সমললৈ যাওক

কে. ভি. ডমিনিক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কে. ভি. ডমিনিক
জন্ম ১৩ ফেব্ৰুৱাৰী, ১৯৫৬ (৭০ বছৰ)
কালাডী, কেৰালা, ভাৰত
পেচা লেখক, কবি, সাহিত্য সমালোচক
ৰাষ্ট্ৰীয়তা ভাৰতীয়
উল্লেখনীয় কৰ্মৰাজি
  • উইংড ৰিজন (Winged Reason)
  • ৰাইট ছন, ৰাইট (Write Son, Write)
  • মাল্টিকালাচাৰেল চিম্ফনী (Multicultural Symphony)
ৱেবছাইট www.profkvdominic.com

কান্নাপ্পিলিল ভাৰ্গিজ ডমিনিক (জন্ম: ১৩ ফেব্ৰুৱাৰী, ১৯৫৬) হৈছে এজন ভাৰতীয় কবি, লেখক, সম্পাদক আৰু সাহিত্য সমালোচক। তেওঁ কেৰালাৰ থোডুপুঝাস্থিত নিউমেন কলেজৰ ইংৰাজী স্নাতকোত্তৰ আৰু গৱেষণা বিভাগৰ এজন অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক।

সাংস্কৃতিক আৰু সাহিত্যিক জীৱন

[সম্পাদনা কৰক]

ডমিনিকৰ বৰ্তমানলৈকে ৫৫খন গ্ৰন্থ প্ৰকাশ পাইছে। ইয়াৰ ভিতৰত আঠখন ইংৰাজী কবিতা পুথি, হিন্দী, ফৰাচী, বাংলা, তামিল, মালায়ালম আৰু গুজৰাটী ভাষালৈ অনূদিত একোখনকৈ কবিতা পুথি আৰু ৮টা চুটিগল্প সংকলন (চাৰিখন ইংৰাজী আৰু ফৰাচী, হিন্দী, মালায়ালম আৰু বাংলা ভাষাত একোখনকৈ) অন্তৰ্ভুক্ত হৈ আছে।[1][2][3] কানাডাৰ হিডেন ব্ৰুক প্ৰেছৰদ্বাৰা প্ৰকাশিত[4] দ্য ডান্স অৱ দ্য পিকক: এন এনথ’লজী অৱ ইংলিছ পয়েত্ৰী ফ্ৰম ইণ্ডিয়া নামৰ কবিতা সংকলনখনত তেওঁৰ কবিতাই স্থান লাভ কৰিছে।[5] তেওঁৰ বহুসংখ্যক গৱেষণা পত্ৰ, কবিতা, চুটিগল্প, গ্ৰন্থ সমালোচনা আৰু একাংকিকা নাট আদি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পত্ৰিকা আৰু সম্পাদিত সংকলনত প্ৰকাশ পাইছে। তেওঁৰ কবিতাৰ ওপৰত পাঁচখন আৰু চুটিগল্পৰ ওপৰত এখন সমালোচনামূলক গ্ৰন্থ প্ৰকাশ হৈছে। তেওঁ ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত দহখন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সাহিত্য সন্মিলন আয়োজন কৰাৰ লগতে দেশ-বিদেশৰ অসংখ্য কৰ্মশালা, আলোচনাচক্ৰ আৰু সন্মিলনত অংশগ্ৰহণ কৰিছে। ইংৰাজী ভাষা আৰু সাহিত্যৰ দুখনকৈ আন্তঃৰাষ্ট্ৰীয় গৱেষণা পত্ৰিকাৰ সম্পাদক হিচাপে তেওঁ গৱেষণা পদ্ধতি আৰু ডকুমেণ্টেচন শৈলীৰ এজন বিশেষজ্ঞ আৰু এই বিষয়ত দেশ-বিদেশৰ বিভিন্ন প্ৰান্তত বহু কৰ্মশালা পৰিচালনা কৰিছে। ভাৰত তথা বিদেশৰ বহু গৱেষক আৰু লেখকে ডমিনিকৰ কবিতাৰ ওপৰত অধ্যয়ন কৰিছে।[6][7][8] ২০১৬ চনত আমেৰিকাৰ এন আৰ্বৰস্থিত মডাৰ্ন হিষ্ট্ৰী প্ৰেছৰপৰা কে. ভি. ডমিনিকৰ কবিতাৰ এক সম্পূৰ্ণ সংকলন প্ৰকাশ পায়।[9]

কাৰ্যকলাপ আৰু স্বীকৃতি

[সম্পাদনা কৰক]

ডমিনিক ‘গিৱেক’ (GIEWEC - Guild of Indian English Writers Editors and Critics)ৰ সচিব। তেওঁ প্ৰতি বছৰে ভাৰতৰ বিভিন্ন প্ৰান্তত গৱেষণা পদ্ধতি আৰু এমএলএ (MLA) ডকুমেণ্টেচন শৈলীৰ ওপৰত কৰ্মশালা পৰিচালনা কৰে।[10][6]

  1. ২০০৯ চনৰ ৯ জুলাইত চেন্নাইৰ চেম্মেনচেৰীস্থিত বিশ্ব শান্তি কেন্দ্ৰত অনুষ্ঠিত বিশ্ব কবিতা দিৱস উদ্‌যাপন অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় কবি একাডেমী, চেন্নায়ে তেওঁক "বিশ্ব কবিতালৈ আগবঢ়োৱা বিশিষ্ট অৱদান আৰু বিশ্ব শান্তি, গোলকীয় সম্প্ৰীতি তথা মহাজাগতিক মানৱতাবাদৰ দিশত মানৱ জাতিক প্ৰভাবিত কৰাৰ অগ্ৰগামী প্ৰয়াসৰ স্বীকৃতি স্বৰূপ" ‘জীৱনজোৰা সাধনা বঁটা’ (LIFETIME ACHIEVEMENT AWARD) প্ৰদান কৰে।
  2. ২০১৪ চনৰ ২৮ ডিচেম্বৰত তিৰুৱনন্তপুৰম (কেৰালা)ত অনুষ্ঠিত ১০ম আন্তঃৰাষ্ট্ৰীয় লেখক মহোৎসৱত চান্দিগড়ৰ ইণ্ডিয়া ইণ্টাৰ-কণ্টিনেণ্টেল কালচাৰেল এছ’চিয়েশ্যনে সাহিত্যৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে ‘কাফ্লা ইণ্টাৰ-কণ্টিনেণ্টেল সন্মানীয় বঁটা: সাহিত্য শিৰোমণি’ প্ৰদান কৰে।
  3. ২০২০ চনৰ ১ ছেপ্টেম্বৰত বেংগালুৰুৰ আন্তঃৰাষ্ট্ৰীয় ছুফী কেন্দ্ৰই ভাৰতীয় ইংৰাজী কবিতালৈ আগবঢ়োৱা বিশিষ্ট অৱদান আৰু সাম্প্ৰদায়িক সম্প্ৰীতি তথা মহাজাগতিক মানৱতাবাদৰ দিশত মানৱ জাতিক প্ৰভাবিত কৰাৰ প্ৰয়াসৰ স্বীকৃতি স্বৰূপে তেওঁক ‘ব্ৰাইটেষ্ট অনাৰ’ (Brightest Honour) সন্মানেৰে ভূষিত কৰে।
  4. ২০২৫ চনৰ ২৯ জুনত ত্ৰিপুৰাৰ আগৰতলাস্থিত চিলড্ৰেনছ লিটাৰেচাৰ ৰিচাৰ্চ চেণ্টাৰে (CLRC) কবিতা আৰু সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা উৎকৃষ্ট অৱদানৰ বাবে অধ্যাপক ড° কে. ভি. ডমিনিকক গৌৰৱেৰে ‘চিএলআৰচি সাহিত্য বঁটা ২০২৫’ (CLRC LITERARY AWARD 2025) প্ৰদান কৰে।

সম্পাদনা

[সম্পাদনা কৰক]

ডমিনিক ইণ্টাৰনেচনেল জাৰ্নেল অন মাল্টিকালাচাৰেল লিটাৰেচাৰ (IJML)ৰ সম্পাদক আৰু প্ৰকাশক,[11] আৰু উক্ত গিল্ডৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ গৱেষণা পত্ৰিকা ৰাইটৰ্ছ এডিটৰ্ছ ক্ৰিটিক্স (WEC)ৰ মুখ্য সম্পাদক।[12]

সাক্ষাৎকাৰ

[সম্পাদনা কৰক]

ডমিনিকক কেইবাজনো গৱেষক আৰু সাহিত্যিকে সাক্ষাৎকাৰ লৈছে।

  • অধ্যাপক এলিচাবেটা মেৰিনোৰদ্বাৰা ড° কে. ভি. ডমিনিকৰ সাক্ষাৎকাৰ; ২০১২ চনৰ ফেব্ৰুৱাৰী সংখ্যাৰ MOSAICO (ইটালীয়ানত প্ৰকাশিত আৰু ইয়াৰ ইংৰাজী অনুবাদ ২০১২ চনৰ এপ্ৰিলত গোৱালিয়ৰ, ভাৰতৰ Labyrinth-ত প্ৰকাশিত।[13] খণ্ড-৪, সংখ্যা-২।
  • ড° ৰোহিত ফুট্টীলাৰদ্বাৰা ড° কে. ভি. ডমিনিকৰ সাক্ষাৎকাৰ; ২০১৭ চনৰ জানুৱাৰীত কেৰালা, ভাৰতৰ International Journal on Multicultural Literature-ত প্ৰকাশিত।[14][15] খণ্ড-৭, সংখ্যা-১।
  • পাৰ্থজিৎ ঘোষৰ সৈতে ড° কে. ভি. ডমিনিকৰ বাৰ্তালাপ; ২০১৭ চনৰ জুলাইত হিমাচল প্ৰদেশ, ভাৰতৰ Poetcrit-ত প্ৰকাশিত।[16] খণ্ড-৩০, সংখ্যা-২।
  • গৌতম কৰ্মকাৰৰদ্বাৰা গ্ৰহণ কৰা সাক্ষাৎকাৰ "Revelations of a Pantheistic Poet: Dr K.V. Dominic in Conversation"; [17] ২০১৭ চনৰ আগষ্টত অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰ্ছ বিশ্ববিদ্যালয়ৰ জাৰ্নেল Writers in Conversation-ত প্ৰকাশিত।[18] খণ্ড-৪, সংখ্যা-২।
  • ড° জাৰ্নাইল সিং আনন্দৰদ্বাৰা ড° কে. ভি. ডমিনিকৰ সাক্ষাৎকাৰ। ‘Interviews with Poets, Critical Thinkers and Scholars, 21st CENTURY CRITICAL THOUGHT, A DIALOGUE WITH POSTMODERN VOICES’ (খণ্ড ৩)-ত প্ৰকাশিত। প্ৰকাশক: আৰ্থ ভিজন পাব্লিকেচন্স, গুৰুগ্ৰাম, হাৰিয়ানা, ভাৰত, ২০২১।
  • ড° এছ বৰাথীৰদ্বাৰা গ্ৰহণ কৰা সাক্ষাৎকাৰ; ড° এছ বৰাথীৰদ্বাৰা সম্পাদিত ‘A Conversation with Contemporary Indian English Poets’ গ্ৰন্থত অন্তৰ্ভুক্ত আৰু বুক লিফ পাব্লিচিং (Book Leaf Publishing)দ্বাৰা ২০২৩ চনৰ ছেপ্টেম্বৰত প্ৰকাশিত।[19]

প্ৰকাশিত গ্ৰন্থসমূহ

[সম্পাদনা কৰক]

কবিতা সংকলন

[সম্পাদনা কৰক]
  • উইংড ৰিজন (Winged Reason) (২০১০), অৰ্থৰ্ছ প্ৰেছ, নতুন দিল্লী
  • ৰাইট ছন, ৰাইট (Write Son, Write) (২০১১), গ্নোচিচ, নতুন দিল্লী
  • মাল্টিকালাচাৰেল চিম্ফনী (Multicultural Symphony) (২০১৪), গ্নোচিচ, নতুন দিল্লী
  • কণ্টেম্পৰেৰী কনচাৰ্নছ এণ্ড বিয়ণ্ড (Contemporary Concerns and Beyond) (২০১৬), অৰ্থৰ্ছ প্ৰেছ, নতুন দিল্লী
  • কে. ভি. ডমিনিক এছেন্সিয়েল ৰিডিঙছ এণ্ড ষ্টাডী গাইড (K. V. Dominic Essential Readings and Study Guide) (২০১৬), মডাৰ্ন হিষ্ট্ৰী প্ৰেছ, এন আৰ্বৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ[9]
  • অভীপ্সা (Abheepsa) (২০১৬), অনুবাদক: ড° সন্তোষ আলেক। অৰ্থৰ্ছ প্ৰেছ, নতুন দিল্লী
  • আপনী অভীপ্সা (Aapni Abheepsa) (২০১৬), অনুবাদক: ফাডাৰ ভাৰ্গিজ পল আৰু যোচেফ মেকৱান। ৰেন্নাডে প্ৰকাশন, আহমেদাবাদ[20]
  • কেটাৰেক্টছ অৱ কম্পেছন (Cataracts of Compassion) (২০MT১৭), অৰ্থৰ্ছ প্ৰেছ, নতুন দিল্লী[3]
  • Poèmes Philosophiques de K V Dominic: Poèmes sur la justice sociale, les droits des femmes et de lenvironnement (ফৰাচী সংস্কৰণ) (২০১৯) কিণ্ডল সংস্কৰণ[21]
  • Winged Reason--A Bilingual Anthology of Poems (দ্বিভাষিক কবিতা সংকলন); বৰাথী শ্ৰীনিবাসনৰদ্বাৰা অনূদিত। নতুন দিল্লী: অৰ্থৰ্ছ প্ৰেছ, ২০১৯।[22]
  • Write My Son, Write (বাংলা অনুবাদ); ড° সবিতা চক্ৰৱৰ্তীৰদ্বাৰা অনূদিত। আণ্ডাৰগ্ৰাউণ্ড লিটাৰেচাৰ, কলকাতা, ২০১৯।
  • মিউজিঙছ অন ক’ভিড পেণ্ডেমিক এণ্ড বিয়ণ্ড (Musings on Covid Pandemic and Beyond) (২০২১) অৰ্থৰ্ছ প্ৰেছ, নতুন দিল্লী[23]
  • Ezhuthoo Makane, Ezhuthoo (নিৰ্বাচিত ইংৰাজী কবিতাৰ মালায়ালম অনুবাদ); মধু এছ.ৰদ্বাৰা অনূদিত। অৰ্থৰ্ছ প্ৰেছ, নতুন দিল্লী, ২০২১ ডিচেম্বৰ।[24]
  • থৰ্নছ এণ্ড এগনীজ (Thorns and Agonies) (২০২৪) অৰ্থৰ্ছ প্ৰেছ, নতুন দিল্লী[25]

সম্পাদিত গ্ৰন্থসমূহ

[সম্পাদনা কৰক]
  • প’ষ্টক’লনিয়েল ৰিডিঙছ ইন ইণ্ডো-এংলিয়ান লিটাৰেচাৰ (Postcolonial Readings in Indo-Anglian Literature)। নতুন দিল্লী: অৰ্থৰ্ছ প্ৰেছ, ২০০৯।
  • চিলেক্টেড শৰ্ট ষ্ট’ৰীজ ইন কণ্টেম্পৰেৰী ইণ্ডো-এংলিয়ান লিটাৰেচাৰ (Selected Short Stories in Contemporary Indo-Anglian Literature)। নতুন দিল্লী: স্বৰূপ বুক পাব্লিচাৰ্ছ, ২০০৯।
  • ষ্টিফেন গিলছ পয়েত্ৰী: পেনোৰামা ৱৰ্ল্ড পিচ (Stephen Gills Poetry: Panorama World Peace)। নতুন দিল্লী: গ্নোচিচ, ২০১০।
  • ডিস্ক’ৰ্ছেচ অন কণ্টেম্পৰেৰী ইণ্ডিয়ান ইংলিছ পয়েটছ (Discourses on Contemporary Indian English Poets)। নতুন দিল্লী: গ্নোচিচ, ২০১০।
  • ষ্টাডিজ ইন কণ্টেম্পৰেৰী কেনেডিয়ান লিটাৰেচাৰ (Studies in Contemporary Canadian Literature)। নতুন দিল্লী: স্বৰূপ বুক পাব্লিচাৰ্ছ, ২০১০।
  • ক্ৰিটিকেল ষ্টাডিজ অন কণ্টেম্পৰেৰী ইণ্ডিয়ান ইংলিছ ৱমেন ৰাইটাৰ্ছ (Critical Studies on Contemporary Indian English Women Writers)। স্বৰূপ বুক পাব্লিচাৰ্ছ, ২০১০।
  • ক্ৰিটিকেল পাৰ্সপেক্টিভছ অন দা পয়েত্ৰী অৱ আৰ. কে. সিং, ডি. চি. চেম্বিয়েল এণ্ড আই. কে. শৰ্মা (Critical Perspectives on the Poetry of R. K. Singh, D. C. Chambial and I. K. Sharma)। নতুন দিল্লী: এক্সেছ, ২০১১।
  • ডিস্ক’ৰ্ছেচ অন ফাইভ ইণ্ডিয়ান পয়েটছ ইন ইংলিছ: কেকি এন. দাৰুৱালা, শিৱ কে. কুমাৰ, প্ৰণব কুমাৰ মজুমদাৰ, চৈয়দ আমিৰুদ্দিন এণ্ড অজু মুখোপাধ্যায় (Discourses on Five Indian Poets in English: Keki N. Daruwalla, Shiv. K. Kumar, Pronab Kumar Majumder, Syed Ameeruddin and Aju Mukhopadhyay)। নতুন দিল্লী: অৰ্থৰ্ছ প্ৰেছ, ২০১১।
  • কনচেপ্টছ এণ্ড কনটেক্সটছ অৱ ডায়েছপ’ৰিক লিটাৰেচাৰ অৱ ইণ্ডিয়া (Concepts and Contexts of Diasporic Literature of India)। নতুন দিল্লী: গ্নোচিচ, ২০১১।
  • চেঞ্জিং ফেচ অৱ ৱমেন ইন লিটাৰেচাৰ: দা ফ্লেমিং স্পিৰিট (Changing Face of Women in Literature: The Flaming Spirit)। নতুন দিল্লী: গ্নোচিচ, ২০১২।
  • ষ্টাডিজ অন চিক্স ইণ্ডিয়ান পয়েটছ ইন ইংলিছ: জয়ন্ত মহাপাত্ৰ, হাজাৰা সিং, পি চি কে প্ৰেম, গোপীকৃষ্ণন কট্টুৰ, মানস বক্সী, চন্দ্ৰমণি নাৰায়ণস্বামী (Studies on Six Indian Poets in English: Jayanta Mahapatra, Hazara Singh, P C K Prem, Gopikrishnan Kottoor, Manas Bakshi, Chandramoni Narayanaswamy)। নতুন দিল্লী: গ্নোচিচ, ২০১২।
  • আফ্ৰিকান এণ্ড আফ্ৰো-আমেৰিকান লিটাৰেচাৰ: ইনচাইটছ এণ্ড ইণ্টাৰপ্ৰিটেশ্বনছ (African and Afro-American Literature: Insights and Interpretations)। নতুন দিল্লী: অৰ্থৰ্ছ প্ৰেছ, ২০১২।
  • ক্ৰিটিকেল ইভালুৱেশ্বন অৱ কণ্টেম্পৰেৰী ইণ্ডিয়ান পয়েত্ৰী ইন ইংলিছ (Critical Evaluation of Contemporary Indian Poetry in English)। নতুন দিল্লী: এক্সেছ, ২০১২।
  • জয়ন্তী এম. দলাল: চিলেক্ট ষ্ট’ৰীজ (Jayanti M. Dalal: Select Stories) (সম্পাদিত গল্প) (২০১৩), অৰ্থৰ্ছ প্ৰেছ, নতুন দিল্লী
  • সৰোজিনী সাহুজ ফেমিনিন ৰিফ্লেকশ্বনছ (Sarojini Sahoos Feminine Reflections)। নতুন দিল্লী: অৰ্থৰ্ছ প্ৰেছ, ২০১৪।
  • ইণ্ডিয়ান লিটাৰেচাৰ্ছ ইন ইংলিছ: নিউ ডাইৰেকশ্বনছ, নিউৱাৰ পচিবিলিটিজ (Indian Literatures in English: New Directions, Newer Possibilities)। নতুন দিল্লী: অৰ্থৰ্ছ প্ৰেছ, ২০১৪।
  • মাল্টিকালাচাৰেল লিটাৰেচাৰ অৱ ইণ্ডিয়া: এ ক্ৰিটিকেল ইভালুৱেশ্বন অৱ কণ্টেম্পৰেৰী ৰিজিঅনেল লিটাৰেচাৰ্ছ (Multicultural Literature of India: A Critical Evaluation of Contemporary Regional Literatures)। জয়পুৰ: ভাইকিং পাব্লিচাৰ্ছ, ২০১৫।
  • ৱৰ্ল্ড ইংলিছ ফিকশ্বন: ব্ৰিজিং ৱাননেচ (World English Fiction: Bridging Oneness)। জয়পুৰ: ভাইকিং পাব্লিচাৰ্ছ, ২০১৫।
  • মাল্টিকালাচাৰেল ষ্টাডিজ অন থ্ৰী নোবেল লৰেটছ—ৰবীন্দ্ৰনাথ ঠাকুৰ, টনি মৰিছন এণ্ড এলিচ মুনৰো (Multicultural Studies on Three Nobel Laureates—Rabindranath Tagore, Toni Morrison and Alice Munro)। নতুন দিল্লী: অৰ্থৰ্ছ প্ৰেছ, ২০১৬। [26]
  • পামেলা জেয়াৰাজু (সহ-সম্পাদক)। এভাৰনমেণ্টেল লিটাৰেচাৰ: ৰিচাৰ্চ পেপাৰ্ছ এণ্ড পয়েমছ (Environmental Literature: Research Papers and Poems)। নতুন দিল্লী: অৰ্থৰ্ছ প্ৰেছ, ২০১৬।[27]
  • দ্য পয়েটিক আৰ্ট অৱ টি. ভি. ৰেড্ডী: নিউ পাৰ্সপেক্টিভছ (The Poetic Art of T. V. Reddy: New Perspectives)। নতুন দিল্লী: অৰ্থৰ্ছ প্ৰেছ, ২০১৭।[28]
  • ৰাছেল এম চাইলাচ (সহ-সম্পাদক)। মাল্টিকালাচাৰেল মেট্ৰিক্স: চিফটিং পেৰাডাইমছ (Multicultural Matrix: Shifting Paradigms)। নতুন দিল্লী: অৰ্থৰ্ছ প্ৰেছ, ২০১৭।[29]
  • এছ. বৰাথী (সহ-সম্পাদক)। ডায়েছপ’ৰাজ এণ্ড ডিলিমাজ: দা ভইচ অৱ এন এক্সাইল (Diasporas and Dilemmas: The Voice of an Exile)। নতুন দিল্লী: অৰ্থৰ্ছ প্ৰেছ, ২০১৭।[30]
  • এ জাৰ্নী ফ্ৰম উইদিন টু বিয়ণ্ড: এ বাঞ্চ অৱ শৰ্ট ষ্ট’ৰীজ কাল্ড ফ্ৰম ডিফাৰেণ্ট কালাচাৰ্ৰছ (A Journey from Within to Beyond: A Bunch of Short Stories Culled from Different Cultures)। নতুন দিল্লী: অৰ্থৰ্ছ প্ৰেছ, ২০১৮।[31]
  • মিউজ অৱ নাও পেৰাডাইম: এন এণ্ট্ৰী ইনটু পয়েপ্ৰো (Muse of Now Paradigm: An Entry into Poepro)। নতুন দিল্লী: অৰ্থৰ্ছ প্ৰেছ, ২০২০।[32]
  • চিলেক্টেড লিৰিকছ অৱ গিৱেক পয়েটছ (Selected Lyrics of GIEWEC Poets)। নতুন দিল্লী: অৰ্থৰছ প্ৰেছ, ২০২২।[33]
  • ইকো-টেলছ অৱ ইণ্ডিয়া (Eco-Tales of India)। নতুন দিল্লী: অৰ্থৰ্ছ প্ৰেছ, ২০২৪।[34]
  • মেপিং জেণ্ডাৰ: ইণ্টাৰডিচিপ্লিনেৰী পাথৱেজ টু আণ্ডাৰষ্টেণ্ডিং দা ৱৰ্ল্ড (খণ্ড-১) (MAPPING GENDER: INTERDISCIPLINARY PATHWAYS TO UNDERSTANDING THE WORLD), মুখ্য সম্পাদক: ড° কে. ভি. ডমিনিক, সহ-সম্পাদক: ড° বালা অহাৰৱাল। নতুন দিল্লী: অৰ্থৰ্ছ প্ৰেছ, ৭ ডিচেম্বৰ ২০২৫।[35]
  • মেপিং জেণ্ডাৰ: ইণ্টাৰডিচিপ্লিনেৰী পাথৱেজ টু আণ্ডাৰষ্টেণ্ডিং দা ৱৰ্ল্ড (খণ্ড-২) (MAPPING GENDER: INTERDISCIPLINARY PATHWAYS TO UNDERSTANDING THE WORLD), মুখ্য সম্পাদক: ড° কে. ভি. ডমিনিক, সহ-সম্পাদক: ড° বালা অহাৰৱাল। নতুন দিল্লী: অৰ্থৰ্ছ প্ৰেছ, ৭ ডিচেম্বৰ ২০২৫।[36]

চুটিগল্প সংকলন

[সম্পাদনা কৰক]
  • হু ইজ ৰেচপন্সিবল? (Who is Responsible?) (২০১৬), অৰ্থৰ্ছ প্ৰেছ, নতুন দিল্লী
  • সঞ্চিত কৰ্ম এণ্ড আডাৰ টেলছ অৱ এথিকছ এণ্ড চয়েচ ফ্ৰম ইণ্ডিয়া (Sanchita Karma and Other Tales of Ethics and Choice from India) (২০১৮), মডাৰ্ন হিষ্ট্ৰী প্ৰেছ, এন আৰ্বৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ[37]
  • আৰানু উত্তৰাবাদী (Aaraanu Utharavadi) (নিৰ্বাচিত চুটিগল্পৰ মালায়ালম অনুবাদ) (২০২২), অৰ্থৰ্ছ প্ৰেছ, নতুন দিল্লী[38]
  • নিৰ্বাচিত চোটোগল্প (Nirbachito Chotogalpo) (নিৰ্বাচিত চুটিগল্পৰ বঙালী অনুবাদ) (২০২২), অনুবাদক: ড° সবিতা চক্ৰৱৰ্তী আৰু বিশ্বনাথ কুণ্ডু। কলকাতা: ৰোহিণী নন্দন।
  • Selected Short Stories in English and French (ইংৰাজী আৰু ফৰাচী ভাষাত নিৰ্বাচিত চুটিগল্প); ডমিনিক ডি মিচকটৰদ্বাৰা ফৰাচী ভাষালৈ অনূদিত। আমাজন কিণ্ডল সংস্কৰণ (ছেপ্টেম্বৰ ২০২২)।[39]
  • শৰ্ট ষ্ট’ৰীজ ডিউৰিং ক’ভিড-১৯ (Short Stories During Covid-19) (২০২২), অৰ্থৰ্ছ প্ৰেছ, নতুন দিল্লী।
  • প্ৰফেচৰ কে. ভি. ডমিনিকছ চিলেক্টেড শৰ্ট ষ্ট’ৰীজ (प्रोफेसर के. वी. डोमिनिक की चुनी हुई कहानियां) (হিন্দী অনুবাদ); ড° সংগীতা মহেশৰদ্বাৰা অনূদিত। অৰ্থৰ্ছ প্ৰেছ, নতুন দিল্লী, ২০২৩।[40]
  • টেলছ অৱ এথিকছ (Tales of Ethics) (২০২৪), আমাজন কিণ্ডল সংস্কৰণ।[41]
  • টেলছ অৱ ইথচ (Tales of Ethos) (২০২৫), অৰ্থৰ্ছ প্ৰেছ, নতুন দিল্লী।[42]

সমালোচনামূলক গ্ৰন্থ

[সম্পাদনা কৰক]
  • পাথচ ইন দা শৰ্ট ষ্ট’ৰীজ অৱ ৰবীন্দ্ৰনাথ ঠাকুৰ (Pathos in the Short Stories of Rabindranath Tagore)। নতুন দিল্লী: স্বৰূপ বুক পাব্লিচাৰ্ছ, ২০০৯।
  • মাল্টিকালাচাৰেল কনচিয়াছনেছ ইন দা নভেলছ অৱ আৰ. কে. নাৰায়ণ (Multicultural Consciousness in the Novels of R. K. Narayan)। নতুন দিল্লী: অৰ্থৰ্ছ প্ৰেছ, ২০১২।

ডমিনিকৰ কবিতা আৰু চুটিগল্পৰ ওপৰত ৰচিত সমালোচনামূলক গ্ৰন্থসমূহ

[সম্পাদনা কৰক]
  • ইংলিছ পয়েত্ৰী ইন ইণ্ডিয়া: এ কমপ্ৰিহেনচিভ চাৰ্ভে অৱ ট্ৰেণ্ডছ এণ্ড থট পেটাৰ্নছ। লেখক: পি চি কে প্ৰেম। নতুন দিল্লী: অৰ্থৰ্ছ প্ৰেছ, ২০১১।
  • ফিলচ’ফিকেল মিউজিঙছ ফৰ এ মিনিংফুল লাইফ: এন এনালিচিছ অৱ কে. ভি. ডমিনিকছ পয়েমছ (২০১৬), সম্পাদক: এছ. কুমাৰন। মডাৰ্ন হিষ্ট্ৰী প্ৰেছ, এন আৰ্বৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ।
  • এছেন্সিয়েল ৰিডিঙছ এণ্ড ষ্টাডী গাইড (২০১৬), সম্পাদক: ভিক্টৰ আৰ. ভল্কমেন। মডাৰ্ন হিষ্ট্ৰী প্ৰেছ, এন আৰ্বৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ।
  • ৰাইট মাই চন, ৰাইট—টেক্সট এণ্ড ইণ্টাৰপ্ৰিটেশ্বন: এন এক্সাৰচাইজ ইন ৰিডিং (২০১৬)। লেখক: ৰমেশ চন্দ্ৰ মুখোপাধ্যায়। মডাৰ্ন হিষ্ট্ৰী প্ৰেছ, এন আৰ্বৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ।
  • এ ক্ৰিটিকেল চাৰ্ভে অৱ ইণ্ডো-ইংলিছ পয়েত্ৰী। লেখক: অধ্যাপক টি. ভি. ৰেড্ডী। নতুন দিল্লী: অৰ্থৰ্ছ প্ৰেছ, ২০১৬।
  • কে ভি ডমিনিক ক্ৰিটিচিজম এণ্ড কমেণ্টাৰী: এন এছেন্সিয়েল ৰিডিঙছ কম্পেনিয়ন। লেখক: ৰমেশ চন্দ্ৰ মুখোপাধ্যায়। মডাৰ্ন হিষ্ট্ৰী প্ৰেছ, এন আৰ্বৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ২০১৭।[43]
  • দা ছ’চিয়েল, কালছাৰেল এণ্ড স্পিৰিচুৱেল ডাইমেনশ্বনছ অৱ মডাৰ্ন ইণ্ডিয়ান পয়েত্ৰী ইন ইংলিছ। সম্পাদক: বিজয় কুমাৰ ৰয়। কেম্ব্ৰিজ স্কলাৰ্ছ পাব্লিচিং, লেডী ষ্টিফেনছন লাইব্ৰেৰী, নিউকাচল আপন টাইন, যুক্তৰাজ্য, ২০১৭।[44]
  • পয়েটিকেল চেন্সিবিলিটি অৱ কে ভি ডমিনিকছ ক্ৰিয়েটিভ মিউজ। লেখক: ড° ৰমেশ চন্দ্ৰ মুখোপাধ্যায়। নতুন দিল্লী: অৰ্থৰ্ছ প্ৰেছ, ২০১৯।[45]
  • পি. চি. কে. প্ৰেমছ হিষ্ট্ৰী অৱ কণ্টেম্পৰেৰী ইণ্ডিয়ান ইংলিছ পয়েত্ৰী: এন এপ্ৰাইজেল (খণ্ড ১ আৰু ২)। নতুন দিল্লী: অৰ্থৰ্ছ প্ৰেছ, ২০১৯।
  • টেলছ আনৰেভেলড: ছাফাৰিংস এণ্ড পেংছ অৱ দা ডাউনট্ৰডন ইন দা শৰ্ট ষ্ট’ৰীজ অৱ কে. ভি. ডমিনিক। সম্পাদক: ড° এছ. বৰাথী। নতুন দিল্লী: অৰ্থৰ্ছ প্ৰেছ, ২০২৩।[46]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ "BOOKS - Prof. K V Dominic". Profkvdominic.com. http://www.profkvdominic.com/?page_id=310। আহৰণ কৰা হৈছে: 20 August 2017.
  2. ↑ K. V. Dominic (1 January 2016). Contemporary Concerns and Beyond. authorspress. পৃষ্ঠা. 86. ISBN 9789352074006.
  3. 1 2 Cataracts of Compassion: A Collection of Poems. January 2017. ISBN 978-93-87281-37-0. https://www.amazon.in/dp/B077FXPD7K.
  4. ↑ Press, Hidden Brook. "Hidden Brook Press". Hidden Brook Press. Archived from the original on 17 December 2014. https://web.archive.org/web/20141217053047/http://hiddenbrookpress.com/। আহৰণ কৰা হৈছে: 5 January 2015.
  5. ↑ Grove, Richard. "The Dance of the Peacock:An Anthology of English Poetry from India". Hidden Brook Press, Canada. Archived from the original on 29 September 2018. https://web.archive.org/web/20180929050126/http://hiddenbrookpress.com/Book-Indo-EnglishPoetry.html। আহৰণ কৰা হৈছে: 5 January 2015.
  6. 1 2 Kumaran, S., ed (1 February 2016). Philosophical Musings for a Meaningful Life: An Analysis of K.V. Dominics Poems. Modern History Press. ASIN 1615992669.
  7. ↑ P, Prem (20 August 2017). English Poetry in India: A Comprehensive Survey of Trends and Thought Patterns. Authorspress. ASIN 8172736029.
  8. ↑ Reddy, T. V. (20 August 2017). A Critical Survey of Indo-English Poetry. Authorspress. ASIN 9352072499.
  9. 1 2 Dominic, K. V. (15 July 2016). K. V. Dominic Essential Readings and Study Guide: Poems about Social Justice, Womens Rights, and the Environment. Modern History Press. ASIN 1615993037.
  10. ↑ Marino, Elisabetta (April 2013). "Interview with Prof. K. V. Dominic". Labyrinth খণ্ড 4 (2): 208.
  11. ↑ "Home". ijmljournal.com. http://www.ijmljournal.com/.
  12. ↑ "Home". writerseditorscriticsjournal.com. http://www.writerseditorscriticsjournal.com/.
  13. ↑ "Welcome to UGC, New Delhi, India". Ugc.ac.in. http://www.ugc.ac.in/journallist/subjectwisejurnallist.aspx?tid=TGFieXJpbnRo&&did=Q3VycmVudCBUaXRsZXM=। আহৰণ কৰা হৈছে: 20 August 2017.[সংযোগবিহীন উৎস]
  14. ↑ "Welcome to UGC, New Delhi, India". Ugc.ac.in. http://www.ugc.ac.in/journallist/subjectwisejurnallist.aspx?tid=SW50ZXJuYXRpb25hbCBqb3VybmFsIG9uIG11bHRpY3VsdHVyYWwgbGl0ZXJhdHVyZQ==&&did=Q3VycmVudCBUaXRsZXM=। আহৰণ কৰা হৈছে: 20 August 2017.[সংযোগবিহীন উৎস]
  15. ↑ "International Journal on Multicultural Literature". http://ijmljournal.blogspot.in/.
  16. ↑ "Welcome to UGC, New Delhi, India". Ugc.ac.in. http://www.ugc.ac.in/journallist/subjectwisejurnallist.aspx?tid=UG9ldGNyaXQ=&&did=Q3VycmVudCBUaXRsZXM=। আহৰণ কৰা হৈছে: 20 August 2017.
  17. ↑ Karmakar, Goutam (August 2017). "Revelations of a Pantheistic Poet: Dr K.V. Dominic in Conversation". Writers in Conversation খণ্ড 4 (2). doi:10.22356/wic.v4i2.18. https://journals.flinders.edu.au/index.php/wic/article/view/18/27.
  18. ↑ "Writers in Conversation". journals.flinders.edu.au. https://journals.flinders.edu.au/index.php/wic/index। আহৰণ কৰা হৈছে: 20 August 2017.
  19. ↑ https://www.amazon.in/Conversation-Contemporary-Indian-English-Poets/dp/9358312580
  20. ↑ "Prof. K V Dominic - Prof.K V Dominic". Profkvdominic.com. http://www.profkvdominic.com। আহৰণ কৰা হৈছে: 20 August 2017.
  21. ↑ Poèmes Philosophiques de K V Dominic: Poèmes sur la justice sociale, les droits des femmes et de lenvironnement. https://www.amazon.in/Po%C3%A8mes-Philosophiques-Dominic-justice-lenvironnement-ebook/dp/B07PRB4926/ref=sr_1_32?qid=1554618895&refinements=p_27%3AK.+V.+Dominic&s=books&sr=1-32.
  22. ↑ Winged Reason. January 2019. ISBN 978-93-89110-84-5. https://www.amazon.in/Winged-Reason-Bilingual-Translated-Anthology/dp/B07WZD97S7/ref=sr_1_1?keywords=Winged+REason+by+Barathi+Srinivasan&qid=1569137577&s=books&sr=1-1.
  23. ↑ Musings on Covid Pandemic and Beyond. Authorspress. 16 April 2021. https://www.amazon.in/Musings-Covid-Pandemic-Beyond-Dominic/dp/B092SNCZLN/ref=sr_1_1?dchild=1&keywords=kv+dominic%27s+musings+on+covid+pandemic+and+beyond&qid=1619707325&sr=8-1.
  24. ↑ Ezhuthoo Makane Ezhuthoo: Selected Poems. Authorspress. 6 December 2021. https://www.amazon.in/dp/B09N7SYNS1?ref=myi_title_dp.
  25. ↑ Thorns and Agonies. Authorspress. 24 February 2024. ISBN 978-93-6095-839-8. https://www.amazon.in/dp/B0CWFG5MH3?ref_=cm_sw_r_apan_dp_9TF99T084P3ADF3P4XCW&language=en-IN.
  26. ↑ Dominic, K. V. (20 August 2017). Contemporary Concerns and Beyond. Authorspress. ASIN 9352074009.
  27. ↑ Dominic, K. V.; Jeyaraju, Pamela (20 August 2017). Environmental Literature: Research Papers and Poems. Authorspress. ASIN 9352073096.
  28. ↑ "The Poetic Art Of T. V. Reddy". Authorspress. http://authorspressbooks.com/book_detail.php?preference=1242.
  29. ↑ The Multicultural Matrix: Shifting Paradigms. Authorspress. January 2017. ISBN 978-93-87281-36-3. https://www.amazon.in/dp/B077CZZWSL.
  30. ↑ Barathi, S.; Dominic, Kannappillil Varghese (6 April 2024). Diasporas and Dilemmas: The Voice of an Exile. Authorspress. ISBN 978-93-87281-38-7. https://www.amazon.in/dp/B077D1L93N.
  31. ↑ A Journey from within to Beyond: A Bunch of Short Stories Culled from Different Cultures. January 2018. ISBN 978-93-88008-76-1. https://www.amazon.in/Journey-Within-Beyond-Different-Cultures/dp/B07HYTBKG9.
  32. ↑ Amazon.in : Muse of now paradigm. ASIN B0852JZYN2. https://www.amazon.in/Muse-Now-Paradigm-Entry-Poepro/dp/B0852JZYN2.
  33. ↑ Selected Lyrics of GIEWEC Poets. Authorspress. 28 December 2022. https://www.amazon.in/Selected-Lyrics-GIEWEC-Poets-Dominic/dp/B0BRBHNKQ3.
  34. ↑ https://www.amazon.in/s?k=eco-tales+of+india&crid=39W6VGIZF5OP0&sprefix=eco-tales+of+india%2Caps%2C221&ref=nb_sb_noss
  35. ↑ https://www.amazon.in/MAPPING-GENDER-INTERDISCIPLINARY-PATHWAYS-UNDERSTANDING/dp/B0G5QBVRB4/ref=sr_1_6?dib=eyJ2IjoiMSJ9.vwVPXcOrKCuVwhnybM1uE_S7zS215FrTxRSG5q6GzN1tEwXXG14EE-BploWMhJmb5hddynYChbaaRbyr5RqCj9U-NAou4jNlX2mrtYc_ozieBE8Gv2dQCFPQMz0plBzBfbum6FJZgm3OPJhjUHcACSQOGLBv4r_tfoTC7cnCQVKQFK84d-9AKw0fSBIBlxgsWF4gDp6ZA5uU6-fVovemUe84j84ODyezFFAimEV2JV8.Zz0vGzChcGQWNOfLcuGZoZBtQmaIuJGD5W3PjEmEv3o&dib_tag=se&qid=1766474408&refinements=p_27%3AK+V+Dominic&s=books&sr=1-6
  36. ↑ https://www.amazon.in/MAPPING-GENDER-INTERDISCIPLINARY-PATHWAYS-UNDERSTANDING/dp/B0G5QTP92M/ref=sr_1_5?dib=eyJ2IjoiMSJ9.vwVPXcOrKCuVwhnybM1uE_S7zS215FrTxRSG5q6GzN1tEwXXG14EE-BploWMhJmb5hddynYChbaaRbyr5RqCj9U-NAou4jNlX2mrtYc_ozieBE8Gv2dQCFPQMz0plBzBfbum6FJZgm3OPJhjUHcACSQOGLBv4r_tfoTC7cnCQVKQFK84d-9AKw0fSBIBlxgsWF4gDp6ZA5uU6-fVovemUe84j84ODyezFFAimEV2JV8.Zz0vGzChcGQWNOfLcuGZoZBtQmaIuJGD5W3PjEmEv3o&dib_tag=se&qid=1766474324&refinements=p_27%3AK+V+Dominic&s=books&sr=1-5
  37. ↑ Dominic, K. V. (2018). Sanchita Karma and Other Tales of Ethics and Choice from India. Loving Healing Press. ISBN 978-1615993932.
  38. ↑ Aaranu Uttaravadi: Selected Stories in Malayalam. Authorspress. 23 May 2022. https://www.amazon.in/Aaranu-Uttaravadi-Selected-Stoires-Malayalam/dp/B0B25LT2VH/ref=sr_1_21?crid=RMBA05ZZTAGV&keywords=kv+dominic%27s+books&qid=1654094234&sprefix=k+v+dominic+s+books%2Caps%2C306&sr=8-21.
  39. ↑ Selected Short Stories: Prof. K. V. Dominic --Selection de petites nouvelles: Prof. K. V. Domininic--Adaptation francaise: Dominique de Miscault. https://www.amazon.in/dp/B0BGJHFGN4/ref=sr_1_6?qid=1664252016&refinements=p_27%3AK.+V.+Dominic&s=books&sr=1-6.
  40. ↑ Selected Short Stories of Prof. K. V. Dominic. Authorspress. 27 May 2023. https://www.amazon.in/Selected-Stories-Dominic-%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A5%8B%E0%A4%AB%E0%A5%87%E0%A4%B8%E0%A4%B0-%E0%A4%95%E0%A4%B9%E0%A4%BE%E0%A4%A8%E0%A4%BF%E0%A4%AF%E0%A4%BE%E0%A4%82/dp/B0C6J24HC9.
  41. ↑ Tales of Ethics. https://www.amazon.in/Tales-Ethics-Prof-K-Dominic-ebook/dp/B0D9QZLFVX/ref=sr_1_24?adgrpid=1320515070916599&dib=eyJ2IjoiMSJ9.CidAemDBkedByoL0yy12YVltoTTB0fWZuoU89tU9_r8pI4HwOikOPY18wpwTNl2gcbJhGKA8q-QCLb0SsUbAtLwD-VI9MWghUf8Tzoo_dvYhRVeMKMnuTpr0-JG6upyV8a4r7gga2pxSRLfSJWvsyp70Xs5kfqFfKvpQ_k3Y6xs.NTEWsB_vMaMEXCEcI70QNb49D3jING0__FkMhpMGUGo&dib_tag=se&hvadid=82532462428861&hvbmt=be&hvdev=c&hvlocphy=150117&hvnetw=o&hvqmt=e&hvtargid=kwd-82533066853243%3Aloc-90&hydadcr=23643_2291801&keywords=k+v+dominic&msclkid=7dfbe8a5554f1008c7478e3a976a013c&qid=1721745979&sr=8-24.
  42. ↑ https://www.amazon.in/dp/B0F3CL2275
  43. ↑ Mukhopadhyaya, Ramesh Chandra (2 December 2017). K.V. Dominic Criticism and Commentary: Essential Readings Companion. Loving Healing Press. ISBN 978-1615993574.
  44. ↑ "MyiLibrary". Archived from the original on 2022-11-01. https://web.archive.org/web/20221101212404/https://www.myilibrary.com/। আহৰণ কৰা হৈছে: 2026-08-06.
  45. ↑ Poetical Sensibility of K V Dominics Creative Muse. Authorspress. January 2019. ISBN 978-93-89110-74-6. https://amazon.in.
  46. ↑ Tales Unraveled Sufferings and Pangs of the Downtrodden in the Short Stories of K. V. Dominic. https://amazon.in.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]