সমললৈ যাওক

কোকেইন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কোকেইন
ক্লিনিকেল তথ্য
Pronunciation kəʊˈkeɪn
Trade names নিউৰ'কেইন,[1] গোপ্ৰেল্টো,[2] নুম্ব্ৰিনো,[3] অন্যান্য
অন্য নাম বেনজ’ইলমিথাইলএকগ’নিন, কোক, ব্ল', ক্ৰেক (ফ্ৰীবেছ ৰূপত)
AHFS/Drugs.com Micromedex Detailed Consumer Information
License data
Pregnancy
category
  • US: C (Risk not ruled out) [4]
    Dependence
    liability
    High[5]
    Addiction
    liability
    High[6]
    Routes of
    administration
    Topical, by mouth, insufflation, intravenous
    Drug class
    Legal status
    আইনী স্থিতি
    Pharmacokinetic data
    Bioavailability
    Metabolism liver CYP3A4
    Metabolites Norcocaine, benzoylecgonine, cocaethylene
    Onset of action seconds to minutes[12]
    Duration of action 5 to 90 minutes[12]
    Excretion Kidney
    চিনাক্তকাৰী
    • Methyl (1R,2R,3S,5S)-3-(benzoyloxy)-8-methyl-8-azabicyclo[3.2.1]octane-2-carboxylate
    CompTox Dashboard (EPA)
    ECHA InfoCard 100.000.030 ৱিকিডে'টাত সম্পাদনা কৰক

    কোকেইন বা কোক(ইংৰাজী: Cocaine), হৈছে এক শক্তিশালী উদ্দীপক আৰু ইয়াক বিনোদনমূলক ঔষধ হিচাপে বেছিকৈ ব্যৱহাৰ কৰা হয়।[13] ইয়াক সাধাৰণতে ধোঁৱাৰ দৰে হিচাপে উশাহ লোৱা, বা গলিত অৱস্থাত বেজীৰ সহায়ত শিৰাত ভৰাই দিয়া হয়।[12] ইয়াৰ মানসিক প্ৰভাৱৰ ভিতৰত বাস্তৱিকতাৰ সৈতে সম্পৰ্ক হেৰুওৱাৰ লগতে সুখৰ এক তীব্ৰ অনুভূতি বা উত্তেজনা অন্তৰ্ভুক্ত হৈ আছে।[12] কোকেইন ব্যৱহাৰৰ ফলত হোৱা শাৰীৰিক লক্ষণসমূহৰ ভিতৰত দ্ৰুত হৃদস্পন্দন, ঘাম ওলোৱাৰ লগতে চকুৰ পিউপিলচৰ আকাৰ বৃহৎ হৈ পৰা দেখা যায়।[12] উচ্চ মাত্ৰাত সেৱনৰ ফলত অতি মাত্ৰাৰ উচ্চ ৰক্তচাপ বা শৰীৰৰ উষ্ণতা বৃদ্ধি হ 'ব পাৰে।[14] ব্যৱহাৰৰ কেইচেকেণ্ডৰ পৰা মিনিটৰ ভিতৰতে প্ৰভাৱ আৰম্ভ হয় আৰু পাঁচৰ পৰা নব্বৈ মিনিটলৈকে এয়া বৰ্তি থাকে।[12] নাকৰ অস্ত্ৰোপচাৰ আৰু ৰক্তক্ষৰণ হ্ৰাস হোৱাৰ দৰে কম সংখ্যক স্বীকৃত চিকিৎসাৰ বাবে ইয়াৰ ব্যৱহাৰ অনুমতি আছে।[15]

    মস্তিষ্কৰ যি অংশৰ ক্ৰিয়াৰ বাবে মানুহে প্ৰেৰিত অনুভৱ কৰে ইয়াৰ ওপৰত কোকেইনৰ প্ৰভাৱৰ বাবেই ই আসক্তিযুক্ত।[13] ব্যৱহাৰৰ খুৱ কম সময়ৰ ভিতৰতে মানুহ ইয়াৰ প্ৰতি নিৰ্ভৰশীলহৈ পৰাৰ উচ্চ বিপদাশংকা আছে।[13] ইয়াৰ ব্যৱহাৰে ষ্ট্ৰ 'ক, মায়' কাৰ্ডিয়েল ইনফাৰ্কশ্যন, ধূমপায়ীৰ হাঁওফাঁওৰ সমস্যা, তেজৰ সংক্ৰমণ আৰু আকস্মিক হৃদযন্ত্ৰৰ বিকলতাৰ আশংকাও বৃদ্ধি কৰে।[13][16] পদপথত বিক্ৰী কৰা কোকেইন সাধাৰণতে স্থানীয় এনেস্থেটিক্স, কৰ্ণষ্টাৰ্ক, কুইনাইন বা চেনিৰ সৈতে মিহলি কৰা হয়, যাৰ ফলত ই অতিৰিক্ত ভাৱে বিষাক্ত হৈ পৰিব পাৰে।[17] বাৰে বাৰে কোকেইনৰ পালি ব্যৱহাৰৰ পিছত এজন ব্যক্তিৰ ইয়াৰ জড়িয়তে আনন্দ অনুভৱ কৰাৰ ক্ষমতা হ্ৰাস হ 'ব পাৰে আৰু শাৰীৰিকভাৱে অতি ভাগৰুৱা হৈ পৰিব পাৰে।[13]

    কোকেইনে চেৰোটোনিন, ন 'ৰেপিনেফ্ৰিন আৰু ডোপামাইনৰ পুনৰ গ্ৰহণ প্ৰতিহত কৰি কাম কৰে।[13] ইয়াৰ ফলত মগজুৰ এই তিনিটা নিউৰ 'ট্ৰান্সমিটাৰৰ ঘনত্বতা অধিক হয় ।[13] ই সহজে তেজ-মস্তিষ্কৰ বাধা অতিক্ৰম কৰিব পাৰে আৰু এই বাধাক ধ্বংস কৰিব পাৰে ।[18][19] ২০১৩ চনত ৪১৯ কিলোগ্ৰাম কোকেইন আইনীভাৱে উৎপাদন কৰা হৈছিল।[20] অনুমান কৰা হৈছে যে কোকেইনৰ অবৈধ বজাৰৰ পৰা প্ৰতি বছৰে ১০০ৰ পৰা ৫০০ বিলিয়ন আমেৰিকান ডলাৰৰ আয় হয়।[13] অধিক প্ৰক্ৰিয়াকৰণৰ দ্বাৰা কোকেইনৰ পৰা ক্ৰেক কোকেইন উৎপাদন কৰিব পাৰি। [13]

    কোকেইন হৈছে বিশ্বব্যাপী দ্বিতীয় সৰ্বাধিক ব্যৱহৃত অবৈধ ড্ৰাগ। ইয়াৰ পিছতে আছে ভাং।[21] প্ৰতি বছৰে ১৪ৰ পৰা ২১ নিযুত লোকে এই ঔষধ ব্যৱহাৰ কৰে।[13] উত্তৰ আমেৰিকাত ইয়াৰ ব্যৱহাৰ সৰ্বাধিক, তাৰ পিছতে আছে ইউৰোপ আৰু দক্ষিণ আমেৰিকা।[13] উন্নত বিশ্বতএকৰ পৰা তিনি শতাংশ লোকে জীৱনৰ কোনো এটা সময়ত কোকেইন ব্যৱহাৰ কৰিছে।[13] ২০১৩ চনত কোকেইনৰ ব্যৱহাৰৰ ফলত প্ৰত্যক্ষভাৱে ৪,৩০০ জন লোকৰ মৃত্যু হৈছিল, ১৯৯০ চনত এই সংখ্যা আছিল ২,৪০০।[22] ইয়াৰ উৎপাদনৰ বাবে ব্যৱহৃত কোকা উদ্ভিদৰ নামেৰে নামকৰণ কৰা হৈছে।[12] এই উদ্ভিদৰ পাতসমূহ প্ৰাচীন কালৰে পৰা পেৰুৱীয়সকলে ব্যৱহাৰ কৰি আহিছে।[17] ১৮৬০ চনত প্ৰথমবাৰৰ বাবে এই উদ্ভিদৰ পাতৰ পৰা কোকেইন পৃথক কৰা হৈছিল।[13] ১৯৬১ চনৰ পৰা নাৰ্ক'টিক ড্ৰাগছৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় একক চুক্তিয়ে দেশসমূহক কোকেইনৰ বিনোদনমূলক ব্যৱহাৰক অপৰাধ হিচাপে গঢ়ি তোলাৰ প্ৰয়োজনবোধ কৰিছে।[23]


    তথ্যসূত্ৰসমূহ

    [সম্পাদনা কৰক]
    1. Nordegren, Thomas (2002). The A-Z Encyclopedia of Alcohol and Drug Abuse. Universal-Publishers. পৃষ্ঠা. 461. ISBN 9781581124040. https://books.google.ca/books?id=4yaGePenGKgC&pg=PA461 আহৰণ কৰা হৈছে: 3 August 2020.
    2. "Goprelto- cocaine hydrochloride solution". DailyMed. 3 January 2020. https://dailymed.nlm.nih.gov/dailymed/drugInfo.cfm?setid=689750b7-8e51-47d9-a428-078f3f6c9dec আহৰণ কৰা হৈছে: 30 April 2020.
    3. "Numbrino- cocaine hydrochloride nasal solution". DailyMed. 28 February 2020. https://dailymed.nlm.nih.gov/dailymed/drugInfo.cfm?setid=94f9b3f8-bce5-41ed-9453-c54ed1d6c269 আহৰণ কৰা হৈছে: 30 April 2020.
    4. "Cocaine topical (C-Topical Solution) Use During Pregnancy". Drugs.com. 10 April 2020. https://www.drugs.com/pregnancy/cocaine-topical.html আহৰণ কৰা হৈছে: 30 April 2020.
    5. Ghodse, Hamid (2010). Ghodse's Drugs and Addictive Behaviour: A Guide to Treatment (4 সম্পাদনা). Cambridge University Press. পৃষ্ঠা. 91. ISBN 978-1-139-48567-8. https://books.google.com/books?id=WYQ23OMjWbcC&pg=PA91.
    6. Introduction to Pharmacology Third Edition. প্ৰকাশক Abingdon: CRC Press. 2007. পৃষ্ঠা. 222–223. ISBN 978-1-4200-4742-4. https://books.google.com/books?id=qfrLBQAAQBAJ&pg=PA222.
    7. "DEA / Drug Scheduling". www.dea.gov. Archived from the original on 9 August 2017. https://web.archive.org/web/20170809044016/https://www.dea.gov/druginfo/ds.shtml আহৰণ কৰা হৈছে: 7 August 2017.
    8. 1 2 "Nasal mucosal versus gastrointestinal absorption of nasally administered cocaine". European Journal of Clinical Pharmacology খণ্ড 56 (4): 305–10. July 2000. doi:10.1007/s002280000147. PMID 10954344. https://archive.org/details/sim_european-journal-of-clinical-pharmacology_2000-07_56_4/page/305.
    9. "Cocaine pharmacokinetics in humans". Journal of Ethnopharmacology খণ্ড 3 (2–3): 353–66. 1981. doi:10.1016/0378-8741(81)90063-5. PMID 7242115. https://archive.org/details/journal-of-ethnopharmacology_march-may-1981_3_2-3/page/353.
    10. "Cocaine disposition in humans after intravenous injection, nasal insufflation (snorting), or smoking". Drug Metabolism and Disposition খণ্ড 17 (2): 153–9. 1989. PMID 2565204.
    11. "Intranasal and oral cocaine kinetics". Clinical Pharmacology and Therapeutics খণ্ড 27 (3): 386–94. March 1980. doi:10.1038/clpt.1980.52. PMID 7357795. https://archive.org/details/sim_clinical-pharmacology-and-therapeutics_1980-03_27_3/page/386.
    12. 1 2 3 4 5 6 7 "Cocaine intoxication". Critical Care Clinics খণ্ড 28 (4): 517–26. October 2012. doi:10.1016/j.ccc.2012.07.003. PMID 22998988. https://archive.org/details/sim_critical-care-clinics_2012-10_28_4/page/517.
    13. 1 2 3 4 5 6 7 8 9 10 11 12 13 "Data available on the extent of cocaine use and dependence: biochemistry, pharmacologic effects and global burden of disease of cocaine abusers". Current Medicinal Chemistry খণ্ড 19 (33): 5647–57. 2012. doi:10.2174/092986712803988811. PMID 22856655.
    14. "Experimental treatments for cocaine toxicity: a difficult transition to the bedside". The Journal of Pharmacology and Experimental Therapeutics খণ্ড 347 (2): 251–7. November 2013. doi:10.1124/jpet.113.206383. PMID 23978563.
    15. "Cocaine: what role does it have in current ENT practice? A review of the current literature". The Journal of Laryngology and Otology খণ্ড 120 (10): 808–11. October 2006. doi:10.1017/s0022215106001459. PMID 16848922. https://archive.org/details/sim_journal-of-laryngology-and-otology_2006-10_120_10/page/808.
    16. "Cocaine use and risk of stroke: a systematic review". Drug and Alcohol Dependence খণ্ড 142: 1–13. September 2014. doi:10.1016/j.drugalcdep.2014.06.041. PMID 25066468.
    17. 1 2 "Cocaine: history, social implications, and toxicity--a review". Disease-A-Month খণ্ড 55 (1): 6–38. January 2009. doi:10.1016/j.disamonth.2008.10.002. PMID 19081448.
    18. "Cocaine-induced breakdown of the blood-brain barrier and neurotoxicity". International Review of Neurobiology খণ্ড 88: 297–334. 2009. doi:10.1016/S0074-7742(09)88011-2. ISBN 978-0-12-374504-0. PMID 19897082.
    19. Karch, Steven B. (2009). Karch's pathology of drug abuse (4 সম্পাদনা). প্ৰকাশক Boca Raton: CRC Press. পৃষ্ঠা. 70. ISBN 978-0-8493-7881-2. Archived from the original on 10 September 2017. https://web.archive.org/web/20170910234911/https://books.google.com/books?id=G9E7gfJq0KkC&pg=PA70.
    20. Narcotic Drugs 2014. International Narcotics Control Board. 2015. পৃষ্ঠা. 21. ISBN 9789210481571. Archived from the original on 2 June 2015. https://web.archive.org/web/20150602192211/https://www.incb.org/documents/Narcotic-Drugs/Technical-Publications/2014/Narcotic_Drugs_Report_2014.pdf.
    21. "[Cocaine addiction: current data for the clinician]". Presse Médicale খণ্ড 43 (1): 9–17. January 2014. doi:10.1016/j.lpm.2013.01.069. PMID 23727012.
    22. GBD 2013 Mortality Causes of Death Collaborators (January 2015). "Global, regional, and national age-sex specific all-cause and cause-specific mortality for 240 causes of death, 1990-2013: a systematic analysis for the Global Burden of Disease Study 2013". Lancet খণ্ড 385 (9963): 117–71. doi:10.1016/S0140-6736(14)61682-2. PMID 25530442.
    23. "How well do international drug conventions protect public health?". Lancet খণ্ড 379 (9810): 84–91. January 2012. doi:10.1016/s0140-6736(11)61423-2. PMID 22225673. https://archive.org/details/sim_the-lancet_january-7-13-2012_379_9810/page/84. "The international treaties have also constrained national policy experimentation because they require nation states to criminalise drug use".