সমললৈ যাওক

কোকৰাঝাৰ লোকসভা সমষ্টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কোকৰাঝাৰ
AS-১
লোকসভা সমষ্টি
Map
কোকৰাঝাৰ লোকসভা সমষ্টিৰ সীমা দৰ্শোৱা এক ক্ৰিয়াশীল মানচিত্ৰ
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
প্ৰতিস্থা১৯৫২
সংৰক্ষণঅনুসূচিত জনজাতি
লোক সভাৰ সদস্য
অষ্টাদশ লোক সভা
পদাধিকাৰী
দলLua error in Module:Party_name_with_color at line 42: attempt to call upvalue 'fetch' (a nil value).
মিত্ৰগোটLua error in Module:Party_name_with_color at line 42: attempt to call upvalue 'fetch' (a nil value).
নিৰ্বাচিত বছৰ২০২৪

কোকৰাঝাৰ লোকসভা সমষ্টি (ইংৰাজী: Kokrajhar Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা। এই সমষ্টিটো অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।

বিধানসভাৰ সমষ্টিসমূহ

[সম্পাদনা কৰক]

কোকৰাঝাৰ লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে[1]:

  • গোঁসাইগাঁওবিধান সভা সমষ্টি
  • কোকৰাঝাৰ পূব বিধান সভা সমষ্টি (অনুসূচিত জনজাতীৰ বাবে সংৰক্ষিত)
  • কোকৰাঝাৰ পশ্চিম বিধান সভা সমষ্টি (অনুসূচিত জনজাতীৰ বাবে সংৰক্ষিত)
  • ছিদলী বিধান সভা সমষ্টি (অনুসূচিত জনজাতীৰ বাবে সংৰক্ষিত)
  • বিজনী বিধান সভা সমষ্টি
  • সৰভোগ বিধান সভা সমষ্টি
  • ভবানীপুৰ বিধান সভা সমষ্টি
  • তামোলপুৰ বিধান সভা সমষ্টি
  • বৰামা বিধান সভা সমষ্টি (অনুসূচিত জনজাতীৰ বাবে সংৰক্ষিত)
  • চাপগুৰি বিধান সভা সমষ্টি (অনুসূচিত জনজাতীৰ বাবে সংৰক্ষিত)

লোকসভাৰ সদস্যসকল

[সম্পাদনা কৰক]
ক্ৰমবৰ্ষপ্ৰাৰ্থীদল
১৯৫৭ডি বসুমতাৰীভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬২ডি বসুমতাৰীভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬৭ডি বসুমতাৰীভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭১ডি বসুমতাৰীভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৭চৰণ নাৰ্জাৰীU.A.
১৯৮৪চৰণ ব্ৰহ্ম চৌধুৰীU.A.
১৯৯১সতেন্দ্ৰনাথ ব্ৰহ্ম চৌধুৰীনিৰ্দলীয়
১৯৯৬লুইছ ইছলাৰীনিৰ্দলীয়
১৯৯৮চাঞ্চুমা খুঙগুৰ বিছমুথিয়াৰীনিৰ্দলীয়
১০১৯৯৯চাঞ্চুমা খুঙগুৰ বিছমুথিয়াৰীনিৰ্দলীয়
১১২০০৪চাঞ্চুমা খুঙগুৰ বিছমুথিয়াৰীনিৰ্দলীয়
১২২০০৯চাঞ্চুমা খুঙগুৰ বিছমুথিয়াৰীবড়োলেণ্ড পিপলছ ফ্ৰণ্ট
১৩২০১৪নৱ কুমাৰ শৰণীয়া[2]নিৰ্দলীয়

নিৰ্বাচনী ফলাফল

[সম্পাদনা কৰক]

২০২৪ চনৰ সাধাৰণ নিৰ্বাচন

[সম্পাদনা কৰক]
২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন: কোকৰাঝাৰ[3][4]
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
United People's Party Liberal জয়ন্ত বসুমতাৰী ৪,৮৮,৯৯৫ ৩৯.৩৯ বৃদ্ধি১৮.২৭
Bodoland People's Front কাম্পা বৰগয়াৰী ৪,৩৭,৪১২ ৩৫.২৩ বৃদ্ধি৫.০৩
Indian National Congress গৰ্জন মুছাহাৰী ১,১৩,৭৩৬ ৯.১৬ decrease০.৭৮
গণ সুৰক্ষা পাৰ্টী বিনীতা ডেকা ৯৪,১৮৯ ৭.৫৯ নতুন
Independent পৃথ্বীৰাজ নাৰায়ণদেৱ মেচ ৩৩,৭৩৭ ২.৭২ প্ৰযোজ্য নহয়
All India Trinamool Congress গৌৰী শংকৰ শৰণীয়া ২৩,৫১৯ ১.৮৯ নতুন
None of the above ওপৰৰ এটাও নহয় ১৩,৯১২ ১.১২ বৃদ্ধি০.MD৪
সংখ্যাগৰিষ্ট ৫১,৫৮৩ ৪.১৬ বৃদ্ধি১.৬১
মুঠ ভোটদান ১২,৫৪,৪৯৯ ৮৩.৯৫ বৃদ্ধি০.৬৫
Independentৰ ওপৰত United People's Party Liberalবিজয় সাব্যস্ত ছুইং
২০১৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন: কোকৰাঝাৰ
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
Independent politician নৱ কুমাৰ শৰণীয়া ৪,৮৪,৫৬০ ৩২.৭৫ −১৯.০৭
Bodoland People's Front প্ৰমিলা ৰাণী ব্ৰহ্ম ৪,৪৬,৭৭৪ ৩০.২০ +১০.২৯
United People's Party Liberal উৰ্খাও গৌৰা ব্ৰহ্ম ৩,১২,৪৩৫ ২১.১২
Indian National Congress শব্দ ৰাম ৰাভা ১,৪৭,১১৮ ৯.৯৪
Communist Party of India (Marxist) বিৰাজ ডেকা ২৮,১২৮ ১.৯০
None of the above ওপৰৰ এটাও নহয় ১৫,৯৮৮ ১.০৮ প্রযোজ্য নহয়
সংখ্যাগৰিষ্ট ৩৭,৭৮৬ ২.৫৫
মুঠ ভোটদান ১৪,৭৯,৭৪৪ ৮৩.৩০
Independent (politician)বিজয় সাব্যস্ত ছুইং
২০১৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন: কোকৰাঝাৰ
দল প্ৰাৰ্থীৰ নাম ভোট % ±%
Independent (politician) নৱ কুমাৰ শৰণীয়া (হীৰা) ৬,৩৪,৪২৮ ৫১.৮২ +৫১.৮২
Independent (politician) উৰ্খাও গৌৰা ব্ৰহ্ম ২,৭৮,৬৪৯ ২২.৭৬ −৭.২৮
Bodoland People's Front চন্দন ব্ৰহ্ম ২,৪৩,৭৫৯ ১৯.৯১ −২৮.৮৯
Independent politician শব্দ ৰাম ৰাভা ২০,MD৭৪ ১.৬৪ −১৯.৫২
All India Trinamool Congress ৰঞ্জিত শেখৰ মুছাহাৰী ১৭,৫৩৭ ১.ND৩ +১.ND৩
Independent politician সংসুমা খুঙগুৰ বিছমুতিয়াৰী ১১,২৩৯ ০.৯২ −ND৭.৮৮
None of the above ওপৰৰ এটাও নহয় ১৮,১৮৩ ১.ND৯
সংখ্যাগৰিষ্ট ৩,৫৫,৭৭৯ ২৯.০৭ +১৮.৮০
মুঠ ভোটদান ১২,২৪,২৪৩ ৮১.২৩
Bodoland People's Frontৰ ওপৰত Independent (politician)বিজয় সাব্যস্ত ছুইং

[5]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]