2010 XRCO Award Winners Announced". AVN. https://avn.com/business/articles/video/2010-xrco-award-winners-announced-395384.html আহৰণ কৰা হৈছে: March 29, 2023.
  18. "2012 Urban X Awards Nominations". Urban X Awards. June 27, 2012. Archived from the original on April 28, 2013. https://web.archive.org/web/20130428232721/http://www.urbanxawards.com/awards/index.php?option=com_content&view=article&id=13:complete-nominees-list-including-movies-and-talent&catid=1:awards আহৰণ কৰা হৈছে: March 24, 2026.
  19. "Urban X Awards Announces 2012 Winners". AVN. July 22, 2012. https://avn.com/business/articles/video/urban-x-awards-announces-2012-winners-482109.html আহৰণ কৰা হৈছে: March 29, 2023.
  20. Neuwave, Robert (January 21, 2014). "AVN Announces the Winners of the 2014 AVN Awards". AVN. https://avn.com/business/articles/video/avn-announces-the-winners-of-the-2014-avn-awards-544448.html আহৰণ কৰা হৈছে: March 29, 2023.
  21. Neuwave, Robert (October 8, 2018). "NightMoves Awards Announces Winners of 2018 Show". AVN. https://avn.com/business/articles/video/the-26th-annual-nightmoves-awards-was-biggest-best-ever-802699.html আহৰণ কৰা হৈছে: March 29, 2023.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]