সমললৈ যাওক

কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ

ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক
সংস্থাৰ ৰূপৰেখা
গঠন ১৫ আগষ্ট ১৯৪৭; ৭৮ বছৰ আগত (1947-08-15)
প্ৰকাৰ ভাৰত চৰকাৰৰ সৰ্বোচ্চ কাৰ্যবাহী সংস্থা
ক্ষেত্ৰাধিকাৰ ভাৰতীয় গণৰাজ্য
মুখ্য কাৰ্যালয় নতুন দিল্লী
সংস্থাৰ কাৰ্যবাহী , ভাৰতৰ প্ৰধানমন্ত্ৰী
খালী, উপ-প্ৰধানমন্ত্ৰী
সন্তান সংস্থা কেবিনেট
ভাৰত চৰকাৰৰ মন্ত্ৰালয়সমূহ
ৱেবছাইট cabsec.gov.in

কেন্দ্ৰীয় মন্ত্ৰী পৰিষদহৈছে ভাৰত চৰকাৰৰ প্ৰধান কাৰ্যবাহী অংগ। কেন্দ্ৰীয় মন্ত্ৰী পৰিষদে ভাৰতৰ ৰাষ্ট্ৰপতিক কাৰ্য্য সম্পাদনত সহায় আৰু পৰামৰ্শ দিয়াৰ কাম কৰে।[1]ইয়াৰ অধ্যক্ষতা কৰে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আৰু ইয়াত প্ৰতিটো কাৰ্যবাহী চৰকাৰী মন্ত্ৰালয়ৰ মুৰব্বী থাকে। বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ নেতৃত্বত আছে নৰেন্দ্ৰ মোডী আৰু মন্ত্ৰী পৰিষদত ৭১ জন সহযোগী সদস্য আছে। কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ ভাৰতৰ লোকসভাৰ ওচৰত জবাবদিহি।.[2]

কেন্দ্ৰীয় মন্ত্ৰীসভা হৈছে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ এটা কাৰ্যবাহী সংস্থা, যি ভাৰতৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা, মন্ত্ৰীসভা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ এটা উপগোট যিয়ে চৰকাৰৰ গুৰুত্বপূৰ্ণ পৰ্টফলিঅ' আৰু মন্ত্ৰালয়সমূহ গ্ৰহণ কৰে। [3]

নিয়মাৱলী

[সম্পাদনা কৰক]
  1. Article 74 of the Constitution of India
  2. Article 75(3) of Constitution of India
  3. Wikisource: Constitution of India/Part XVIII