কেতুৰি
অৱয়ব
(কেতুৰীৰ পৰা পুনঃনিৰ্দেশিত)
| Curcurma angustifolia | |
|---|---|
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| ৰাজ্য: | Plantae |
| (অশ্ৰেণীকৃত): | Angiosperms |
| (অশ্ৰেণীকৃত): | Monocots |
| (অশ্ৰেণীকৃত): | Commelinids |
| বৰ্গ: | Zingiberales |
| পৰিয়াল: | Zingiberaceae |
| উপপৰিয়াল: | Zingiberoideae |
| গণ: | Curcuma |
| প্ৰজাতি: | C. angustifolia |
| বৈজ্ঞানিক নাম | |
| Curcuma angustifolia [1] Roxb.[2] | |
কেতুৰি উদ্ভিদজগতৰ (জিঞ্জিবাৰাছী Zingiberaceae) পৰিয়ালৰ কাৰকামা (Curcuma) জাতিৰ অন্তৰ্গতঃ ৮০ ৰো অধিক বিভিন্ন প্ৰজাতিৰ মাজৰ এবিধ। কেতুৰিৰ বৈজ্ঞানিক নাম কাৰকামা আংগাষ্টিফোলিয়া (Curcuma angustifolia)। ই ভাৰত উপমহাদেশৰ এবিধ থলুৱা উদ্ভিদ, যাক সাধাৰণতে ইংৰাজীত ইষ্ট ইণ্ডিয়ান এৰোৰুট (East Indian Arrowroot) নাইবা নেৰো লীভড্ টাৰমাৰিক ( narrow-leaved turmeric) বুলি জনা যায়। মনিপুৰী ভাষাত ইয়াক য়াইপান, হিন্দীত তিখুৰ আৰু মালায়ালামত কূভা বুলি জনা যায়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "National Resources Conservation Service" group="United States Department of Agriculture">"Plants Profile: Curcuma angustifolia Roxb.". Archived from the original on 26 January 2022. https://web.archive.org/web/20220126083232/https://plants.usda.gov/java/profile?symbol=CUAN2। আহৰণ কৰা হৈছে: 5 April 2012.
- ↑ Curcuma angustifolia was originally described and published in Asiatic Researches, or Transactions of the Society. Calcutta 11:338, t.5. 1810. GRIN (January 26, 1998). "Curcuma angustifolia information from NPGS/GRIN". Taxonomy for Plants. প্ৰকাশক National Germplasm Resources Laboratory, Beltsville, Maryland: USDA, ARS, National Genetic Resources Program. http://www.ars-grin.gov/cgi-bin/npgs/html/taxon.pl?100991। আহৰণ কৰা হৈছে: April 11, 2012.