কোচা ৰাভা
| এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
<ref group="<ref> জনজাতি সমাজ সংস্কৃতি ">কোচা ৰাভা অসমৰ জনগোষ্ঠীৰ প্ৰধান জনজাতি ৰাভাৰ কেইটিমান ফৈদ আছে তাৰে ভিতৰত কোচা ৰাভা এটি উল্লেখযোগ্য | কোচা ৰাভা সকল প্ৰধানকৈ অসমৰ কোকৰাঝাৰ, ধুবুৰী জিলাৰ লগতে পশ্চিম বংগৰ কিছু এলেকাত আন কিছু দেশত বসবাস কৰি আছে |
এওঁ লোকৰ নিজস্ব ভাষা সংস্কৃতি লোকাচাৰ আছে| বিবাহ, পূজা, লোকবিশ্বাস, লোক ঔসুধ আদিৰ প্ৰচলন আছে| কোচা ৰাভা সকলৰ আৰাধ্য দেৱী হৈছে ৰন্তুক | ৰাভা সকলৰ নিজস্ব সাঁজ পাৰ আৰু ভাষা আছে | কোচা ৰাভা সকলে নিজে বোৱা কাপোৰ পৰিধান কৰে | মহিলা সকলে তাত শালত বিভিন্ন ধৰণৰ কাপোৰ প্ৰস্তুত কৰে | ৰাভা মহিলা সকলে তিনিখলপীয়া পৰিধান কৰা বস্ত্ৰক লুফুন -কাম্বাং - কেমলেট বুলি জনা যায় | কাম্বাং কেমলেটৰ নিজস্ব ফুল চানেকি আছে।
কোচা ৰাভা সকলৰ প্ৰধান খাদ্য হৈছে ভাত আৰু তাৰ লগত বিভিন্ন ধৰণৰ আঞ্জা | ৰাভা সকলৰ প্ৰধান আঞ্জা হৈছে মূচুমুই |কোচা লৰাভা সকলৰ প্ৰধান জীৱিকা কৃষি আৰু তাৰ লগতে মাছ মৰা, হাবিৰ পৰা খৰি বুটলি বিক্ৰী কৰা আদি | কোচ ৰাভা সকলৰ প্ৰধান গোত্ৰ হৈছে পৗঞ্চিবক , কাৰা, নগৰা, কামা, লকবক ইত্যাদি গোত্ৰ পোৱা যায় | কোচ ৰাভা সকলৰ সমাজ মাতৃ তান্ত্ৰিক সমাজ | কোচ ৰাভা সকলৰ মাজত ঘৰ জোৱাই ৰখা বা পুনৰ বিবাহৰ প্ৰচলন আছে |