কেৰোলিন ফাৰ্ণকম্ব
| কেৰোলিন ফাৰ্ণকম্ব | |
|---|---|
| জন্ম | ১২ জানুৱাৰী, ১৮৫৯ ক্লাৰ্ক টাউনশ্বিপ, নিউ কেচেলৰ ওচৰত, পশ্চিম কানাডা |
| মৃত্যু | ১৩ নৱেম্বৰ, ১৯৫১ (৯২ বছৰ) এন্টাৰিঅ, লণ্ডন |
| জনা যায় | পেইণ্টাৰ |
কেৰোলিন ফাৰ্ণকম্ব (ইংৰাজী: Caroline Farncomb) এগৰাকী কানাডিয়ান পেইণ্টাৰ[1]। তেওঁৰ জন্ম ১২ জানুৱাৰী, ১৮৫৯ আৰু মৃত্যু ১৩ নৱেম্বৰ ১৯৫১ চন। তেওঁ অণ্টাৰিঅ'ৰ লণ্ডনত বাস কৰিছিল য'ত তেওঁ মহিলা কলা সংস্থাৰ সম্পাদিকা আছিল আৰু এখন আৰ্ট গেলেৰী আৰম্ভ কৰিবলৈ শ্ৰম দান কৰিছিল, যিটো এতিয়া লণ্ডন মিউজিয়াম হৈ আছে।[2]
কেৰিয়াৰ
[সম্পাদনা কৰক]কেৰোলিনৰ জন্ম হয় পশ্চিম কানাডাৰ নিউকেষ্টল চহৰৰ ওচৰত[2] ফাৰ্ণকমে ১৮৬৭ চনত পৰিয়ালৰ সৈতে অণ্টাৰিঅ'ৰ লণ্ডনলৈ গুচি যায়।[3] লণ্ডনত ক্লেমেন্স ভ্যান ডেন ব্ৰক আৰু ফ্লৰেন্স কাৰ্লাইলৰ লগত তেওঁ অণ্টাৰিঅ’ৰ লণ্ডনৰ হেলমুথ লেডিজ কলেজ; অণ্টাৰিঅ’ৰ লণ্ডনৰ ৱেষ্টাৰ্ণ স্কুল অৱ আৰ্ট এণ্ড ডিজাইন; নিউয়ৰ্কৰ আৰ্ট ষ্টুডেণ্টছ লীগ আৰু পেৰিছৰ একাডেমী জুলিয়ানত অধ্যয়ন কৰিছিল।[3][4]
পশ্চিমীয়া কলা মেলা সমূহত তেওঁ তেওঁৰ চিত্ৰসমূহ প্ৰদৰ্শন কৰিছিল; কানাডাৰ মহিলা কলা সংস্থা; লণ্ডনৰ মহিলা কলা ক্লাব; মণ্ট্ৰিয়েলৰ আৰ্ট এছ'চিয়েচন (১৯০০-১৯০৯)ৰ সৈতে:[3] ৰয়েল কানাডিয়ান একাডেমী অৱ আৰ্টছ (১৮৯৯-১৯০৮);[5] আৰু অণ্টাৰিঅ' ছ'চাইটি অৱ আৰ্টিষ্ট (১৮৯৯-১৯০৯) অন্যান্য প্ৰদৰ্শনী সমিতি আৰু স্থানৰ লগতে ১৯০৮ চনত তেওঁ সদস্য হিচাপে নিৰ্বাচিত হয়।[6] ১৯০৮ চনত তেওঁ টৰণ্টোৰ ডব্লিউ স্কট এণ্ড সন্স গেলেৰীত গ্ৰুপ শ্ব'ত নিজৰ কামৰ প্ৰদৰ্শন আগবঢ়ায়।[7] ১৯৩২ চনলৈকে তেওঁ বিভিন্ন স্থানীয় স্থানত নিজৰ কামৰ প্ৰদৰ্শন কৰি আছিল।[3] ১৯৫১ চনত অন্টাৰিঅ’ৰ লণ্ডনত ফাৰ্ণকম্বৰ মৃত্যু হয়। তেওঁৰ কৰ্মৰাজি অন্টাৰিঅ'ৰ আৰ্ট গেলেৰী,[8][9] Mcintosh Gallery, পশ্চিম বিশ্ববিদ্যালয়,[3] মিচিছাগা সংগ্ৰহালয়সমূহ[10] আৰু মিউজিয়াম লণ্ডন সংৰক্ষণ কৰা আছে।[11]
চিত্ৰভাণ্ডাৰ
[সম্পাদনা কৰক]কেৰোলিনে অঁকা এখন চিত্ৰ:

তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "Mississauga.ca - Things to Do - Caroline Farncomb Gallery" (en ভাষাত). www.mississauga.ca. http://www.mississauga.ca/portal/discover/carolinefarncombgallery। আহৰণ কৰা হৈছে: 2017-11-15.
- ↑ 2.0 2.1 Letter from Catharine B. McEwen, August 17, 1998, Caroline Farncomb Artist's file, National Gallery Library and Archives, Ottawa
- ↑ 3.0 3.1 3.2 3.3 3.4 "A Driving Force Biography". Mcintosh Gallery, Western Umcintoshdrivingforce.ca. https://mcintoshdrivingforce.ca/biography/caroline-farncomb। আহৰণ কৰা হৈছে: 28 October 2022.
- ↑ "Canadian Women Artists History Initiative : Artist Database : Artists : FARNCOMB, Caroline" (en ভাষাত). cwahi.concordia.ca. Archived from the original on 2017-11-16. https://web.archive.org/web/20171116032344/https://cwahi.concordia.ca/sources/artists/displayArtist.php?ID_artist=171। আহৰণ কৰা হৈছে: 2017-11-15.
- ↑ McMann, Evelyn (1981). Royal Canadian Academy of Arts. প্ৰকাশক Toronto: University of Toronto Press. http://library.gallery.ca/search~S1?/aMcMann/amcmann/1%2C2%2C11%2CB/frameset&FF=amcmann+evelyn+de+r+evelyn+de+rostaing+1913+1999&8%2C%2C10। আহৰণ কৰা হৈছে: 2022-10-27.
- ↑ Harper, J. Russell (1970). Early Painters and Engravers in Canada. প্ৰকাশক Toronto: U of T Press. http://library.gallery.ca/search~S1?/aharper%2C+j.+russell/aharper+j+russell/-3%2C0%2C0%2CB/frameset&FF=aharper+john+russell+1914+1983&22%2C%2C74/indexsort=-। আহৰণ কৰা হৈছে: 27 October 2022.
- ↑ Thumb-Box Exhibition catalogue, Caroline Farncomb Artist's file, National Gallery Library and Archives, Ottawa
- ↑ "AGO Art of the Day — Caroline Farncomb born Newcastle, Ontario, 1859;..." (en ভাষাত). AGO Art of the Day. http://artgalleryofontario.tumblr.com/post/922661266/caroline-farncomb-born-newcastle-ontario-1859। আহৰণ কৰা হৈছে: 2017-11-15.
- ↑ Clement, Clara Erskine (1904). Women in the fine arts from the Seventh Century B.C. to the Twentieth Century A.D.. BiblioLife. পৃষ্ঠা. 120. ISBN 978-0554334110. http://www.gutenberg.org/files/12045/12045-h/12045-h.htm। আহৰণ কৰা হৈছে: 2017-11-16.
- ↑ "Collection". Mississauga Museummississauga.pastperfectonline.com. https://mississauga.pastperfectonline.com/Webobject/B5F6274F-F1D4-4B59-A658-730655875544। আহৰণ কৰা হৈছে: 28 October 2022.
- ↑ "Collection". Museum London, Ontariocollection.museumlondon.ca. Archived from the original on 27 October 2022. https://web.archive.org/web/20221027181246/http://collection.museumlondon.ca/search/caroline%2520farncomb। আহৰণ কৰা হৈছে: 27 October 2022.